NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Singapore bans The Kashmir Files

মুছলমানৰ বিৰুদ্ধে উচতনিমূলক ছবি: ছিংগাপুৰত নিষিদ্ধ হ’ল বলিউডৰ দ্য কাশ্মীৰ ফাইলছ্

ভাৰতবৰ্ষত বহুল জনপ্ৰিয়তা অৰ্জন কৰা বলিউডৰ চলচ্চিত্ৰ 'দ্য কাশ্মীৰ ফাইলছ'ক মুছলমানসকলৰ বিৰুদ্ধে উচতনিমূলক তথা একপক্ষীয় চিত্ৰায়নৰ বাবে ছিংগাপুৰত নিষিদ্ধ কৰা...

Santoor legend Pandit Shivkumar Sharma

সংগীত জগতক উকা কৰি বিদায় ল’লে কিংবদন্তী সন্তুৰবিদ পণ্ডিত শিৱকুমাৰ শৰ্মাই

ভাৰতীয় ধ্ৰুপদী সংগীত জগতৰ অন্যতম পুৰোধা, কিংবদন্তী সংগীতজ্ঞ সন্তুৰ বাদক পণ্ডিত শিৱকুমাৰ শৰ্মাই আজি ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ...

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত বিজয়েৰে যাত্ৰা আৰম্ভ লাভলিনা বৰগোহাঁইৰ

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত বিজয়েৰে যাত্ৰা আৰম্ভ লাভলিনা বৰগোহাঁইৰ

টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলিনা বৰগোহাঁইয়ে সোমবাৰে লাইট মিডলৱেট বিভাগত প্ৰাক্তন চেম্পিয়ন চেন নিন-চিনক পৰাস্ত কৰি ইস্তানলত অনুষ্ঠিত আইবিএ...

অশান্ত শ্ৰীলংকা! বিক্ষোভকাৰীয়ে জ্বলাই দিলে মহিন্দা ৰাজপাক্ষেৰ পৰিয়ালৰ পৈতৃক ঘৰ

অশান্ত শ্ৰীলংকা! বিক্ষোভকাৰীয়ে জ্বলাই দিলে মহিন্দা ৰাজপাক্ষেৰ পৰিয়ালৰ পৈতৃক ঘৰ

অৰ্থনৈতিক সংকট সমাধানত ব্যৰ্থ হোৱাৰ বাবে শ্ৰীলংকাৰ জনসাধাৰণ চৰকাৰৰ ওপৰত ক্ষুব্ধ হৈ উঠিছে। ৰাজপাক্ষে পৰিয়ালৰ সদস্যসকলে দীৰ্ঘদিন ধৰি শ্ৰীলংকাত চৰকাৰৰ...

বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা পাবলৈ সাজু অসমৰ বিহালী সংৰক্ষিত বনাঞ্চল

বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা পাবলৈ সাজু অসমৰ বিহালী সংৰক্ষিত বনাঞ্চল

ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগে বিশ্বনাথ জিলাত অৱস্থিত বিহালী সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা দিয়াৰ বাবে প্ৰাৰম্ভিক জাননী জাৰি কৰিছে।...

নিহত ফটো সাংবাদিক ডেনিছ চিদ্দিকীকে ধৰি ৪ জন ভাৰতীয়ই লাভ কৰিলে পুলিৎজাৰ বঁটা

নিহত ফটো সাংবাদিক ডেনিছ চিদ্দিকীকে ধৰি ৪ জন ভাৰতীয়ই লাভ কৰিলে পুলিৎজাৰ বঁটা

আফগানিস্তানত নিহত হোৱা ফটো সাংবাদিক ডেনিছ চিদ্দিকীকে ধৰি চাৰিজন ভাৰতীয়ক পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছে। সোমবাৰে এই বঁটাৰ বাবে ৰয়টাৰৰ...

গুৱাহাটী আৰক্ষীয়ে ইয়াৰ টুইটাৰ হেণ্ডেলত আইনবিৰুদ্ধভাৱে প্ৰকাশ কৰিলে শিশুৰ নাম

গুৱাহাটী আৰক্ষীয়ে ইয়াৰ টুইটাৰ হেণ্ডেলত আইনবিৰুদ্ধভাৱে প্ৰকাশ কৰিলে শিশুৰ নাম

দেশৰ অন্যতম বৃহৎ শিশু-অনুকূল আৰক্ষী কাৰ্যসূচী পৰিচালনা কৰা অসম আৰক্ষীয়ে সোমবাৰে এজন নাবালক অভিযুক্তৰ নাম আৰু ঠিকনা প্ৰকাশ কৰে। নাবালকজনৰ...

ই-লোকপিয়ল: সলনি হ’ব পৰৱৰ্তী লোকপিয়লৰ প্ৰক্ৰিয়া; অমিত শ্বাহৰ বৃহৎ ঘোষণা

ই-লোকপিয়ল: সলনি হ’ব পৰৱৰ্তী লোকপিয়লৰ প্ৰক্ৰিয়া; অমিত শ্বাহৰ বৃহৎ ঘোষণা

এইবাৰ চৰকাৰী কৰ্মচাৰীসকলে ঘৰে ঘৰে গৈ আৰু মানুহৰ গণনা নকৰে। ইয়াৰ পৰিৱৰ্তে আহি আছে ই-লোকপিয়ল অৰ্থাৎ গোটেই প্ৰক্ৰিয়াটো ডিজিটেল হৈ...

নাগ্ৰীজুলিৰ কালচেনীত বিএছএফৰ অস্ত্ৰ মেৰামতি কাৰখানা আৰু অস্ত্ৰ ভাণ্ডাৰৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

নাগ্ৰীজুলিৰ কালচেনীত বিএছএফৰ অস্ত্ৰ মেৰামতি কাৰখানা আৰু অস্ত্ৰ ভাণ্ডাৰৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ  নাগ্ৰীজুলিৰ কালচেনীত সোমবাৰে ভাৰতবৰ্ষৰ দ্বিতীয়টো আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কেন্দ্ৰীয় অস্ত্ৰ মেৰামতি কাৰখানা  তথা অস্ত্ৰ ভাণ্ডাৰৰ শিলান্যাস কৰে...

মুখ্যমন্ত্ৰী শৰ্মাই অসমত ৪২ জন লোকৰ মৃত্যুদণ্ডৰ নিৰ্দেশ দিছিল: ভূপেন বৰা

মুখ্যমন্ত্ৰী শৰ্মাই অসমত ৪২ জন লোকৰ মৃত্যুদণ্ডৰ নিৰ্দেশ দিছিল: ভূপেন বৰা

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ (এপিচিচি) সভাপতি ভূপেন কুমাৰ বৰাই সোমবাৰে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পিছত...

Page 2735 of 6673 1 … 2,734 2,735 2,736 … 6,673

Stay Connected

Recent News