সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান
ভাৰতৰ তাৰকা ফুটবলাৰ তথা ৰাষ্ট্ৰীয় দলৰ অধিনায়ক সুনীল ছেত্ৰীক সপ্তমবাৰৰ বাবে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে ‘মেনচ্ ফুটবলাৰ অৱ দ্য ইয়েৰ’...














