KICK BOXING মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিব টীয়ক চাহ বাগিচাৰ নীহা ৰাজোৱাৰে
যোৰহাট জিলাৰ টীয়ক চাহ বাগিচাৰ পৰা আন্তঃৰাষ্ট্ৰীয় মজিয়ালৈ ৷ মালয়েছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিব টীয়ক...














