জি আই এম টি, গুৱাহাটীত পিচিবি ফেব্ৰিকেচন, 3D প্ৰিণ্টিং আৰু স্কেনিঙৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ আয়োজন
গুৱাহাটীস্থিত ‘গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী’ AICTE GIMT IDEA লেবত পিচিবি ফেব্ৰিকেচন, 3D প্ৰিণ্টিং আৰু স্কেনিঙৰ ওপৰত এক...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
গুৱাহাটীস্থিত ‘গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী’ AICTE GIMT IDEA লেবত পিচিবি ফেব্ৰিকেচন, 3D প্ৰিণ্টিং আৰু স্কেনিঙৰ ওপৰত এক...
লণ্ডনলৈ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিলে ভাৰতৰ কেৰালাৰ এজন লোকে।চাইকেল চলাই লোকজনে ৩০,০০০ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ থিৰাং কৰিছে। কেৰালাৰ এই লোকজনে...
এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ ১৩১ তম সংস্কৰণ মঙলবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াঙ্গনত আৰম্ভ হয়। আৰম্ভণি অনুষ্ঠানত...
মহাৰাষ্ট্ৰৰ গণ্ডিয়াত আজি পুৱতি নিশা সংঘটিত হৈছে এক ৰেল দুৰ্ঘটনা। এখন মালবাহী ৰেল আৰু যাত্ৰীবাহী ৰেলৰ সংঘৰ্ষৰ ফলত আহত হৈছে...
পাকিস্তানৰ কৰাচীস্থিত জিন্না আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে ভাৰতৰ পৰা যোৱা এখন যাত্ৰীবাহী চাৰ্টাৰ জেটে। বাৰগৰাকী যাত্ৰী কঢ়িয়াই নিয়া বিমানখনৰ...
ছয় বছৰীয়া এটি অবোধ-নিষ্পাপ শিশু। এই শিশুটিও হাৰি নগ'ল কামনা চৰিতাৰ্থৰ ঘৃণনীয় অপৰাধৰ পৰা। পাৰ্কত খেলি থকাৰ পৰাই এই ছয়...
পশ্চিম বংগৰ হাওৰাত মঙলবাৰে আৱৰ্জনা ডাম্পত উদ্ধাৰ হৈছে ১৭ টা ভ্ৰূণ। হাওৰা জিলাৰ অন্তৰ্গত উলুবেৰিয়া পৌৰসভা এলেকাৰ এই ঘটনাই সম্প্ৰতি তীব্ৰ...
জম্মু-কাশ্মীৰত ক্ৰমান্বয়ে তীব্ৰ পৰিস্থিতিৰ ফালে গতি কৰিছে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত চলি থকা সংঘৰ্ষই। বিগত কেইমাহমানৰ পৰা চলি থকা নিৰাপত্তাৰক্ষীৰ...
অসমৰ ৰাজধানী চহৰ দিচপুৰস্থিত আৰক্ষী থানাখন শীঘ্ৰেই নতুন স্থানলৈ স্থানান্তৰ কৰা হ'ব। মঙলবাৰে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে এই বিষয়ে...
মুম্বাই এণ্টি নাৰ্কোটিক্স চেলৰ ৱৰ্লি গোটে গুজৰাটৰ ভাৰুচ জিলাৰ অংকলেশ্বৰ অঞ্চলত এটা ঔষধ নিৰ্মাণ কাৰখানাৰ পৰা জব্দ কৰিছে ৫১৩ কিলোগ্ৰাম...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd