NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

কেৰালাৰ পিছত তামিলনাডু! দক্ষিণৰ দুয়োখন ৰাজ্যতে এইবাৰ AI মন্ত্ৰী

কেৰালাৰ পিছত তামিলনাডু! দক্ষিণৰ দুয়োখন ৰাজ্যতে এইবাৰ AI মন্ত্ৰী

প্ৰযুক্তিৰ সৈতে হাতে হাতে আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতৰ শাসন ব্যৱস্থাত এক ঐতিহাসিক বিৱৰ্তন আৰম্ভ হৈছে। কেৰেলাই এদিন আগতে কৰিছিল।...

“নিজৰ নিজৰ সা-সামগ্ৰী লৈ এতিয়াই ঘৰলৈ যাওক” : ৮ হাজাৰ কৰ্মচাৰীক বৰ্খাস্তৰ জাননী দি বিতৰ্কত মেটা

“নিজৰ নিজৰ সা-সামগ্ৰী লৈ এতিয়াই ঘৰলৈ যাওক” : ৮ হাজাৰ কৰ্মচাৰীক বৰ্খাস্তৰ জাননী দি বিতৰ্কত মেটা

শেহতীয়াকৈ একেলগে প্ৰায় ৮ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে মেটা কোম্পানীয়ে । ইয়াৰ ফলত কোম্পানীটোৰ মুঠ কৰ্মচাৰীৰ প্ৰায় ১০...

ট্ৰাম্প-নেতানিয়াহুৰ মাজত উত্তপ্ত ফোনালাপ; ইৰাণ যুদ্ধৰ ভৱিষ্যতক লৈ তীব্ৰ মতানৈক্য

ট্ৰাম্প-নেতানিয়াহুৰ মাজত উত্তপ্ত ফোনালাপ; ইৰাণ যুদ্ধৰ ভৱিষ্যতক লৈ তীব্ৰ মতানৈক্য

ইৰাণ যুদ্ধৰ ভৱিষ্যতক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মাজত তীব্ৰ মতানৈক্য দেখা দিছে। মঙলবাৰে দুয়োগৰাকী...

পুনৰ দুৰ্ঘটনাত এয়াৰ ইণ্ডিয়াৰ বিমান : ৰাণৱেত ঘঁহনি খালে বিমানৰ ফিছা

পুনৰ দুৰ্ঘটনাত এয়াৰ ইণ্ডিয়াৰ বিমান : ৰাণৱেত ঘঁহনি খালে বিমানৰ ফিছা

পুনৰ এক দুৰ্ঘটনাৰ সন্মুখীন হৈছে এয়াৰ ইণ্ডিয়াৰ এখন বিমান। বৃহস্পতিবাৰে বেংগালুৰু বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত বিমানখনৰ পিছফালৰ অংশ ৰাণৱেত ঘঁহনি...

উদ্বিগ্ন ব্ৰাজিল! বিশ্বকাপ দলত স্থান লাভ কৰাৰ পিছত পুনৰ আঘাতপ্ৰাপ্ত নেইমাৰ

উদ্বিগ্ন ব্ৰাজিল! বিশ্বকাপ দলত স্থান লাভ কৰাৰ পিছত পুনৰ আঘাতপ্ৰাপ্ত নেইমাৰ

আঘাত অতিক্ৰম কৰি তেওঁ বিশ্বকাপ দলত স্থান লাভ কৰিছে যদিও আঘাতে নেইমাৰৰ পিছ এৰা নাই। ব্ৰাজিলৰ বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত হোৱাৰ...

‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৰাহি হ’ব ৭ লাখ কোটি টকা : সংবাদমেলত জেপিচিৰ অধ্যক্ষ সাংসদ পি পি চৌধুৰী

‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৰাহি হ’ব ৭ লাখ কোটি টকা : সংবাদমেলত জেপিচিৰ অধ্যক্ষ সাংসদ পি পি চৌধুৰী

পৰিকল্পিত ‘এক দেশ, এক নিৰ্বাচন’ ব্যৱস্থা সম্পৰ্কে মতামত আগবঢ়াইছে ‘ৱান নেচন, ৱান ইলেকচন’ সংক্ৰান্তীয় যৌথ সংসদীয় কমিটিয়ে। কমিটিৰ মতে এই...

ভাৰততো ইবোলা ভাইৰাছৰ সতৰ্কতা! যাত্ৰীৰ বাবে স্বাস্থ্য পৰামৰ্শ দিল্লী বিমানবন্দৰৰ; জানক লক্ষণ আৰু প্ৰতিৰোধৰ উপায়  

ভাৰততো ইবোলা ভাইৰাছৰ সতৰ্কতা! যাত্ৰীৰ বাবে স্বাস্থ্য পৰামৰ্শ দিল্লী বিমানবন্দৰৰ; জানক লক্ষণ আৰু প্ৰতিৰোধৰ উপায়  

মধ্য আফ্ৰিকাৰ পৰা বিয়পি পৰা মাৰাত্মক ইব’লা ভাইৰাছৰ  ক্ৰমবৰ্ধমান ভাবুকিৰ মাজতে ভাৰত চৰকাৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই...

দেশৰ পৰা নিৰ্মূল হোৱাৰ পথত মাওবাদ! অস্ত্ৰসম্বৰণ কৰি মূলসূঁতিলৈ ঘূৰি আহিল ২৫ গৰাকী বিদ্ৰোহী

দেশৰ পৰা নিৰ্মূল হোৱাৰ পথত মাওবাদ! অস্ত্ৰসম্বৰণ কৰি মূলসূঁতিলৈ ঘূৰি আহিল ২৫ গৰাকী বিদ্ৰোহী

ভাৰতক মাওবাদমুক্ত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ মাজতে ঝাৰখণ্ডত এক বৃহৎ সফলতা লাভ কৰিছে যৌথ বাহিনীয়ে। ঝাৰখণ্ড...

বিয়াৰ, চেম্পেইন আৰু চিগাৰেট? ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ীয়ে মিছা প্ৰমাণ কৰিলে হোটেল পাৰ্টীৰ ভাইৰেল বিল

বিয়াৰ, চেম্পেইন আৰু চিগাৰেট? ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ীয়ে মিছা প্ৰমাণ কৰিলে হোটেল পাৰ্টীৰ ভাইৰেল বিল

ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম এক গৌৰৱোজ্জ্বল নিশাৰ দুৰ্লভ স্মাৰক বুলি ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ৰেষ্টুৰেণ্টৰ বিল সম্পূৰ্ণ ভুৱা বুলি...

‘মূৰ্খ অশিক্ষিতসকলক ভোট নিদিব’, বিৰূপ মন্তব্যত তোলপাৰ ছচিয়েল মিডিয়া! কি হেৰুৱাব লগা হ’ল বিশালে?

‘মূৰ্খ অশিক্ষিতসকলক ভোট নিদিব’, বিৰূপ মন্তব্যত তোলপাৰ ছচিয়েল মিডিয়া! কি হেৰুৱাব লগা হ’ল বিশালে?

NEET প্ৰশ্ন ফাদিলক লৈ ছ’চিয়েল মিডিয়াত চৰকাৰক তীব্ৰ সমালোচনা কৰে বিশাল দাদলানীয়ে। সূত্ৰ অনুসৰি চৰকাৰক সমালোচনা কৰাৰ বাবেই ইণ্ডিয়ান আইডলৰ...

Page 292 of 6709 1 … 291 292 293 … 6,709

Stay Connected

Recent News