NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

russia-attacks-kherson

ৰাছিয়াৰ সেনা বাহিনীয়ে এইবাৰ আক্ৰমণ চলাইছে খেৰছনত; বিস্ফোৰণত কঁপি উঠিছে চহৰ

ইউক্ৰেইনত বিশ্বৰ অন্যতম শক্তিশালী দেশ ৰাছিয়াই চলোৱা আক্ৰমণৰ শেহতীয়া খবৰ অনুসৰি ৰাছিয়াৰ সেনাই এইবাৰ খেৰছন চহৰত আক্ৰমণ চলাইছে। মঙলবাৰে কাহিলী...

FIFA-UEFA ban Russia

ক্ৰীড়াতো পৰিল যুদ্ধৰ প্ৰভাৱ! ফিফা-উৱেফাই নিষিদ্ধ কৰিলে ৰাছিয়াক

ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ আৰু তাৰ পৰৱৰ্তী যুদ্ধৰ প্ৰভাৱ এইবাৰ বিশ্ব ফুটবলতো পৰিল। বিশ্ব ফুটবলৰ দুই শীৰ্ষ সংস্থা ফিফা (ফেডাৰেশ্যন ইন্টাৰনেশ্যনেল...

Faukland vehicle seized.pngby workers

তিনি-চাৰি মাহে দিয়া নাই পাৰিতোষিক; টীয়কত ঠিকাদাৰী প্ৰতিষ্ঠানৰ ফকলেন জব্দ কৰ্মচাৰীৰ

শিৱসাগৰ জিলাত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত নিয়োজিত তথা জিডিচিএল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা উপঠিকা লাভ কৰা ভি এছ ডি ইনফ্ৰা...

কিমান পাৰমাণৱিক অস্ত্ৰ মজুত আছে ৰাছিয়াৰ হাতত ?

কিমান পাৰমাণৱিক অস্ত্ৰ মজুত আছে ৰাছিয়াৰ হাতত ?

পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ সমূহৰ ভিতৰত ৰাছিয়াও এখন। শেহতীয়াকৈ ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব বুলি ভাবুকি দিয়াৰ পিছতেই ইউক্ৰেইনে...

Lily the Young girl viral video about war

“মই পৃথিৱীত শান্তি বিচাৰো”: যুদ্ধৰ বিভীষিকাৰ মাজতে শান্তিৰ বাণীৰে চৰ্চাত এগৰাকী শিশু

যুদ্ধবিধস্ত ইউক্ৰেইনত এতিয়া কেৱল আতংক, যুদ্ধৰ দাবানল। যুদ্ধৰ বিভীষিকাই হৰি নিছে ইউক্ৰেইনৰ কত শিশুৰ শৈশৱৰ আনন্দ! যিসকলৰ পৃথিৱীত কেৱল ৰঙ...

India on Russia-Ukraine war

প্ৰসঙ্গ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: শীঘ্ৰেই উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰেই যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ এখন বৈঠকত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে এই বৈঠকখন বিগত ২৪...

আঁতৰা নাই শংকা: ২২ জুনৰ পৰা কোভিডে পুনৰ সংহাৰৰ সৃষ্টি কৰিব ভাৰতত!

আঁতৰা নাই শংকা: ২২ জুনৰ পৰা কোভিডে পুনৰ সংহাৰৰ সৃষ্টি কৰিব ভাৰতত!

কোভিড ক্ৰমাত দেশৰ পৰা নোহোৱা হৈ পৰিছে বুলি আত্মতুষ্টি লভাৰ সময় হয়তো এতিয়াও হোৱা নাই। কাৰণ কালান্তক কোভিডে ভাৰতৰ পৰা...

Russia-Ukraine crisis

প্ৰসঙ্গঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ: “পদূলি মুখত শত্ৰুৰ শিবিৰ কাৰো কাম্য নহয়”

১৮১২ চনৰ ৰাছিয়া। সেই সময়ৰ ফ্ৰান্সৰ নেপ’লিয়ন বোনাপাৰ্টে আক্ৰমণ কৰিছিল দেশখন। আক্ৰমণৰ বাবে ৰাছিয়াৰ মূল ভূ-খণ্ডলৈ তেতিয়াৰ ৰাছিয়াৰ অংগ আৰু...

Putin on Russia-Ukraine war

শান্তি দূত পুটিন! যুদ্ধৰ বিভীষিকাৰ মাজতে পুটিনৰ শান্তিৰ বাণী!

ইউক্ৰেইন আক্ৰমণ কৰি সমগ্ৰ বিশ্ব সম্প্ৰদায়ৰ গৰিহণাৰ সন্মুখীন হোৱাৰ পাছত যুদ্ধৰ মাজতে এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। এক...

বিজনলাল চৌধুৰী: জাতীয়তাবাদৰ পৰা সমতাৰ সমাজলৈ যাৰ যাত্ৰা

বিজনলাল চৌধুৰী: জাতীয়তাবাদৰ পৰা সমতাৰ সমাজলৈ যাৰ যাত্ৰা

অসম আন্দোলনৰ অগ্নিগৰ্ভ সময়ত আন্দোলনকাৰীসকলে সামাজিক ভাৱে বৰ্জন কৰা বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰীৰ পুত্ৰ বিজনলাল চৌধুৰীয়ে হোমেন বৰগোহাঞি সম্পাদিত 'নাগৰিক'ৰ...

Page 2843 of 6678 1 … 2,842 2,843 2,844 … 6,678

Stay Connected

Recent News