NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

UGC1-750x360

UGCৰ ২০২০-২১বৰ্ষৰ চৰকাৰী স্কলাৰশ্বিপৰ আবেদনৰ সময়সীমা বৃদ্ধি; চাওক সৱিশেষ

বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC)য়ে চৰকাৰী স্কলাৰশ্বিপৰ অনলাইন আবেদনৰ সময়সীমা বৃদ্ধি কৰিছে। যিসকল শিক্ষাৰ্থীয়ে এতিয়াও ২০২০-২১শিক্ষাবৰ্ষত পুনৰ্নবীকৰণ কৰা নাই তেওঁলোকে অহা...

২০২০ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমৰ নাম উজলাবলৈ সক্ষম হোৱা  মানৱ অধিকাৰ কৰ্মী গৰাকী

২০২০ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমৰ নাম উজলাবলৈ সক্ষম হোৱা মানৱ অধিকাৰ কৰ্মী গৰাকী

অন্ধবিশ্বাস তথা আন্ধাৰ বিনাশী উদ্দীপ্ত সূৰুযৰ আভাৰ পৰসেৰে মানৱ জীৱনলৈ কঢ়িয়াই আনে আশাৰ সঞ্চাৰৰ লগতে অফুৰন্ত শক্তি। কঢ়িয়াই আনে প্ৰাচুৰ্যৰে...

জেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বুটা সিঙৰ দেহাৱসান

জেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বুটা সিঙৰ দেহাৱসান

জেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বুটা সিঙৰ শনিবাৰে ৮৬ বছৰ বয়সত দেহাৱসান ঘটে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন...

মেলবৰ্ণত ভাৰতীয় ক্ৰিকেটাৰৰ ৰেষ্টুৰেণ্টৰ বিল আদায় দিলে অনুৰাগীয়ে

মেলবৰ্ণত ভাৰতীয় ক্ৰিকেটাৰৰ ৰেষ্টুৰেণ্টৰ বিল আদায় দিলে অনুৰাগীয়ে

অষ্ট্ৰেলিয়া ভ্ৰমণত ব্যস্ত থকা ভাৰতীয় ক্ৰিকেট দলৰ ৰেষ্টুৰেণ্টৰ বিল আদায় দিলে এগৰাকী ভাৰতীয় ক্ৰিকেট দলৰ অনুৰাগীয়ে। মেলবৰ্ণৰ এখন ৰেষ্টুৰেণ্টত নৱলদ্বীপ...

WhatsApp Image 2021-01-02 at 10.46.22 AM

কৃষি আইনৰ প্ৰতিবাদ! বিজেপি নেতাৰ ঘৰৰ সন্মুখত প্ৰতিবাদকাৰীয়ে সজালে গোবৰৰ দম

চৰকাৰৰ সৈতে বাৰে বাৰে আলোচনা কৰিলেও এমাহ ধৰি চলি থকা কৃষক বিক্ষোভৰ সমাধান সূত্ৰ ওলোৱা নাই । কৃষি আইনক লৈ...

প্ৰচণ্ড শীতৰ বাবে টিকৰি সীমান্তত পুনৰ এগৰাকী প্ৰতিবাদী কৃষকৰ মৃত্যু

প্ৰচণ্ড শীতৰ বাবে টিকৰি সীমান্তত পুনৰ এগৰাকী প্ৰতিবাদী কৃষকৰ মৃত্যু

বৃহস্পতিবাৰে নিশা দিল্লী সীমান্তত পুনৰ এগৰাকী প্ৰতিবাদী কৃষকৰ মৃত্যু হয়। দিল্লী সীমান্তৰ টিকৰিৰ প্ৰতিবাদস্থলীত বৃহস্পতিবাৰে নিশা ৬৪ বছৰীয়া হাৰিয়ানাৰ কৃষক...

135314ff8e28c20ebd8b4052c6a25f9e

মানৱতাৰ অপমৃত্যু! প্ৰেমিকৰ কামনা পূৰণ কৰিবলৈ গৈ নাবালিকা কন্যাক ধৰ্ষণত সহায় মাতৃৰ

যেন হেৰাই গ’ল মাতৃত্বৰ সংজ্ঞা। পৃথিৱীৰ আটাইতকৈ নিৰাপদ মাতৃৰ আশ্ৰয়ো হৈ পৰিল জীৱনৰ নিষ্ঠুৰ সময়ৰ সাক্ষী। নিজৰ কন্যাৰ জীৱনৰ সৰ্বনাশ...

ত্ৰিপুৰা বিজেপিত কলহ; বিধায়ক সুশান্ত চৌধুৰীৰ ৰাজ্যিক বিজেপিৰ পৰা পদত্যাগ

ত্ৰিপুৰা বিজেপিত কলহ; বিধায়ক সুশান্ত চৌধুৰীৰ ৰাজ্যিক বিজেপিৰ পৰা পদত্যাগ

ত্ৰিপুৰাৰ বিজেপিৰ বিধায়ক সুশান্ত চৌধুৰীয়ে দলৰ ৰাজ্যিক সমিতিৰ পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে। সুশান্ত চৌধুৰী মজলিছপুৰ সমষ্টিৰ বিধায়ক আৰু শুকুৰবাৰে...

Leopard-1140x570

মহানগৰীত মৃত নাহৰফুটুকী উদ্ধাৰ

মহানগৰীৰ মালিগাঁও অঞ্চলত বন বিভাগৰ বিষয়াসকলে শুকুৰবাৰে এটা ছয় মহীয়া নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ কৰে। মালিগাঁৱৰ মাধৱদেৱ নগৰত মৃত পোৱালি নাহৰফুটুকী...

Step_by_steprock_climbing_training

৩ জানুৱাৰীৰ পৰা এক্সপ্ল’ৰাৰ্ছৰ শৈলাৰোহণৰ প্ৰশিক্ষণ; আগ্ৰহীসকলক যোগাযোগৰ বাবে আহ্বান

দুঃসাহসিক ক্ৰীড়া জগতৰ অগ্ৰণী সংগঠন এক্সপ্ল’ৰাৰ্ছৰ উদ্যোগত অহা দেওবাৰৰ পৰা ক্ৰমাগত ৪ টা দেওবাৰে ৪ দিনীয়া কাৰ্যসূচীৰে এক শৈলাৰোহণ প্ৰশিক্ষণ...

Page 3040 of 5969 1 3,039 3,040 3,041 5,969

Stay Connected

Recent News