অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি
কৰ্তব্য পালন কৰি প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ ছয়গৰাকী বিষয়া আৰু জোৱানক বুধবাৰে শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। সমগ্ৰ দেশৰ লগতে...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
কৰ্তব্য পালন কৰি প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ ছয়গৰাকী বিষয়া আৰু জোৱানক বুধবাৰে শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। সমগ্ৰ দেশৰ লগতে...
মণিপুৰত কুকি আৰু নগা জনগোষ্ঠীৰ মাজত চলি থকা সংঘাতৰ মাজতে পুনৰ অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। বুধবাৰে (২১ অক্টোবৰ) পুৱা ৰাজ্যখনৰ...
দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI)ৰ গ্ৰাহকৰ ব্যক্তিগত তথ্য ফাদিলৰ সম্ভাৱ্য ঘটনাই চাইবাৰ সুৰক্ষাক লৈ নতুনকৈ...
দিল্লী উচ্চ ন্যায়ালয়ে বুধবাৰে ‘ককৰোচ জনতা পাৰ্টী’ৰ নেতা আশুতোষ ৰাংকা আৰু সৌৰভ দাসক তীব্ৰ ভৰ্ৎসনা কৰে। দণ্ডাধীশৰ...
নতুন দিল্লীস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসগৃহৰ সমীপত অৱস্থিত ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে।...
পেৰিছৰ পৰা উভতি অহাৰ পিছত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰায় তিনি ঘণ্টা ধৰি আৱদ্ধ কৰি...
এছিয়ান পেৰা গেমছত বুধবাৰে পুৰুষৰ হাই জাম্পৰ 'টি৪৪/৬৪' শাখাত ভাৰতৰ প্ৰবীণ কুমাৰে ২.০৫ মিটাৰ জাঁপেৰে নতুন অভিলেখ গঢ়াৰ লগতে স্বৰ্ণ...
ভাৰতৰ শক্তি যোগান ব্যৱস্থাত আমেৰিকাৰ অধিক অংশগ্ৰহণ বিচাৰিছে মার্কিন বিদেশ সচিব মাৰ্কো ৰুবীঅ’ই। ২০ অক্টোবৰ, মঙলবাৰে ভাৰত ভ্ৰমণৰ প্ৰথম দিনা...
মুম্বাইৰ জুহু অঞ্চলত অভিনেতা টাইগাৰ শ্ৰফৰ ওপৰত ১৮ অক্টোবৰ, দেওবাৰে নিশা সংঘটিত গুলীচালনাৰ ঘটনাত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে মুম্বাই...
ক’ভিড-১৯ মহামাৰীৰ সময়ত চিকিৎসা সুৰক্ষা সামগ্ৰী যোগান ধৰাৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অপৰাধত ব্ৰিটেইনত কাৰাবাস খাটিবলগীয়া হৈছে ভাৰতীয়...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd