• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

BREAKING NEWS জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো এবেক ভাষণ দি থকাৰ সময়তে গুলীয়ালে দুৰ্বৃত্তই, মৃত্যুৰ সন্দেহ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 8, 2022 9:33 am
211
VIEWS
Share on FacebookShare on Twitter

পশ্চিম জাপানৰ নাৰা চহৰত ভাষণ দি থকাৰ সময়তে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো এবেৰ ওপৰত চলিল ভয়ংকৰ আক্ৰমণ৷

এই আক্ৰমণত প্ৰাক্ন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যু ঘটা বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে যদিও এতিয়ালৈকে জাপান চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ বিবৃতি প্ৰকাশ কৰা হোৱা নাই৷

জানিব পৰা মতে নাৰা চহৰত ভাষণ দি থকাৰ সময়তে দুৰ্বৃত্তই এবেক লক্ষ্য কৰি গুলীচালনা কৰে৷ ফলত থিতাতে ঢলি পৰে এবে৷

জাপানৰ এনএইচকে ৱৰ্ল্ড নিউজৰ বাতৰি অনুসৰি এবেৰ বুকুত গুলী লগা বুলি সন্দেহ কৰা হৈছে আৰু তেওঁৰ প্ৰচুৰ ৰক্তক্ষৰণ হোৱা দেখা গৈছে।

সংকটজনক অৱস্থাত ছিনজো এবেক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজন লোকক লোকক আটক কৰিছে৷ এবে জীয়াই আছে নে নাই তাকে লৈ এতিয়া জাপানবাসীৰ মাজত তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷

১৯৫৪ চনৰ ২১ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা এবে ২০০৬ চনৰ পৰা ২০০৭ চনলৈ আৰু তাৰ পিছতো ২০১২ চনৰ পৰা ২০২০ চনলৈ তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী আছিল৷ তেওঁ লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ (এলডিপি) সভাপতিও আছিল।

জাপানৰ ইতিহাসত আটাইতকৈ দীঘলীয়া সময় কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী আছিল এবে । এবে ২০০৫ চনৰ পৰা ২০০৬ চনলৈ জুনিচিৰো কইজুমিৰ অধীনত মুখ্য কেবিনেট সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০১২ চনত বিৰোধী দলৰ নেতা আছিল।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd