• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰা বিজেপিত কলহ; বিধায়ক সুশান্ত চৌধুৰীৰ ৰাজ্যিক বিজেপিৰ পৰা পদত্যাগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 2, 2021 9:59 am

1 min read

ত্ৰিপুৰা বিজেপিত কলহ; বিধায়ক সুশান্ত চৌধুৰীৰ ৰাজ্যিক বিজেপিৰ পৰা পদত্যাগ
426
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ বিজেপিৰ বিধায়ক সুশান্ত চৌধুৰীয়ে দলৰ ৰাজ্যিক সমিতিৰ পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সুশান্ত চৌধুৰী মজলিছপুৰ সমষ্টিৰ বিধায়ক আৰু শুকুৰবাৰে এখন সাংবাদমেল সম্বোধন কৰি চোধুৰীয়ে বিজেপিৰ ৰাজ্যিক সমিতিৰ পৰা পদত্যাগ কৰা বুলি ঘোষণা কৰে।

সুশান্ত চৌধুৰীৰ ঘনিষ্ঠ বিজেপিৰ মজলিছপুৰ মণ্ডল সভাপতি গৌৰাংগ ভৌমিকক বিজেপিৰ পৰা অপসাৰণ কৰাৰ পাছতে সুশান্ত চৌধুৰীয়ে পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে।

গৌৰাংগ ভৌমিকক বৃহস্পতিবাৰে নিশা মজলিছপুৰ মণ্ডল সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছিল।

দলে ভৌমিকৰ স্থানত সুমিত চক্ৰৱৰ্তীক মণ্ডল সমিতিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰে।

কিছুদিন পূৰ্বে সুশান্ত চৌধুৰীয়ে কিছুদিন পূৰ্বে এটা সমদল বাহিৰ কৰিছিল আৰু উক্ত সমদলটো ত্ৰিপুৰাৰ বৰ্তমানৰ বিজেপি নেতৃত্বৰ বিৰোধিতাৰে কৰা সমদল আছিল বুলি ধাৰণা কৰা হৈছিল।

সুশান্ত চৌধুৰীৰ উক্ত সমদল সাফল্য মণ্ডিত কৰাৰ ক্ষেত্ৰত গৌৰাংগ ভৌমিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

উক্ত সমদলৰ পাছতে গৌৰাংগ ভৌমিকক ৰাজ্যিক নেতৃত্বই অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই কথাত ক্ষুন্ন হৈ বিধায়ক সুশান্ত চৌধুৰীয়ো ৰাজ্যিক সমিতিৰ পৰা পদত্যাগৰ সিদ্ধান্ত লয়।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd