• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী আৰক্ষীয়ে ইয়াৰ টুইটাৰ হেণ্ডেলত আইনবিৰুদ্ধভাৱে প্ৰকাশ কৰিলে শিশুৰ নাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2022 9:14 am
টুইটটোৰ স্ক্রীণশ্বট।

টুইটটোৰ স্ক্রীণশ্বট।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অন্যতম বৃহৎ শিশু-অনুকূল আৰক্ষী কাৰ্যসূচী পৰিচালনা কৰা অসম আৰক্ষীয়ে সোমবাৰে এজন নাবালক অভিযুক্তৰ নাম আৰু ঠিকনা প্ৰকাশ কৰে।

নাবালকজনৰ বিৱৰণ গুৱাহাটী আৰক্ষীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত প্ৰকাশ পাইছিল। চুৰিৰ অভিযোগত অভিযুক্ত এই নাবালকজন দৰাচলতে আইনী বিবাদত থকা শিশু।

অসম আৰক্ষীৰ শিশু মিত্ৰ কাৰ্যসূচী হৈছে ভাৰতৰ সৰ্ববৃহৎ শিশু-অনুকূল আৰক্ষী কাৰ্যসূচী। অসম আৰক্ষীয়ে অসম ভিত্তিক চিএছঅ’ উৎসাহ আৰু ইউনিচেফৰ সহযোগত এই কাৰ্যসূচী চলায়।

Apply Now

এই কাৰ্যসূচীৰ অধীনত ২০১৮ চনৰ পৰা প্ৰশিক্ষণ আৰু আন কেইবাটাও কাৰ্যসূচী আৰম্ভ কৰা হৈছে।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী শৰ্মাই অসমত ৪২ জন লোকৰ মৃত্যুদণ্ডৰ নিৰ্দেশ দিছিল: ভূপেন বৰা

আনহাতে, এক শিশু মিত্ৰ কাৰ্যসূচী পৰিচালনা কৰা আৰক্ষী ব্যৱস্থাৰ দ্বাৰা শিশু-অনুকূল প্ৰক্ৰিয়া অনুসৰণ নকৰাটোৱে এই কাৰ্যসূচীৰ কাৰ্যকৰিতাৰ ওপৰত প্ৰশ্নবোধক চিহ্ন আনিছে।

শিশু ন্যায় আইনৰ ধাৰা ৭৪(১) শিশুৰ পৰিচয় প্ৰকাশৰ সৈতে সম্পৰ্কিত।

এই আইনৰ অধীনত, আইনৰ সৈতে বিবাদত থকা শিশু বা যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজন হোৱা শিশু বা অপৰাধৰ ভুক্তভোগী বা সাক্ষী হ’ব পাৰে এনে বিষয়ত জড়িত শিশুৰ যিকোনো বাতৰি কাকত, আলোচনী বা দৃশ্য-শ্ৰাব্য মাধ্যম বা যিকোনো অনুসন্ধান বা ন্যায়িক প্ৰক্ৰিয়া সম্পৰ্কে যোগাযোগৰ বিষয়ত নাম, ঠিকনা বা বিদ্যালয় তথা আন কোনো নিৰ্দিষ্ট কথা প্ৰকাশ কৰিব নোৱাৰে।

আইনখনৰ ধাৰা ৭৪(৩)য়ে পৰিচয় প্ৰকাশ কৰাটো এক অপৰাধ হিচাপে গণ্য কৰে ইয়াৰ বাবে ৬মাহলৈ কাৰাদণ্ড বা ২ লাখ টকালৈকে জৰিমনা হ’ব পাৰে।  

গুৱাহাটী আৰক্ষীয়ে ইয়াৰ টুইটাৰ হেণ্ডেলত চুৰি কৰাৰ অভিযোগত অভিযুক্ত এজন ১৫ বছৰীয়া নাবালকৰ পৰিচয় প্ৰকাশ কৰিছে।

উল্লেখ কৰিব পাৰি যে অসম আৰক্ষীয়ে ইয়াৰ শিশু-অনুকূল পদক্ষেপৰ বাবে বহুতো স্বীকৃতি লাভ কৰিছে।

লগতে পঢ়ক: ব্যৰ্থতা, প্ৰতাৰণা আৰু কু-শাসনৰ দস্তাৱেজ এবছৰীয়া হিমন্ত চৰকাৰ- লুৰীণজ্যোতি গগৈ

আৰক্ষী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক জনোৱাৰ পিছত শিশুটোৰ পৰিচয় প্ৰকাশ কৰা টুইটটো অঁতৰাই দিয়া হয়। কিন্তু, পোষ্টটো চাৰি ঘণ্টাতকৈও অধিক সময় লাইভত আছিল।

নৰ্থইষ্ট নাওৱে আৰক্ষী আয়ুক্ত হৰমিত সিঙৰ সৈতে যোগাযোগ কৰাত তেওঁ কয় যে টুইটটোৰ বিষয়ে তেওঁ একো নাজানে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd