গাড়ী চলোৱাৰ সময়তো মোবাইল ফোনত চালকে পাতিব পাৰিব কথা : নীতিন গাডকাৰী
গাড়ী চলোৱাৰ সময়ত মোবাইল ফোনত কথা পতাটো এক গুৰুতৰ অপৰাধ হিচাবে গণ্য কৰা হয়। এনে কাৰ্যৰ বাবে অভিযুক্ত ব্যক্তিক যান-বাহন...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
গাড়ী চলোৱাৰ সময়ত মোবাইল ফোনত কথা পতাটো এক গুৰুতৰ অপৰাধ হিচাবে গণ্য কৰা হয়। এনে কাৰ্যৰ বাবে অভিযুক্ত ব্যক্তিক যান-বাহন...
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বুল্ড’জাৰত উচ্চতম ন্যায়ালয়ৰ ব্ৰেক। যোগীয়ে আৰু চলাব নোৱাৰিব বুল্ড’জাৰ। উত্তৰ প্ৰদেশ চৰকাৰে ২০১৯ ৰ নাগৰিকত্ব...
বিদ্যালয়ৰ পৰীক্ষাত নিম্ন ফলাফলক লৈ হোৱা বিবাদৰ ফলত এজন ১৫ বছৰীয়া কিশোৰে গুলীয়াই হত্যা কৰিছে নিজ পিতৃ-মাতৃৰ লগতে ১০ বছৰীয়া...
শনিবাৰে ছত্তীশগড়ৰ নক্সাল অধ্যুষিত বিজাপুৰ জিলাত নক্সালৰ সৈতে হোৱা সংঘৰ্ষত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চিআৰপিএফ) এজন বিষয়া নিহত হয় ।...
কৰ্ণাতকৰ হিজাব বিতৰ্কই দেশজুৰি আলোড়নৰ সৃষ্টি কৰাৰ সময়তে এই বিষয়ত এই সন্দৰ্ভত ছ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰি নিলম্বিত হ’বলগীয়া হৈছে...
প্ৰখ্যাত উদ্যোগপতি তথা বাজাজ গোটৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল বাজাজৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। ৰাহুল...
এক গুৰুতৰ সাংবিধানিক সংকটৰ দিশে ধাৱমান হৈছে পশ্চিমবংগ। আজি পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰে ৰাজ্যিক বিধানসভাৰ সকলো কাম-কাজ নিষ্ক্ৰিয় কৰি দিবলৈ...
ভাৰতীয় ক্ৰিকেটাৰ ঈশান কিষণ আইপিএল মেগা নিলাম ২০২২ত এতিয়ালৈকে বিক্ৰী হোৱা খেলুৱৈৰ তালিকাত আটাইতকৈ অধিক দৰত বিক্ৰী হৈছে। খেলুৱৈজনক ১৫.২৫...
কেন্দ্ৰীয় চৰকাৰে বিগত ২০০৪ চনৰ জানুৱাৰী মাহৰ পৰা পুৰণি পেন্সন ব্যৱস্থা বাতিল কৰি নতুনকৈ ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা গ্ৰহণ কৰাত প্ৰতিবাদত...
কৰ্ণাটকত সৃষ্টি হোৱা হিজাব বিতৰ্কই এতিয়া দেশ পাৰ হৈ বিদেশতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ আমেৰিকায়ো এই বিতৰ্কত ভাগলৈ ভাৰতক অস্বত্বিত...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd