NE NOW NEWS

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

অগপ কৰ্মীক বিজেপিত যোগদানৰ আহ্বান বিধায়ক ফনীভূষণৰ পুত্ৰৰ! বিজেপিয়ে কি কয়?

অগপ কৰ্মীক বিজেপিত যোগদানৰ আহ্বান বিধায়ক ফনীভূষণৰ পুত্ৰৰ! বিজেপিয়ে কি কয়?

অগপ কৰ্মীক বিজেপিত যোগদানৰ আহ্বান জনালে অগপ বিধায়ক ফনীভূষণ চৌধুৰীৰ পুত্ৰই। ইয়াকেলৈ এতিয়া সমগ্ৰ বঙাইগাঁওতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনেসময়তে বিজেপি...

WhatsApp Image 2022-03-27 at 12.03.01 PM

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানত নিহত হৈছে ১২গৰাকী সাংবাদিক

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ সময়ত আৰম্ভণিৰে পৰা এতিয়ালৈকে বিদেশীকে ধৰি মুঠ ১২গৰাকী সাংবাদিক নিহত হৈছে। দেওবাৰে ইউক্ৰেইনৰ মুখ্য ৰাষ্ট্ৰীয় আইন...

Instrument makers of Bihu.Nandalal

ৰঙালীক আদৰাৰ সময়ত নীৰৱে লোকবাদ্য নিৰ্মাণত ব্যস্ত শিল্পী নন্দলাল ৰবিদাস

চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ঢুলীয়াৰ ঢোলৰ চাপৰত এপাক নাচিবলৈ সাজু হৈছে নাচনীও। সমান্তৰালভাবে বিহুৰ বাবে ব্যস্ততা বাঢ়িছে...

Bodo Sahitya Sabha

তামুলপুৰত ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ লাইখুটা স্থাপন; ২৯ এপ্ৰিলত আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ

এইবাৰ বড়ো সাহিত্য সভাৰ অধিৱেশনখন তামুলপুৰত অনুষ্ঠিত হ'ব। তামুলপুৰ মেডিকেল কলেজ হস্পিতাল খেলপথাৰত আজি বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশনৰ...

WhatsApp Image 2022-03-27 at 10.41.08 AM

এদিনতে ২২৩কোটি টকাৰ ব্যৱসায় কৰি ‘বাহুবলী-২’ৰ অভিলেখ ভংগ কৰিলে ৰাজামৌলিৰ RRR-য়ে

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত অৱশেষত মুক্তি পাইছে ৰাজামৌলিৰ আন এখন বিগ বাজেটৰ ছবি ‘RRR’য়ে। ২৫মাৰ্চত মুক্তি পোৱা ছবিখনে এদিনতে বিশ্বজুৰি ২২৩কোটি...

WhatsApp Image 2022-03-27 at 9.48.06 AM

নতুন আইন আনিলে পুটিনে; ভুৱা খবৰ বিয়পালে শাস্তি ১৫ বছৰৰ কাৰাদণ্ড!

ৰাছিয়াৰ দেশৰ বাহিৰৰ কাৰ্যসূচীকলৈ ভুৱা খবৰ বিয়পালে বিহা হ’ব ১৫বছৰৰ কাৰাদণ্ড। দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এনে এখন আইনতে শুকুৰবাৰে স্বাক্ষৰ...

arrest-750x375-1

গঁড়ৰ খড়্গৰ চোৰাং ব্যৱসায়ৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

গঁড়ৰ খড়্গৰ চোৰাং সৰবৰাহ কৰাৰ অভিযোগত কাৰ্বি আংলং জিলাত আৰক্ষীয়ে  দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই...

index1

দিশপুৰ মহাবিদ্যালয়ত মেকআপ আৰু মেহেন্দী কলাৰ কৰ্মশালা সম্পন্ন

দিশপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ছাত্ৰী জিৰণি কোঠা বিভাগৰ সৌজন্যত তথা ছাত্ৰী জিৰণি কোঠাক তত্বাৱধায়িকা ডঃমৌচুমী দেবীৰ তত্বাৱধানত যোৱা ২১...

WhatsApp Image 2022-03-27 at 7.37.52 AM

আইপিএলৰ উদ্বোধনী মেচত চেন্নাইক অনায়াসে ৬উইকেটত হৰুৱালে কলকাতাই

আইপিএল-২০২২ৰ আৰম্ভণিতে শনিবাৰে উদ্বোধনী মেচখনত কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাইছুপাৰ কিংছক পৰাজিত কৰে। শ্ৰেয়াস আয়াৰৰ নেতৃত্বত কলকাতাই ৯টা বল বাকী থকা...

storm in Sibsagar.png final

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে শিৱসাগৰতো ধুমুহাৰ তাণ্ডৱ; বিস্তৰ ক্ষতি

শনিবাৰে সন্ধিয়া হঠাৎ অহা এজাক বিধ্বংসী ধুমুহাই কোবাই যায় শিৱসাগৰ নগৰকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চল। শিৱসাগৰ নগৰৰ বিভিন্ন স্থানত গছ-গছনি...

Page 2799 of 6676 1 … 2,798 2,799 2,800 … 6,676

Stay Connected

Recent News