NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Mallikarjun Kharge

পৰিয়ালতন্ত্ৰৰ অৱসান! কাইলৈ আনুষ্ঠানিক ৰূপত কংগ্ৰেছ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব খৰ্গেই

অৱশেষত বুধবাৰে ভাৰতীয় ৰাজনীতিৰ এসময়ৰ প্ৰতিপত্তিশীল তথা বৰ্তমানৰ প্ৰধান বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছত আনুষ্ঠানিভাৱে অৱসান ঘটিব গান্ধী পৰিয়ালৰ কৰ্তৃত্ব।...

Rishi Sunak's First Speech

বিশ্বৰ অৰ্থনীতি সংকটত পেলাইছে পুটিনে! প্ৰথম ভাষণতে পুটিনক সমালোচনা ঋষি সুনাকৰ

প্ৰধানমন্ত্ৰী হিচাপে বৃট্ৰেইনৰ শাসনভাৰ গ্ৰহণ কৰি জনতাক উদ্দেশ্য কৰি প্ৰথমটো ভাষণত কি কি গুৰুত্বপূৰ্ণ কথা ক’লে ভাৰতীয় মূলৰ ঋষি সুনাকে?...

Covid in India

পুনৰ ক’ভিদ: ২৪ ঘন্টাত ৮৬২ জন আক্ৰান্তক চিনাক্ত

পুনৰ বৃদ্ধি পাইছে ক’ভিদ সংক্ৰমণ। আকৌ হ’ব নেকি লক ডাউন! মঙলবাৰে ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দিয়া তথ্য মতে...

Rishi Sunak

প্ৰধানমন্ত্ৰী হিচাপে প্ৰথম ভাষণতে ইউক্ৰেইন যুদ্ধৰ প্ৰসঙ্গ: চুনাকলৈ শুভেচ্ছাবাণী জেলেনস্কিৰ

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছত আজি প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমটো ভাষণতে চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰসঙ্গ উত্থাপন কৰিছে ঋষি চুনাকে। নৱনিৰ্বাচিত...

Sitrang

উফ্! ঘূৰ্ণীবতাহৰ পৰা ৰক্ষা পৰিব অসমবাসী! ক্ৰমশঃ শাম কাটিছে ঘূৰ্ণী বতাহ ‘চিত্ৰাং’

ক্ৰমশঃ শাম কাটিছে ঘূৰ্ণী বতাহ চিত্ৰাং। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু কেন্দ্ৰীয় ভূ-বিজ্ঞান মন্ত্ৰালয়ে সোমবাৰে জাননী যোগে জাৰি কৰে এই...

Old Boys Association of Sainik School Goalpara

অ’ল্ড বয়জ এছ’চিয়েচন অফ সৈনিক স্কুলৰ উদ্যোগত ‘প্ৰশ্নম-২০২২’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুকলি কুইজ

অসমৰ অন্যতম সন্মানীয় ৰাজহুৱা বিদ্যালয়, গোৱালপাৰাৰ সৈনিক স্কুলৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সংগঠন “অ’ল্ড বয়জ এছ'চিয়েচন অফ সৈনিক স্কুল, গোৱালপাৰা” (OBASSG)ৰ উদ্যোগত...

Coimbatore car blast

কইম্বাটুৰ বোমা বিস্ফোৰণৰ গোচৰত পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

তামিলনাডুৰ কইম্বাটুৰৰ এটা মন্দিৰৰ বাহিৰত শেহতীয়াকৈ হোৱা গাড়ী বিস্ফোৰণত জড়িত থকাৰ অভিযোগত পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে তামিলনাডু আৰক্ষীয়ে। উক্কাদম অঞ্চলৰ...

Russia-Ukraine war dirty bomb

ইউক্ৰেইনে ৰাছিয়ালৈ নিক্ষেপ কৰিব পাৰে ‘ডাৰ্টি বোমা’! কি এই ‘ডাৰ্টি বোমা’?

শেহতীয়াকৈ পুনৰবাৰ অধিক ভয়াৱহ হৈ উঠিছে ৰুছ-ইউক্ৰেইনৰ যুদ্ধকালীন পৰিস্থিতি। যোৱা ৮ মাহে ৰাছিয়াই এৰা নাই সংহাৰী ৰূপ। ইউক্ৰেইনেও মনা নাই...

Massive fire at Naharlagun daily market

অৰুণাচলৰ দৈনিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড: ভস্মীভূত হ’ল ৭০০ তকৈও অধিক দোকান

অৰুণাচল প্ৰদেশৰ ইটানগৰৰ ওচৰৰ নাহৰলগুন দৈনিক বজাৰত আজি পুৱা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত জাহ যায় ৭০০ তকৈও...

ধিক মানৱতা! ৰাজপথত পৰি থাকিল আঘাতপ্ৰাপ্ত কিশোৰী; সহায়ৰ সলনি ফটো তোলাত ব্যস্ত থাকিল সকলো

ধিক মানৱতা! ৰাজপথত পৰি থাকিল আঘাতপ্ৰাপ্ত কিশোৰী; সহায়ৰ সলনি ফটো তোলাত ব্যস্ত থাকিল সকলো

উত্তৰ প্ৰদেশৰ কনৌজত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা। উত্তৰ প্ৰদেশৰ কনৌজৰ চৰকাৰী অতিথিশালাৰ সমীপত ক্ষত-বিক্ষত শৰীৰ লৈ ছটফটাই...

Page 2473 of 6661 1 … 2,472 2,473 2,474 … 6,661

Stay Connected

Recent News