NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Gauhati High Court

কৰ্দক এটেক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি: প্ৰথমগৰাকী অৰুণাচলী ন্যায়াধীশত পৰিণত এটে

অৰুণাচল প্ৰদেশৰ জেষ্ঠ অধিবক্তা কৰ্দক এটেক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়াইছে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে। এইদৰে উচ্চ...

অসুস্থ লালুলৈ CBIৰ চমন : এইবাৰ ‘ভূমিৰ বিনিময়ত চাকৰি’ৰ গোচৰত সন্মুখীন হ’ব জেৰাৰ!

অসুস্থ লালুলৈ CBIৰ চমন : এইবাৰ ‘ভূমিৰ বিনিময়ত চাকৰি’ৰ গোচৰত সন্মুখীন হ’ব জেৰাৰ!

সমস্যাই লগ এৰা নাই বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি লালু প্ৰসাদ যাদৱৰ। পুশু খাদ্য কেলেংকাৰীত কাৰাৰুদ্ধ হোৱা...

কামৰূপ মডেল স্কুলত ‘এক পৃথিৱী মডেল স্কুল এক্টিভিটি ৰুম’ উদ্বোধন ডব্লিউ ডব্লিউ এফৰ

কামৰূপ মডেল স্কুলত ‘এক পৃথিৱী মডেল স্কুল এক্টিভিটি ৰুম’ উদ্বোধন ডব্লিউ ডব্লিউ এফৰ

বৰ্তমান সময়ত শিশুসকলৰ দীৰ্ঘম্যাদী বিকাশ আৰু সফল ভৱিষ্যতৰ বাবে প্ৰকৃতি আৰু বহনক্ষমতাৰ বিষয়ে শিক্ষা প্ৰদান কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।...

HSLC paper leak

ছেবাৰ কাণ্ডজ্ঞানহীনতাৰ কোনো অন্ত নাই: ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ সপোনৰ লগত খেলা কৰিলে ছেবাই!

নিয়াৰিকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাত পুনৰ এবাৰ বিফল হ'ল ছেবা। আজি পৰীক্ষা অনুষ্ঠিত হোৱাৰ মাত্ৰ ১৫ মিনিটৰ পিছতেই সামাজিক...

পাকিস্তানত পুনৰ আত্মঘাতী বিস্ফোৰণ : ৯ জন আৰক্ষীৰ মৃত্যু

পাকিস্তানত পুনৰ আত্মঘাতী বিস্ফোৰণ : ৯ জন আৰক্ষীৰ মৃত্যু

পাকিস্তানত পুনৰ সংঘটিত হৈছে উগ্ৰবাদীৰ আত্মঘাতী বিস্ফোৰণ্ৰ ঘটনা। এই আত্মঘাতী বিস্ফোৰণত কমেও ৯ জন আৰক্ষীৰ মৃত্যু হোৱাৰ লগতে ১০ গৰাকী...

Mizoram Cops Shot Dead By Colleague

উচ্চপ্ৰদস্থ বিষয়াক অভিযোগ দিয়াৰ ক্ষোভ: ক্ষোভিত জোৱানে গুলীয়াই হত্যা কৰিলে দুই সতীৰ্থক

শীৰ্ষ বিষয়াৰ ওচৰত অভিযোগ দিয়াৰ পৰিণতিত দুই সতীৰ্থ জোৱানক গুলীয়াই হত্যা কৰিছে এগৰাকী জোৱানে। মিজোৰামৰ কোলাছিব জিলাত সংঘটিত হৈছে এই...

ছাত্ৰ-ছাত্ৰীয়ে আহৰণ কৰিবলগীয়া ভাষিক দক্ষতা

ছাত্ৰ-ছাত্ৰীয়ে আহৰণ কৰিবলগীয়া ভাষিক দক্ষতা

ছাত্ৰ-ছাত্ৰীৰ ভাষিক দক্ষতাৰ বিকাশত শিক্ষক-শিক্ষয়িত্ৰীৰ ভূমিকা যথেষ্ট গুৰুত্বপূর্ণ। দৰাচলতে, ছাত্ৰ-ছাত্ৰীৰ বাবে ভাষা শিক্ষণৰ প্রথম পুথি হ'ল শিক্ষক-শিক্ষয়িত্ৰী। ইয়াৰ সমান্তৰালভাৱে পাঠ্যপুথি...

Manish Sisodia

তিহাৰ জেললৈ মনীষ চিছ’দিয়া: শুকুৰবাৰে আদালতে গ্ৰহণ কৰিব জামিন আবেদনৰ শুনানি

সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক আজি বিশেষ আদালতে ২০ মাৰ্চলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আদালতৰ এই...

ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত গুৱাহাটীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত গুৱাহাটীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

সমগ্ৰ দেশৰ লগতে ৰাখ্যখনত দৈনন্দিন প্রয়োজনীয় সামগ্ৰীসমূহৰ লগতে ৰন্ধন গেছৰ ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ অভাৱনীয় মৃল্যবৃদ্ধিৰ বিৰুদ্ধে আজি গণেশগুৰিত আম...

কামিহাড় ভাঙিল! গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অমিতাভ বচ্চন; ‘প্ৰজেক্ট কে’ৰ শ্বুটিঙত ঘটিল অঘটন

কামিহাড় ভাঙিল! গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অমিতাভ বচ্চন; ‘প্ৰজেক্ট কে’ৰ শ্বুটিঙত ঘটিল অঘটন

পুনৰ আঘাতপ্ৰাপ্ত অমিতাভ বচ্চন! হায়দৰাবাদত তেওঁৰ আহিবলগীয়া ছবি 'প্ৰজেক্ট কে'ৰ ছেটত দৃশ্যগ্ৰহণ কৰাৰ সময়তে তেওঁ আঘাতপ্ৰাপ্ত হয়। বলীউডৰ 'শ্বাহেনশ্বাহে' নিজেই...

Page 2251 of 6647 1 2,250 2,251 2,252 6,647

Stay Connected

Recent News