• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Solar Eclipse: আজি খণ্ডগ্ৰাস সূৰ্যগ্ৰহণ; দেশৰ কোন চহৰত কিমান সময় দেখা যাব গ্ৰহণ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 25, 2022 11:22 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Partial solar eclipse to be visible আজি ২৫ অক্টোবৰত এই বছৰৰ শেষ সূৰ্যগ্ৰহণ দেখা যাব। এই আংশিক সূৰ্যগ্ৰহণ পৃথিৱীৰ আন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰাও দৃশ্যমান হ’ব। ৰাজধানী দিল্লীত দুপৰীয়া ২:২৮ বজাত গ্ৰহণ আৰম্ভ হ’ব। সূৰ্যগ্ৰহণ দিল্লীৰ পৰা ১ ঘণ্টা ১৩ মিনিটৰ বাবে দৃশ্যমান হ’ব।

আনহাতে, মুম্বাইৰ পৰা ১ ঘণ্টা ১৯ মিনিটৰ বাবে সূৰ্যগ্ৰহণ দেখা যাব। চেন্নাইৰ পৰা ৩১ মিনিট ১২ ছেকেণ্ডৰ বাবে দৃশ্যমান হ’ব সূৰ্যগ্ৰহণ। গুৱাহাটীত আজি সূৰ্যগ্ৰহণ দেখা নাযাব।

সেইদৰে, আন্দামান আৰু নিকোবৰ, আইজল, ডিব্ৰুগড়, ইম্ফল, ইটানগৰ, কোহিমা, শিৱসাগৰ, শিলচৰ আৰু তামেলাঙৰ পৰা গ্ৰহণ দেখা নাযাব।

Apply Now

শ্ৰীনগৰত সূৰ্যগ্ৰহণ আবেলি ৪.১৪ বজাত আৰম্ভ হ’ব আৰু সন্ধিয়া ৫.২০বজাত সমাপ্ত হ’ব। ভূৱনেশ্বৰত আবেলি ৪:৫৬ বজাত সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৫.১৬ বজাত সমাপ্ত হ’ব। ভূপালত আবেলি ৪:৪২ বজাত সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৫.৪৭ বজাত সমাপ্ত হ’ব।

সেইদৰে, বেংগালুৰুত সন্ধিয়া ৫.১২ বজাত সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৫.৪৭ বজাত সমাপ্ত হ’ব। পুৰীত আবেলি ৪:৫৭ বজাত সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৫.১৭ বজাত সমাপ্ত হ’ব। জয়পুৰত আবেলি ৪:৩২ বজাত সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু গ্ৰহণ সন্ধিয়া ৫:৫০ বজাত সমাপ্ত হ’ব।

লগতে পঢ়ক: চুনাক ব্ৰিটেইনৰ মচনদত বহাৰ সময়তে নেটিজেনৰ দাবী-‘ঘুৰাই দিয়ক কহিনুৰ, মোদী, মালিয়াক’!

সাধাৰণভাৱে জনা যায় যে সূৰ্যগ্ৰহণে আমাৰ জীৱনত প্ৰভাৱ পেলায়। এইটো বিশ্বাস কৰা হয় যে সূৰ্যগ্ৰহণে আমাৰ চকুত বিৰূপ প্ৰভাৱ পেলায়। বিশেষকৈ যদি আপুনি খালি চকুৰে সূৰ্যগ্ৰহণ চায়, ই চকুৰ ৰেটিনা ক্ষতিগ্ৰস্ত কৰে। ই গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে গ্ৰহণ চোৱাৰ সময়ত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ।

আনহাতে, বহুতেই ভাবে যে সূৰ্যগ্ৰহণৰ ফলত মানুহে অতি ভাগৰুৱা আৰু অলস অনুভৱ কৰে। সূৰ্যগ্ৰহণে মস্তিষ্কক প্ৰভাৱিত কৰে।

লগতে পঢ়ক: ম্যানমাৰত কাচিন বিদ্ৰোহীৰ ওপৰত চলোৱা বিমান আক্ৰমণত নিহত ৫০ জন

অৱশ্যে গ্ৰহণৰ শেষত সমস্যাটো আঁতৰি যায় বুলিও বিশ্বাস কৰা হয় যে। বহুৰ মতে সূৰ্যগ্ৰহণৰ সময়ত কিবা খালে বা পান কৰিলে হজমৰ সমস্যা হয়। সেয়েহে গ্ৰহণৰ  সময়ত একো খাব নালাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd