• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধিক মানৱতা! ৰাজপথত পৰি থাকিল আঘাতপ্ৰাপ্ত কিশোৰী; সহায়ৰ সলনি ফটো তোলাত ব্যস্ত থাকিল সকলো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 25, 2022 3:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ কনৌজত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা। উত্তৰ প্ৰদেশৰ কনৌজৰ চৰকাৰী অতিথিশালাৰ সমীপত ক্ষত-বিক্ষত শৰীৰ লৈ ছটফটাই পৰি আছিল এগৰাকী ১৩ বছৰীয়া কিশোৰী।

যোৱা দেওবাৰৰ পৰা নিজৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰীগৰাকী। কিশোৰীগৰাকীৰ শৰীৰৰ কেইবা ঠাইৰ পৰা ওলাই আছিল তেজ। মূৰতো আছিল গভীৰ আঘাতৰ চিন। পীড়িতা কিশোৰীগৰাকীয়ে বহুপৰ ধৰি সহায়ৰ কাতৰ আৰ্তনাদেৰে পৰি আছিল পথৰ দাঁতিত। ক্ৰমশঃ কিশোৰী গৰাকীক চাবলৈ চাৰিওফালে ভিৰ বাঢ়িল স্থানীয় লোক আৰু বাটৰুৱাৰ।

লগতে পঢ়ক: এগৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে গান্ধীক কৈছিল নঙঠা ফকীৰ; এতিয়া তেওঁৰ দেশ চলাব ভাৰতীয় বংশোদ্ভূত ‘ঋষি’য়ে

Apply Now

সকলো লোকে বেৰি ধৰিলে অসহায় কিশোৰীগৰাকীক। কিন্তু কিশোৰীগৰাকীক সহায়ৰ হাত আগবঢ়োৱাৰ সলনি সকলোৱে পকেটৰ পৰা মবাইল ফোন উলিয়াই ব্যস্ত হৈ পৰিল ফটো তোলাত। সহায়ৰ বাবে আগবাঢ়ি নাহিল এজনো প্ৰত্যক্ষদৰ্শী। এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই সমগ্ৰ দৃশ্য।

ভিডিঅ’ কৰি থকাৰ পৰাই কোনোবা এজনে কৈছে – “পুলিচ ক’ত?” আন এজনে কাৰোবাক পুলিচৰ ফোন নম্বৰ বিচাৰিছে। ভিডিঅ’টোত হূলস্থূলীয়া পৰিৱেশৰ মাজতে শুনা গৈছে এনেধৰণৰ দুই এটা বাক্য।

লগতে পঢ়ক: চুনাক ব্ৰিটেইনৰ মচনদত বহাৰ সময়তে নেটিজেনৰ দাবী-‘ঘুৰাই দিয়ক কহিনুৰ, মোদী, মালিয়াক’!

অৱশেষত বহুপৰ পিছত আহিল এজন আৰক্ষী জোৱান। আৰক্ষী জোৱানজনে আহিয়েই ততাতয়াকৈ কিশোৰীগৰাকীক কোচত তুলি এখন অটোৰ ফালে দৌৰিছে। এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল চিচি টিভি কেমেৰাত।

ইফালে আন এটা চিচি টিভি কেমেৰাৰ ভিডিঅ’ও সামাজিক মাধ্যমত বিয়পি পৰিছে। য’ত দেওবাৰৰ দিনা এজন অচিনাক্ত যুৱকৰ সৈতে ৰাস্তাৰে গৈ থকা অৱস্থাত কিশোৰীগৰাকীক দেখা পোৱা গৈছে। ইতিমধ্যে কনৌজ আৰক্ষীয়ে সেই যুৱকজনৰ ফটো সামাজিক মাধ্যমত ৰাজহুৱা কৰিছে আৰু যুৱকজনক কৰায়ত্ত কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে।

লগতে পঢ়ক:Solar Eclipse: আজি খণ্ডগ্ৰাস সূৰ্যগ্ৰহণ; দেশৰ কোন চহৰত কিমান সময় দেখা যাব গ্ৰহণ?

চিচি টিভিত দেখা পোৱা এই যুৱকজনেই এই অপৰাধৰ লগত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। কিশোৰী গৰাকী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। কিশোৰীগৰাকী ধৰ্ষণৰ বলি হৈছিল নে নাই সেই কথা এতিয়ালৈকে পোহৰলৈ অহা নাই ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd