NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

বৈবাহিক জীৱনত মতভেদ আৰু মানসিক চাপ থকাটো এক সাধাৰণ কথা। কেতিয়াবা স্বামী-স্ত্ৰীৰ মাজত কথা-বতৰা বন্ধ হৈ যোৱাটোও সম্পৰ্কৰ উত্থান-পতনৰ এটা...

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনলৈ মুকলি পত্ৰ লিখি চাৰি বছৰতকৈও অধিক পুৰণি ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰি স্থায়ী...

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। কাংপোকপি জিলাত সংঘটিত হৈছে সতেজ হিংসা। শুকুৰবাৰে পুৱাই তিনিজন সাধাৰণ নাগৰিকৰ মৃত্যুক লৈ হিংসাত্মক পৰিস্থিতিৰ...

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

২০১০ চনত স্পেইনে ফিফা বিশ্বকাপ জয় কৰিছিল। ১৬ বছৰৰ পাছত তেওঁলোকে লেমিনে ইয়ামাল, পেড্ৰি আৰু ফেৰাণ টৰেছ বাহিনীৰ সহায়ত বিশ্বকাপ...

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

বৃহস্পতিবাৰে মাজ নিশা জালুকবাৰীৰ জয়মতী নগৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত চাৰিজনীয়া পৰিয়াল এটাৰ সকলোৱে প্ৰাণ হেৰুৱাইছে। খবৰ অনুসৰি, মৃত লোকসকল...

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

মধ্যবিত্ত শ্ৰেণীৰ সস্তাৰ ঋণৰ অপেক্ষাত সদ্যহতে চেঁচা পানী ঢালিলে দেশৰ ৰিজাৰ্ভ বেংকে। জুন মাহৰ মুদ্ৰানীতিৰ বৈঠকৰ শেষত ভাৰতীয় ৰিজাৰ্ভ বেংকে...

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰাৰ ২৩ বছৰ পিছত ব্ৰিটেইনত থকা ভাৰতীয় মূলৰ এগৰাকী মহিলাই লাভ কৰিছে ৮৫ কোটি টকা।...

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

উচ্চ শিক্ষাৰ অৰ্হতা থকা ব্যক্তিক এনে পদৰ বাবে নিৰ্বাচন কৰিব নোৱাৰিব যিটো পদ স্পষ্টভাৱে নিম্ন অৰ্হতা থকা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।...

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

মৰাণ আৰু মটক সম্প্ৰদায়ৰ সংগঠনে শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা সমগ্ৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে।...

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

বন্ধ ফ্লেটৰ কোঠাৰ পৰা উদ্ধাৰ হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকাৰ মৃতদেহ। তেওঁৰ মূৰত গধুৰ বস্তুৰে আঘাত কৰাৰ চিন পোৱা গৈছে।...

Page 250 of 6706 1 … 249 250 251 … 6,706

Stay Connected

Recent News