NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

নিৰ্বিকাৰ প্ৰশাসন! দেশত বৃদ্ধি পাইছে ভেজাল খাদ্যৰ সন্ত্ৰাস; চৰকাৰৰ ছত্ৰছায়াত চলিছে নেকি ভেজাল খাদ্যৰ ৰমৰমীয়া বেহা

নিৰ্বিকাৰ প্ৰশাসন! দেশত বৃদ্ধি পাইছে ভেজাল খাদ্যৰ সন্ত্ৰাস; চৰকাৰৰ ছত্ৰছায়াত চলিছে নেকি ভেজাল খাদ্যৰ ৰমৰমীয়া বেহা

সমগ্ৰ দেশজুৰি ভেজাল আৰু ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰীৰ পয়োভৰে জনস্বাস্থ্যক লৈ উদ্বেগৰ সৃষ্টি কৰাৰ সময়তে পোহৰলৈ আহিছে আন এক...

অসম বিধানসভা নিৰ্বাচন ২০২৬: ১২৬খন আসনৰ বাবে ৮১৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

অসম বিধানসভা নিৰ্বাচন ২০২৬: ১২৬খন আসনৰ বাবে ৮১৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি এতিয়া তুংগত। ২৩ মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন উকলি যোৱাৰ লগে লগে ৰাজনৈতিক...

২০২৬ৰ নিৰ্বাচনী যুঁজ: গুৱাহাটীৰ ৫খন আসনৰ বাবে ২৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

২০২৬ৰ নিৰ্বাচনী যুঁজ: গুৱাহাটীৰ ৫খন আসনৰ বাবে ২৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ সৰ্ববৃহৎ চহৰ গুৱাহাটীত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। গুৱাহাটীৰ ৫টা গুৰুত্বপূৰ্ণ...

ভাৰতত প্ৰথম: প্ৰকৃতিৰ বুকুলৈ মুকলি কৰি দিয়া হ’ল ৫টাকৈ কৃত্ৰিমভাৱে প্ৰজনন কৰোৱা শগুন

ভাৰতত প্ৰথম: প্ৰকৃতিৰ বুকুলৈ মুকলি কৰি দিয়া হ’ল ৫টাকৈ কৃত্ৰিমভাৱে প্ৰজনন কৰোৱা শগুন

বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প আৰু বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটীৰ যৌথ প্ৰচেষ্টাত...

বিষ উপশমৰ পৰা মানসিক চাপ হ্রাসলৈকে: ‘হাইড্ৰ’থেৰাপী’ কেনেদৰে উপকাৰী?

বিষ উপশমৰ পৰা মানসিক চাপ হ্রাসলৈকে: ‘হাইড্ৰ’থেৰাপী’ কেনেদৰে উপকাৰী?

​​শৰীৰৰ নানা ধৰণৰ ৰোগ নিৰাময়ৰ বাবে এতিয়া ঔষধ সেৱন কৰা বা অস্ত্ৰোপচাৰৰ কাষ চপাৰ প্ৰয়োজন নাই। কেৱল পানীত ডুব মাৰিয়েই...

বিকশিত ভাৰত’ত মতবিৰোধ আৰু বিতৰ্কৰ বাবে অধিক স্থান থাকিব লাগিব: ন্যায়াধীশ উজ্জ্বল ভূঞা

বিকশিত ভাৰত’ত মতবিৰোধ আৰু বিতৰ্কৰ বাবে অধিক স্থান থাকিব লাগিব: ন্যায়াধীশ উজ্জ্বল ভূঞা

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই দেওবাৰে বেংগালুৰুত অনুষ্ঠিত উচ্চতম ন্যায়ালয় বাৰ এছ’চিয়েশ্যনৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি 'বিকশিত ভাৰত'ৰ ধাৰণা আৰু...

মনোনয়ন দাখিলৰ অন্তিম দিনা কংগ্ৰেছৰ ব্যাপক শক্তি প্ৰদৰ্শন: বিশাল সমদলৰে যোৰহাটত গৌৰৱ গগৈ মনোনয়ন দাখিল

মনোনয়ন দাখিলৰ অন্তিম দিনা কংগ্ৰেছৰ ব্যাপক শক্তি প্ৰদৰ্শন: বিশাল সমদলৰে যোৰহাটত গৌৰৱ গগৈ মনোনয়ন দাখিল

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা অৰ্থাৎ সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সমগ্ৰ ৰাজ্যতে ব্যাপক শক্তি প্ৰদৰ্শন...

প্ৰকৃতি আৰু মানুহৰ সম্পৰ্কৰ নতুন আধাৰ: গুৱাহাটীত “লেণ্ডস্কেপিং ছাবজেক্টিভিটী” শীৰ্ষক বিশেষ  শিল্প প্ৰদৰ্শনীৰ আৰম্ভণি

প্ৰকৃতি আৰু মানুহৰ সম্পৰ্কৰ নতুন আধাৰ: গুৱাহাটীত “লেণ্ডস্কেপিং ছাবজেক্টিভিটী” শীৰ্ষক বিশেষ শিল্প প্ৰদৰ্শনীৰ আৰম্ভণি

গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি আজি অৰ্থাৎ ২৩ মাৰ্চ তাৰিখে গীল্ডৰ বীথিকাত "লেণ্ডস্কেপিং ছাবজেক্টিভিটী" (Landscaping...

ভেৰগাঁও সমষ্টিৰ পৰা প্ৰভাত দাস পানিকাসহ ঝাৰখণ্ড মুক্তি মৰ্চাৰ ২১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ভেৰগাঁও সমষ্টিৰ পৰা প্ৰভাত দাস পানিকাসহ ঝাৰখণ্ড মুক্তি মৰ্চাৰ ২১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

এইবাৰ অসমত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ঝাৰখণ্ড মুক্তি মৰ্চাই। আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ২১ গৰাকী প্ৰাৰ্থীৰ তালিকা আনুষ্ঠানিকভাৱে...

দিছপুৰৰ পৰা নিৰ্দলীয় হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিলে জয়ন্ত দাসে; জনালে ভাবুকি পোৱাৰ কথা

দিছপুৰৰ পৰা নিৰ্দলীয় হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিলে জয়ন্ত দাসে; জনালে ভাবুকি পোৱাৰ কথা

বিজেপিৰ প্ৰাক্তন জ্যেষ্ঠ নেতা জয়ন্ত দাসে সোমবাৰে দিছপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে। ৩৫ বছৰ ধৰি...

Page 335 of 6647 1 334 335 336 6,647

Stay Connected

Recent News