NE NOW NEWS

পার্শ্বজোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

storm in Sibsagar.png final

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে শিৱসাগৰতো ধুমুহাৰ তাণ্ডৱ; বিস্তৰ ক্ষতি

শনিবাৰে সন্ধিয়া হঠাৎ অহা এজাক বিধ্বংসী ধুমুহাই কোবাই যায় শিৱসাগৰ নগৰকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চল। শিৱসাগৰ নগৰৰ বিভিন্ন স্থানত গছ-গছনি...

dav

মাৰ্ঘেৰিটাত চাৰি দিনীয়া ৰাষ্ট্রীয় যোগ আৰু প্রকৃতি অধ্যয়ন শিৱিৰ সম্পন্ন

মাৰ্ঘেৰিটা নগৰৰ উপকণ্ঠৰ বৰগোলাই ব্লুবাৰ্ড চিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয় প্রাংগনত  যোগা ফিজিক এডুকেশ্যন ব’ৰ্ড, অসমৰ উদ্যোগত অষ্টম বাৰ্ষিক ৰাষ্ট্ৰীয় যোগ আৰু...

শিৱসাগৰ,চাপৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু বাৰ্ষিকী পালন

শিৱসাগৰ,চাপৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু বাৰ্ষিকী পালন

আজি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু বাৰ্ষিকী । ১৯৩৮ চনত মহাপ্ৰয়াণ হৈছিল বেজবৰুৱাৰ। মৃত্যু তিথিত বিয়লি শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহত উপস্থিত...

কপিলী জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণৰ পিছতে জলপ্ৰলয়,নিপকোৰ তিনিজন কৰ্মচাৰীৰ মৃত্যু

কপিলী জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণৰ পিছতে জলপ্ৰলয়,নিপকোৰ তিনিজন কৰ্মচাৰীৰ মৃত্যু

বৃহৎ নদী বান্ধে মাতি আনিব পৰা ভয়াৱহ বিপদকলৈ বিভিন্ন সময়ত চৰ্চা হৈ থকাৰ সময়তে অসমৰ ডিমা হাচাও জিলাৰ কপিলী জলবিদ্যুৎ প্ৰকল্পত...

‘দ্য কাশ্মীৰ ফাইলছ্’ আৰু অসম চৰকাৰৰ ‘অহৈতুক’ উদ্যোগ

‘দ্য কাশ্মীৰ ফাইলছ্’ আৰু অসম চৰকাৰৰ ‘অহৈতুক’ উদ্যোগ

থলুৱা চিনেমাৰ প্ৰতি উদাসীন অসম চৰকাৰৰ বলিউদৰ দ্য কাশ্মীৰ ফাইলছৰ প্ৰতি কিয় এই বিশেষ দৰদ! বলিউদৰ এখন চিনেমা, নাম ‘দ্য...

petroldiesel_3

পাঁচ দিনত চতুৰ্থবাৰৰ বাবে বৃদ্ধি পালে পেট্ৰ’ল, ডিজেলৰ মূল্য, কিমান বাঢ়িল?

দেশত অন্যান্য অত্যৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধনৰ মূল্যবৃদ্ধিয়ে এতিয়া সৰ্বসাধাৰণ লোকৰ জীৱন দুৰ্বসিহ হৈ পৰিছে। দেশত পাঁচ দিনৰ ভিতৰত আজি চতুৰ্থ...

নৃত্যই-গীতে জীপাল হৈ উঠিল হাৰকাটা হিন্দুপাৰাৰ পঞ্চম দৌল উৎসৱ

নৃত্যই-গীতে জীপাল হৈ উঠিল হাৰকাটা হিন্দুপাৰাৰ পঞ্চম দৌল উৎসৱ

পশ্চিম অসমৰ ধুবুৰী জিলাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত হাতীপোতাৰ ওচৰৰ হাৰকাটা গাঁৱৰ গোপালবাবা মন্দিৰ প্ৰাংগনত উলহ মালহৰে " পঞ্চম দৌল...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলত গঁড় গণনা আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলত গঁড় গণনা আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৪ সংখ্যক গঁড় গণনা কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলত চলোৱা হয় গণনাকাৰ্য। পুৱাৰে পৰা বনাঞ্চলখনত...

নিউ বঙাইগাঁও ৰে’লৱে জংচনত ৰে’লৰ পৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

নিউ বঙাইগাঁও ৰে’লৱে জংচনত ৰে’লৰ পৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

ৰে'লযোগে বহিঃ ৰাজ্যলৈ সৰবৰাহ হৈ আছে অবৈধ বাৰ্মিজ চুপাৰি ৷ বৰ্তমানো বন্ধ হোৱা নাই অবৈধ চুপাৰিৰ বেহা ৷ শেহতীয়াকৈ বঙাইগাঁও...

WhatsApp Image 2022-03-26 at 1.37.37 PM

হলীউদৰ ষ্টাইলত ক্ষেপনাস্ত্ৰ পৰীক্ষণৰ ভিডিঅ’ প্ৰকাশ কৰি চৰ্চাত উত্তৰ কোৰিয়াৰ একনায়ক কিম

পুনৰ আন্ত:মহাদেশীয় বেলিষ্টিক ক্ষেপনাস্ত্ৰ পৰীক্ষণ চলাই চৰ্চালৈ আহিছে উত্তৰ কোৰিয়া। এই বিষয়ক এটা ভিডিঅ’ও প্ৰকাশ কৰা হৈছে। ভিডিঅ’টোৰ জৰিয়তে উত্তৰ...

Page 2800 of 6676 1 … 2,799 2,800 2,801 … 6,676

Stay Connected

Recent News