NE NOW NEWS

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

চিত্ৰঙৰ সংহাৰত ৩৫ জনে প্ৰাণ হেৰুৱালে বাংলাদেশত, হাজাৰ হাজাৰ লোক গৃহহাৰা

চিত্ৰঙৰ সংহাৰত ৩৫ জনে প্ৰাণ হেৰুৱালে বাংলাদেশত, হাজাৰ হাজাৰ লোক গৃহহাৰা

ঘণ্টাত ১০০ কিলোমিটাৰৰো অধিক বেগত বোৱা চিত্ৰঙ ঘূৰ্ণীৰ কৱলত পৰি বাংলাদেশত মৃত্যু ঘটিছে ৩৫ জন লোকৰ। চৰকাৰী সূত্ৰই এই কথা...

চেমখৰ’ বিতৰ্ক আৰু জনজাতীয়/আদিম’ প্ৰসংগ

চেমখৰ’ বিতৰ্ক আৰু জনজাতীয়/আদিম’ প্ৰসংগ

ডিমা হাচাওৰ চেমখৰ গাঁৱৰ পটভূমিত আইমী বৰুৱাই ডিমাচা ভাষাত প্ৰস্তুত কৰা ‘চেমখৰ’ চিনেমাখনকলৈ মাজতে যথেষ্ট বিতৰ্ক হৈছিল। গোৱাত অনুষ্ঠিত ২০২১...

স্বাধীনতাৰ ৭৫ বছৰ : ৭৫ হাজাৰ কিঃগ্ৰাঃ ড্ৰাগছ নষ্ট কৰিব গৃহমন্ত্ৰী শ্বাহে

স্বাধীনতাৰ ৭৫ বছৰ : ৭৫ হাজাৰ কিঃগ্ৰাঃ ড্ৰাগছ নষ্ট কৰিব গৃহমন্ত্ৰী শ্বাহে

দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উদ্দেশ্যে ৭৫ দিনত ৭৫ হেজাৰ কিলোগ্ৰাম মাদক দ্ৰব্য ধ্বংস কৰাৰ এক পৰিকল্পনা...

World's dirtiest man

গা ধুৱাই কাল হ’ল নেকি! বিশ্বৰ আটাইতকৈ অপৰিষ্কাৰ ব্যক্তিগৰাকীৰ মৃত্যু

বিশ্বৰ ভিতৰতে আটাইতকৈ অপৰিষ্কাৰ ব্যক্তি হিচাপে পৰিচিত ইৰানী নাগৰিক অমৌ হাজীৰ মৃত্যু হৈছে। অৰ্ধ শতিকাৰো অধিক সময় ধৰি গা নোধোৱাকৈ...

স্বাস্থ্যৰ অৱস্থা সংকটজন চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ

স্বাস্থ্যৰ অৱস্থা সংকটজন চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ

অসমৰ আাধুনিক চিত্ৰকলা জগতৰ এগৰাকী অনন্য বাটকটীয়া নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিবলৈ পোৱা গৈছে। যোৱা ২২ ছেপ্তেম্বৰ তাৰিখে...

Partial solar eclipse

আংশিক সূৰ্যগ্ৰহণৰ কিছু নান্দনিক দৃশ্য

মঙলবাৰে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত দেখা গৈছিল আংশিক সূৰ্যগ্ৰহণ। আংশিক সূৰ্যগ্ৰহণ পাটনাত আবেলি প্ৰায় ৪:২০ বজাত আৰম্ভ হৈছিল আৰু...

Dalit family Shot Dead In MP

চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে মধ্য প্ৰদেশ: পিতৃ-মাতৃসহ দলিত যুৱকক গুলীয়াই হত্যা ছয় দুৰ্বৃত্তৰ

মধ্যপ্ৰদেশৰ দামোহ জিলাত মঙলবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এগৰাকী ব্যক্তিৰ পত্নীৰ ওপৰত দৃষ্টি নিবদ্ধ কৰাৰ বাবেই এগৰাকী ৩২ বছৰীয়া...

Cyclone Sitrang In Assam

চিত্ৰাঙৰ তাণ্ডৱ: ৰাজ্যজুৰি ক্ষতিগ্ৰস্ত সহস্ৰাধিক লোক, বিধ্বস্ত বহু আৱাসগৃহ

ঘূৰ্ণীবতাহ চিত্ৰাঙৰ তাণ্ডৱত ৰাজ্যত মঙলবাৰে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয়। চিত্ৰাঙৰ ফলত হোৱা জলপ্লাৱনৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৮০ খনতকৈও অধিক...

exotic animals smuggle

বিমানবন্দৰত আটক অবৈধ পশুব্যৱসায়ী: পাঁচ বিদেশী জন্তু উদ্ধাৰ

বিগত কিছুদিন ধৰি দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অবৈধ পশু ব্যৱসায় চক্ৰৰ দৌৰাত্ম্য। শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তত এনে অবৈধ সৰবৰাহ চক্ৰৰ...

Firecracker Linked Eye Injuries

আতচবাজীৰ ভয়াৱহ প্ৰভাৱ: একেদিনাই চিকিৎসালয়ত আতচবাজীৰ কুপ্ৰভাৱৰ বলি হোৱা ৩২ গৰাকী ৰোগী

পোহৰৰ উৎসৱ দেৱালীৰ সময়ত পাৰিপাৰ্শ্বিক অৱস্থাৰ লগতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ বাবে আতচবাজীৰ ব্যৱহাৰক লৈ যথেষ্ট চৰ্চা হয় যদিও...

Page 2472 of 6661 1 … 2,471 2,472 2,473 … 6,661

Stay Connected

Recent News