NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Lashkar Terrorist

সৰিয়হৰ ডুলিত ভূত! জম্মু-কাশ্মীৰত আটক কৰা লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ওলাল বিজেপিৰ আই টি চেলৰ মুৰব্বী

দেওবাৰে জম্মু-কাশ্মীৰত আটক কৰা দুজন লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীক। আটক কৰা দুই সদস্যৰ অন্যতম তালিব হুছেইন শ্বাহক এজন ৱাণ্টেড সন্ত্ৰাসবাদী হিচাপে চিহ্নিত...

Assam elephant

মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব অসমৰ ১৫ টা হাতী

অসমৰ পৰা ১৫ টা হাতী মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰিবলৈ সাজু হৈছে অসম চৰকাৰ। প্ৰকাশিত খবৰ অনুসৰি মধ্য প্ৰদেশ বন বিভাগৰ...

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী অসমৰ বক্সাৰ যমুনা বড়োৱে দেওবাৰে কাজাখস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত হৈ থকা এলোৰ্ডা কাপত কাজাখস্তানৰ আনেল চাকিশক...

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

মণিপুৰৰ নোনি জিলাত সংঘটিত ভূমিস্খলনস্থলীত দেওবাৰে সন্ধানহীন হৈ থকা আঠজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। এইদৰে ভূমিস্খলনৰ ফলত হোৱা নিহতৰ সংখ্যা...

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

ধনুৰ্বিদ্যাৰে আধাৰিত  খানাপাৰা তীৰো শ্বিলং তীৰৰ দৰেই মেঘালয়ৰ এক অত্যন্ত জনপ্ৰিয় খেল। এই খেলৰো ফলাফলৰ বাবে সন্ধিয়ালৈ হাজাৰ হাজাৰ লোক...

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা (এআৰআইএএছ) সমাজত বিভিন্ন কৃষি পদৰ বাবে আবেদন আমন্ত্ৰণ কৰা হৈছে। অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু...

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

ভাৰতীয় ৰে’লৱেই যাত্ৰীৰ সুবিধাৰ্থে গ্ৰহণ কৰা নতুন ধাৰণাৰ দ্বিতীয় খন শ্লিপিং পড হোটেল আজি মুম্বাইত মুকলি কৰা হয়। কেন্দ্ৰীয় ৰে'ল...

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

বিপুল খাটনিয়াৰ অসমৰ গল্প সাহিত্যৰ জগতৰ অন্যতম এক জনপ্ৰিয় নাম। গল্পকাৰ খাটনিয়াৰৰ বহুকেইটা গল্পই তেওঁৰ পাঠকসকলৰ অন্তৰ চুই যাবলৈ সক্ষম...

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

পেছাত তেওঁ এগৰাকী অধ্যাপক। সেই সূত্ৰে তেওঁ ব্যস্ত থাকিব লাগিছিল ফ্ৰেণী কোঠাত । কিন্তু সময়ে তেওঁক তেনে কৰিবলৈ দিয়া নাই।...

অমৰাৱতীত নুপূৰ শৰ্মাৰ মন্তব্যক সমৰ্থন কৰি হত্যাৰ বলি হোৱা কেমিষ্টৰ হত্যাক গাপ দিব বিচাৰিছিল আৰক্ষীয়ে, সাংসদ নৱনীত ৰাণাৰ দাবী

অমৰাৱতীত নুপূৰ শৰ্মাৰ মন্তব্যক সমৰ্থন কৰি হত্যাৰ বলি হোৱা কেমিষ্টৰ হত্যাক গাপ দিব বিচাৰিছিল আৰক্ষীয়ে, সাংসদ নৱনীত ৰাণাৰ দাবী

নুপূৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদকলৈ কৰা মন্তব্যৰ পাৰ্শ্ব ক্ৰিয়া হিচাবে শেহতীয়াকৈ দেশত একাধিক হত্যাকাণ্ড সংঘটিত হৈছে। ইয়াৰ মাজতে অমৰাৱতীতত হত্যা...

Page 2646 of 6670 1 … 2,645 2,646 2,647 … 6,670

Stay Connected

Recent News