NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Army Helicopter Crashes In Arunachal

মৃত অৱস্থাত উদ্ধাৰ অৰুণাচলত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰৰ নিৰুদ্দিষ্ট দুই পাইলটক

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ মাণ্ডালাৰ সমীপত আজি পুৱা দুৰ্ঘটনাত পতিত হোৱা ভাৰতীয় সেনাৰ হেলিকপ্টাৰখনৰ নিৰুদ্দিষ্ট দুয়োগৰাকী পাইলট নিহত হৈছে।...

SpiceJet

লোভৰ প্ৰতিফল! বিমানৰ ককপিটৰ ভিতৰত কফি-মিঠাই খাই নিলম্বিত দুই পাইলট

লোভ পূৰণৰ তাগিদাত নিয়ম ভংগ কৰি ৰোষত পৰিছে বিমান পৰিবহণ কোম্পানী স্পাইচজেটৰ দুগৰাকী পাইলট। বিমান যাত্ৰাৰ সময়ত মাজ আকাশত বিমানৰ...

Sisodia

কাৰাৰুদ্ধ চিছ’দিয়াৰ বিৰুদ্ধে আন এক কেলেংকাৰীৰ গোচৰ চিবিআইৰ

সুৰা কেলেংকাৰীৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা আপ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বিৰুদ্ধে আন এক কেলেংকাৰীৰ গোচৰত ৰুজু...

Army Helicopter Crashes In Arunachal

অৰুণাচলত দুৰ্ঘটনাত পতিত সেনাৰ হেলিকপ্টাৰ: দুই সেনা বিষয়া নিৰুদ্দেশ

অৰুণাচল প্ৰদেশত দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ। প্ৰকাশিত খবৰ অনুসৰি ৰাজ্যখনৰ বমডিলা চহৰৰ পশ্চিম মাণ্ডালাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত...

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ দায়িত্ব স্বীকাৰ মুখ্যমন্ত্ৰীৰ; দোষীক কঠোৰ শাস্তিৰ প্ৰতিশ্ৰুতি

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ দায়িত্ব স্বীকাৰ মুখ্যমন্ত্ৰীৰ; দোষীক কঠোৰ শাস্তিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰি কয় যে দায়িত্বত থকা কেন্দ্ৰৰ...

বিজ্ঞাপনৰ চৰকাৰ! সোণোৱালৰ ৫ বছৰৰ অভিলেখ ২ বছৰতে ভংগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিজ্ঞাপনৰ চৰকাৰ! সোণোৱালৰ ৫ বছৰৰ অভিলেখ ২ বছৰতে ভংগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

যোৱা দুবছৰত অসমৰ অসমৰ চৰকাৰে বিজ্ঞাপনৰ বাবে ১৩০.৫৯ কোটি টকা ব্যয় কৰিছে। পূৰ্বৰ চৰকাৰৰ তুলনা কৰিলে সৰ্বানন্দ সোণোৱালৰ চৰকাৰে ইয়াৰ...

ৰাজ্যিক বাজেট ২০২৩-২৪: বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট দাখিল; কি প্ৰতিশ্ৰুতি?

ৰাজ্যিক বাজেট ২০২৩-২৪: বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট দাখিল; কি প্ৰতিশ্ৰুতি?

বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰীগৰাকীয়ে ২০২৩-২৪ বৰ্ষৰ বাবে ৯৩৫.২৩ কোটি টকাৰ ঘাটি বাজেট...

Bold and the Beautiful! ভেনিটি ফেয়াৰ অস্কাৰ পাৰ্টিত সাহসী ফেশ্বন প্ৰদৰ্শন হাণ্টাৰ শ্বাফাৰৰ

Bold and the Beautiful! ভেনিটি ফেয়াৰ অস্কাৰ পাৰ্টিত সাহসী ফেশ্বন প্ৰদৰ্শন হাণ্টাৰ শ্বাফাৰৰ

শেহতীয়া ভেনিটি ফেয়াৰ অস্কাৰ পাৰ্টিত তাৰকা হাণ্টাৰ শ্বাফাৰে এক পাহৰিব নোৱাৰা ফেশ্বন প্ৰদৰ্শন আগবঢ়াইছে। ইউফোৰিয়া তাৰকাগৰাকীয়ে এটা বক্ৰভাৱে কটা বগা...

কোৱাৰ্টাৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ মৃতদেহ

কোৱাৰ্টাৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ মৃতদেহ

গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ এজন ব্যক্তিগত নিৰাপত্তাৰক্ষী বিষয়াক (পিএছঅ') বুধবাৰে তেওঁৰ কোৱাৰ্টাৰটোৰ চৌহদৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা বুলি জানিব...

তিনি বছৰৰ সামৰিক প্ৰশিক্ষণৰ বাবে সাজু স্পেইনৰ ৰাজকুমাৰী লিওনোৰ

তিনি বছৰৰ সামৰিক প্ৰশিক্ষণৰ বাবে সাজু স্পেইনৰ ৰাজকুমাৰী লিওনোৰ

দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্গাৰিটা ৰোবলেছে জানিবলৈ দিছে যে স্পেইনৰ সিংহাসনৰ উত্তৰাধিকাৰী ১৭ বছৰীয়া ৰাজকুমাৰী লিওনোৰ আগষ্টত আৰম্ভ হ’বলগীয়া তিনি বছৰীয়া...

Page 2235 of 6645 1 2,234 2,235 2,236 6,645

Stay Connected

Recent News