NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Rakesh Tikait

পাঁচ ৰাজ্যৰ নিৰ্বাচন: ৰাজনৈতিক দলক সমৰ্থনৰ বাতৰি অস্বীকাৰ কৃষক নেতা ৰাকেশ টিকাইটৰ

ভাৰতীয় কিষাণ ইউনিয়নৰ (বিকেইউ) নেতা ৰাকেশ টিকাইটে পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কোনো ৰাজনৈতিক দলক সমৰ্থন আগবঢ়োৱাৰ বাতৰি অস্বীকাৰ...

কোকৰাঝাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

কোকৰাঝাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

কোকৰাঝাৰ আৰক্ষীৰ এক অভিযানত কোকৰাঝাৰ বৰুৱাপাৰাৰ পৰা ড্ৰাগছ ভৰ্তি মুঠ ১৮৬ কণ্টেইনাৰ জব্দ কৰা লগতে গুল হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক...

Lakhimpur Kheri violence

লখিমপুৰ খেৰী হত্যাকাণ্ড: মন্ত্ৰীপুত্ৰৰ জামিন আবেদনৰ ওপৰত আদালতৰ আদেশ বাহাল

এলাহাবাদ উচ্চ ন্যায়ালয়ে মঙলবাৰে লখিমপুৰ খেৰী ঘটনাত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ জামিন আবেদনৰ ওপৰত পূৰ্বৰ আদেশ বাহাল...

UP election

সমুখত নিৰ্বাচন: সমাজবাদী পাৰ্টিৰ শিবিৰত বৃহৎ আঘাত, অখিলেশ যাদৱৰ ভাতৃপত্নীৰ বিজেপিত যোগদান

আগন্তুক নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ ৰাজনীতিত বুলিছে দল সলনিৰ বতাহ। কিছুদিন পূৰ্বে বিজেপি চৰকাৰৰ তিনিজন মন্ত্ৰীকে ধৰি কেইবাজনো বিধায়ক সমাজবাদী...

COVID-19 Update

COVID-19 Update: সাৱধান! দেশত উদ্বেগজনকভাৱে বৃদ্ধি কৰ’ণাৰ দৈনিক সংক্ৰমণ

দেশত কৰ’ণাৰ উৰ্দ্ধগামী সংক্ৰমণে উদ্বেগৰ সৃষ্টি কৰিছে। সোমবাৰে কৰ’ণাৰ সংক্ৰমণ সামান্য হ্ৰাস পোৱাৰ পিছত মঙ্গলবাৰে ভয়াৱহভাৱে বৃদ্ধি পায় সংক্ৰমণ। আজি...

Assam

টীয়কত ভয়ংকৰ অগ্নিকাণ্ড, ১০ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ

যোৱা নিশা টীয়কত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। টীয়কৰ হস্পিতেল তিনিআলিস্থিত প্ৰজ্ঞা গ্ৰ'চাৰীত এই অগ্নিকাণ্ড সংঘটিত হয়। চৰ্ট চাৰ্কিটৰ...

Assam Police

ধুবুৰী আৰক্ষীৰ বৃহৎ সফলতা, ধুবুৰীৰ সন্ধানহীন নাবালিকাক মহাৰাষ্ট্ৰত উদ্ধাৰ

ধুবুৰী আৰক্ষীয়ে এক সফল অভিযানৰ অন্তত সন্ধানহীন হৈ থকা এগৰাকী নাবালিকাক মহাৰাষ্ট্ৰৰ পালঘৰৰ পৰা উদ্ধাৰ কৰিছে। ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিত...

Assam

গুৱাহাটী ৰে’লৱে ষ্টেচনত ভয়ংকৰ ঘটনা, বিদ্যুৎপৃষ্ট হৈ মৃত্যু ৰে’ল চালকৰ

গুৱাহাটী ৰে’লৱে ষ্টেচনত যোৱা নিশা সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু হৈছে শিৱ শইকীয়া নামৰ এজন ৰে’ল চালকৰ। হাই...

INS Ranvir

ভাৰতীয় নৌসেনা জাহাজ আইএনএছ ৰণবীৰত বিস্ফোৰণ, তিনি সেনা জোৱানৰ মৃত্যু

ভাৰতীয় নৌসেনাৰ ধ্বংসকাৰী জাহাজ আইএনএছ ৰণবীৰত বিস্ফোৰণৰ ফলত তিনিজন নৌসেনা জোৱানৰ মৃত্যু হৈছে।লগতে এই বিস্ফোৰণৰ ফলত আহত হৈছে ১১ জনতকৈও...

Assam

দুবছৰে সন্ধানহীন ওদালগুৰিৰ নাবালক ছাত্রৰ সন্ধান ওলাল উত্তৰ প্ৰদেশত

ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত মাজবাট চাহ বাগিচাৰ নিউ লাইনৰ নিবাসী ভীম ভৌমিজৰ সন্ধানহীন পুত্ৰ অজয় ভৌমিজক (১৪)অৱশেষত উদ্ধাৰ কৰা...

Page 2928 of 6684 1 … 2,927 2,928 2,929 … 6,684

Stay Connected

Recent News