NE NOW NEWS

আৰহান ইনামূল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Sri Lanka crisis

শ্ৰীলংকাৰ আৰ্থিক বিপৰ্যয়ৰ এক নিৰ্মোহ বিশ্লেষণ

মহাকাব্য ৰামায়ণত ৰামৰ ভাষাত সেই "अपि स्वर्णमयी लङका...." অৰ্থাৎ ৰামায়ণৰ ৰাৱণৰ সেই  স্বৰ্ণনগৰী লংকা…., আজিৰ  শ্ৰীলংকাৰ নাগৰিকে বৰ্তমান সময়ত এক...

Brides Almost Marry Wrong Grooms

বিবাহথলীত নুমাল বৈদ্যুতিক বাল্ব: পৰপুৰুষৰ লগতে বিবাহত বহিল কন্যা

বিদ্যুতৰ অনিয়মীয়া যোগানে প্ৰায়ে জনসাধাৰণক বিপাঙত পেলায়। কোনো প্ৰয়োজনীয় কামৰ সময়ত বিদ্যুৎ কৰ্তনে সুচাৰুৰূপে কৰ্ম সম্পাদনত যথেষ্ট বাধা দিয়ে। পিছে...

Sri Lanka Crisis

শ্ৰীলংকাত বিদ্ৰোহৰ দাবানল: প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনাৰ নিৰ্দেশ

ভয়াৱহ অস্থিৰতা বিৰাজ কৰা দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত প্ৰতিবাদকাৰীৰ ওপৰত এতিয়া দেখামাত্ৰেই গুলীচালনাৰ নিৰ্দেশ জাৰি কৰা হৈছে। দেশজুৰি তীব্ৰ প্ৰতিবাদৰ সময়ত দ্বীপৰাষ্ট্ৰ...

Greenfield Airport on Dolu tea garden land

ডলু চাহ বাগিচাৰ ভূমিত গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বিৰোধিতা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

কাছাৰ জিলাৰ বৃহত্তম চাহ বাগিচা ডলু চাহ বাগিচাৰ ভূমি অধিগ্ৰহণ কৰি হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰাৰ...

Robber firing at Bank's CSP

নগাঁৱৰ আমবাগানত বেংকৰ চি এছ পিলৈ ডকাইতৰ গুলিচালনা

নগাঁও জিলাৰ চামগুৰিৰ আমবাগান অঞ্চলৰ পথত আজি সন্ধিয়া ডকাইতৰ গুলীচালনাত গুৰুতৰভাৱে আহত হয় এজন লোক। ভাৰতীয় ষ্টেট বেংকৰ কলিয়াবৰ শাখাৰ...

Woman allegedly kills 5-year-old daughter

দেৰগাৱত পাঁচ বছৰীয়া কন্যা সন্তানক হত্যা কৰি মাতৃৰ আত্মহত্যাৰ অপচেষ্টা

গোলাঘাটৰ দেৰগাঁৱত আজি ৫ বছৰীয়া এটি কন্যা শিশু মৃত অৱস্থাত উদ্ধাৰ হৈছিল। মৃত শিশুটিক নিজ মাতৃয়ে হত্যা কৰা বুলি সন্দেহ...

Cyclonic Storm Asani

উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ আৰু পশ্চিম বংগত ‘আছানী’ৰ আঘাত: ভাইৰেল ভিডিঅ’

অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যাত আঘাত কৰিছে আছানীয়ে। আছানী হৈছে এক তীব্ৰ বেগী ঘূৰ্ণীবতাহ। সিংহলা শব্দ ‘আছানী'ৰ অসমীয়া প্ৰতিশব্দ হৈছে ক্ৰোধ।...

AAP Assam

শিৱসাগৰত আম আদমী পাৰ্টীৰ গণ যোগদান কাৰ্যসূচী: শতাধিক লোকৰ যোগদান

অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূতি দিনটোতেই শিৱসাগৰত আজি আম আদমী পাৰ্টী, চমুকৈ আপ- ৰ এক বৃহৎ...

ukraine dog patron

দেশৰ সুৰক্ষাত সেৱা আগবঢ়াই সন্মানিত হ’ল পেট্ৰ’ন: কোন এই পেট্ৰ’ন!

তিনিমাহ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধত শক্তিশালী ৰাছিয়াৰ বিৰুদ্ধে মৰণ-পন যুঁজ দিছে ইউক্ৰেইনে। দেশৰ সুৰক্ষাত বীৰদৰ্পে সেৱা আগবঢ়াই বোমা নিষ্ক্ৰিয়...

Singapore bans The Kashmir Files

মুছলমানৰ বিৰুদ্ধে উচতনিমূলক ছবি: ছিংগাপুৰত নিষিদ্ধ হ’ল বলিউডৰ দ্য কাশ্মীৰ ফাইলছ্

ভাৰতবৰ্ষত বহুল জনপ্ৰিয়তা অৰ্জন কৰা বলিউডৰ চলচ্চিত্ৰ 'দ্য কাশ্মীৰ ফাইলছ'ক মুছলমানসকলৰ বিৰুদ্ধে উচতনিমূলক তথা একপক্ষীয় চিত্ৰায়নৰ বাবে ছিংগাপুৰত নিষিদ্ধ কৰা...

Page 2734 of 6673 1 … 2,733 2,734 2,735 … 6,673

Stay Connected

Recent News