NE NOW NEWS

ৰিদীপ শৰ্মা, কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Republic day Kaliabor

সমগ্ৰ দেশবাসীৰ লগতে কলিয়াবৰতো ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

সমগ্ৰ দেশবাসীৰ লগতে কাইলৈ কলিয়াবৰতো গণৰাজ্য দিৱস উদযাপনৰ বাবে মহকুমা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। মাৰ্চপাষ্টৰ অনুশীলনৰ অন্তিম আখৰাত...

cattle syndicate

ৰক্ষকেই এতিয়া ভক্ষক! গো সুৰক্ষা আইন অনা ৰাজ্যৰ বিজেপি চৰকাৰৰ শাসনত কিমান সুৰক্ষিত গো-ধন?

ৰাজ্যত গো সুৰক্ষা আইন আনি গৰু সুৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ শাসনত কিমান সুৰক্ষিত...

WhatsApp Image 2022-01-25 at 10.45.39 AM

ৰাজ্যত অনিৰ্দিষ্ট কালৰ বাবে বিদ্যালয়ৰ অষ্টম শ্ৰেণীলৈকে স্থগিত ৰখা হৈছে শ্ৰেণীকোঠাৰ পাঠদান

অসম চৰকাৰে সোমবাৰে সন্ধিয়া জাৰি কৰা নতুন সংশোধিত এছঅ’পি অনুসৰি ৰাজ্যখনৰ বিদ্যালয়সমূহত অষ্টম শ্ৰেণীলৈকে অফলাইন অৰ্থাৎ শ্ৰেণীকোঠাৰ পাঠদান অনিৰ্দিষ্ট কাললৈ...

উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত অটুট থাকিল ২০১৭চনত বিদেশী ঘোষিত মহিলাৰ নাগৰিকত্ব

উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত অটুট থাকিল ২০১৭চনত বিদেশী ঘোষিত মহিলাৰ নাগৰিকত্ব

বিগত ২০১৭চন বিদেশী বুলি ঘোষিত শিলচৰৰ এগৰাকী মহিলাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত যোৱা সপ্তাহত ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰা...

নগাঁৱত ভূৱা এনকাউন্টাৰৰ ঘটনা; ৰাজপথ অৱৰোধ কৰি ছাত্র সমাজৰ উত্তাল প্ৰতিবাদ

নগাঁৱত ভূৱা এনকাউন্টাৰৰ ঘটনা; ৰাজপথ অৱৰোধ কৰি ছাত্র সমাজৰ উত্তাল প্ৰতিবাদ

ছাত্র নেতা কীৰ্তি কমল বৰাক ভূৱা এনকাউন্টাৰৰ বলি কৰা ঘটনাৰ পাছতে এটা নিশাৰ ভিতৰতেই নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ হিৰোৰ...

Deadbody recovered

লিডুত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ; প্ৰকৃত তথ্য বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত

এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ ঘটানাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। সোমবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলা অঞ্চলৰ...

accident Rauta

ৰৌতাৰ সৰ্বহেৰুৱাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুই চালক, আহত আন দুজন

ওদালগুৰিৰ ৰৌতাৰ সৰ্বহেৰুৱাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় দুই গাড়ী চালক। সৰ্বহেৰুৱাৰ ১৫ নং ৰাষ্ট্ৰীয়...

অমিক্রনৰ ত্ৰাসৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত আফ্ৰিকাৰ তিনি ছাত্ৰ কোভিড পজিটিভ

ৰাজ্যত আজি কিমান লোক আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

ৰাজ্যত আজিৰ দিনটোত পাঁচ সহস্ৰাধিক লোক কোভিডত আক্ৰান্ত, মৃতকৰ সংখ্যাও উদ্বেগজনক। কালান্তক ৰূপ হৈ অসমত পুনৰ সংক্ৰমিত হৈছে কোভিড। প্ৰতিদিনে...

a sbi-banbk-1575953914

ফেব্ৰুৱাৰী মাহত কিমান দিন ধৰি বন্ধ থাকিব বেংক? জানক সম্পূৰ্ণ তালিকা

২০২২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত কিমান দিন বন্ধ থাকিব বেংক? বেংক বন্ধৰ ওপৰত ভিত্তি কৰিয়েই আপুনি যুগুতাই উলিয়াব লাগিব আপোনাৰ বেংক...

Page 2911 of 6681 1 … 2,910 2,911 2,912 … 6,681

Stay Connected

Recent News