NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

প্ৰতি কিলোগ্ৰামৰ দাম ৮৫ হাজাৰ টকা! সোণতকৈ চৰা বিশ্বৰ আটাইতকৈ দামী এই পাচলি

প্ৰতি কিলোগ্ৰামৰ দাম ৮৫ হাজাৰ টকা! সোণতকৈ চৰা বিশ্বৰ আটাইতকৈ দামী এই পাচলি

The most expensive vegetable in the world আমি সাধাৰণতে ১ কিলোগ্ৰাম পাচলিৰ দামৰ কথা ভাবিলে মনলৈ অহা ধাৰণাটো কিমান হ’ব...

সৰুকালত হনুমান বুলি পূজা কৰা ললিত আক্ৰান্ত এক বিৰল ৰোগত; চিকিৎসকে কি কয়?

সৰুকালত হনুমান বুলি পূজা কৰা ললিত আক্ৰান্ত এক বিৰল ৰোগত; চিকিৎসকে কি কয়?

মধ্যপ্ৰদেশৰ ৰাটলাম জিলাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰ ললিত পাটিদাৰ দৰাচলতে এক বিৰল ৰোগত আক্ৰান্ত। তেওঁৰ গোটেই মুখমণ্ডল দীঘল চুলিৰে ভৰি...

গোৱালপাৰাৰ ধনুভাঙাত অঘটন! ৰে’লৰ খুন্দাত নিহত একেলগে ধান কাটিবলৈ যোৱা পতি-পত্নী

গোৱালপাৰাৰ ধনুভাঙাত অঘটন! ৰে’লৰ খুন্দাত নিহত একেলগে ধান কাটিবলৈ যোৱা পতি-পত্নী

গোৱালপাৰা জিলাৰ ধনুভাঙাত সংঘটিত হৈছে এক অঘটন ৷ ধান কাটিবলৈ গৈ থকা মুহূৰ্তত ৰে’লৰ খুন্দাত নিহত হ’ল পতি-পত্নী ৷ ধনুভাঙাৰ...

মুক্ৰ’ৰ গুলীচালনাঃ অসম-মেঘালয় সীমান্তত উন্নত নিৰাপত্তাৰ দাবী আছু, কেএছইউ-ৰ

মুক্ৰ’ৰ গুলীচালনাঃ অসম-মেঘালয় সীমান্তত উন্নত নিৰাপত্তাৰ দাবী আছু, কেএছইউ-ৰ

অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্তত উন্নত নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থা আৰু খাচী ছাত্ৰ সন্থাই।মঙলবাৰে অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ...

বিকৃত হোৱা ইতিহাস পুনৰ নতুনকৈ লিখাৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

বিকৃত হোৱা ইতিহাস পুনৰ নতুনকৈ লিখাৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

Amit Shah says to rewrite history afresh মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে দিল্লীত অসম চৰকাৰে আয়োজন কৰা...

উত্তেজনাপূৰ্ণ খেলত ঘানাক ৩-২ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ অভিযান আৰম্ভ ৰোনাল্ডোৰ পৰ্তুগালৰ

উত্তেজনাপূৰ্ণ খেলত ঘানাক ৩-২ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ অভিযান আৰম্ভ ৰোনাল্ডোৰ পৰ্তুগালৰ

ঘানাৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন খেলত পৰ্তুগাল ৩-২ গ'লত বিজয়ী হৈছে। পৰ্তুগাল আৰু আফ্ৰিকাৰ দেশ ঘানাই বৃহস্পতিবাৰে চলিত বিশ্বকাপৰ তেওঁলোকৰ প্ৰথমখন...

ছাৰ্বিয়াৰ বিৰুদ্ধে ৰিচাৰ্লিছনৰ দুটা গ’লেৰে ব্ৰাজিলৰ সপোনৰ আৰম্ভণি; ছাম্বাৰ ছন্দত নাচি উঠিল লুচাইল ষ্টেডিয়াম

ছাৰ্বিয়াৰ বিৰুদ্ধে ৰিচাৰ্লিছনৰ দুটা গ’লেৰে ব্ৰাজিলৰ সপোনৰ আৰম্ভণি; ছাম্বাৰ ছন্দত নাচি উঠিল লুচাইল ষ্টেডিয়াম

আজিৰ পৰা ২০ বছৰ আগতে বিশ্বকাপ বিজয়ী অন্তিম গৰাকী অধিনায়ক কাফু ভিআইপি গেলেৰীত বহি আছিল। বিশ্বকাপ বিজয়ী দলৰ সদস্য ৰবেৰ্টো...

Man Gets Death Penalty For Raping Daughter

হাৰিয়ানা আদালতৰ গুৰুত্বপূৰ্ণ ৰায়: নিজৰ ১১ বৰ্ষীয় কন্যা সন্তান ধৰ্ষণকাৰী পিতৃক বিহিলে মৃত্যুদণ্ড

দেশত বৰ্দ্ধিত ধৰ্ষণকাণ্ডৰ সময়তে হাৰিয়ানাৰ এক আদালতে ধৰ্ষণৰ গোচৰত কঠোৰ স্থিতি গ্ৰহণ কৰি এক অনন্য নিদৰ্শন গঢ়ি তুলিছে। ৰাজ্যখনৰ ছিৰছা...

Rahul Gandhi

ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া অভিযুক্তক গ্ৰেপ্তাৰ: পূৰ্বেও কেইবাগৰাকীক ভাবুকি দিয়াৰ অভিযোগ

ভাৰত জোড়ো যাত্ৰাত ব্যস্ত দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত মধ্য প্ৰদেশ আৰক্ষীয়ে...

Man sentenced to death

নিজ কন্যা-ভাতৃসহ পাঁচগৰাকী ব্যক্তিক হত্যা: হত্যাকাৰীক মৃত্যুদণ্ড বিহিলে ত্ৰিপুৰা আদালতে

নিজৰ দুগৰাকী কন্যা সন্তান, ভাতৃ আৰু এগৰাকী আৰক্ষী বিষয়াৰ লগতে আন এগৰাকী ব্যক্তিক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছত...

Page 2416 of 6658 1 2,415 2,416 2,417 6,658

Stay Connected

Recent News