• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শ্ৰেয়াছ আয়াৰৰ বিধ্বংসী শতকেৰে লক্ষ্ণৌক পৰাস্ত কৰি প্লে অফৰ দৌৰত বৰ্তি থাকিল পঞ্জাৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2026 7:57 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত আইপিএল-২০২৬ৰ ৬৮ সংখ্যক খেলত পঞ্জাৱ আৰু লক্ষ্ণৌ মুখামুখি হয়। পঞ্জাৱৰ বাবে সেয়া আছিল বৰ্তি থকাৰ যুঁজ। গুৰুত্বপূৰ্ণ খেলখনত অধিনায়ক শ্ৰেয়াছ আয়াৰে দলটোক দুৰ্দান্ত বেটিং প্ৰদৰ্শনেৰে জয়ৰ দিশে আগুৱাই লৈ যায়। দুটা অভাৰ বাকী থকা অৱস্থাত পঞ্জাবে ৭ উইকেটত জয়লাভ কৰে। ফলত ১৫ পইণ্টেৰে চতুৰ্থ স্থানলৈ উন্নীত হয় পঞ্জাৱ। লগতে শেষৰ চাৰিটা স্থানত উপনীত হোৱাৰ আশাও জীয়াই ৰাখিলে।

টছত জয়ী হৈ পঞ্জাবে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে ৬টা উইকেট হেৰুৱাই ১৯৬ ৰান সংগ্ৰহ কৰে। এই ৰানত যশ ইংলিছে সৰ্বাধিক অৰিহণা যোগায়। তেওঁৰ ৪৪ বলৰ ৭২ ৰানৰ ইনিংছত ৯টা চাৰি আৰু ২টা ছয় আছিল।

Apply Now

তেওঁ আউট হোৱাৰ পিছত বেটিঙত আন কোনোৱে বিশেষ চমক দেখুৱাব পৰা নাছিল। আয়ুষ বদোনীয়ে চেষ্টা কৰিছিল যদিও ৪৩ ৰান কৰি ড্ৰেছিং ৰুমলৈ উভতি যায়। বাকীসকলৰ ভিতৰত আব্দুল ছামাদ (৩৭), ঋষভ পন্ত (২৬), অৰ্জুন তেণ্ডুলকাৰ (৫), নিকোলাছ পুৰাণ (২), মুকুল চৌধুৰী (১) ৰানৰ অৰিহণা যোগায়।

ইয়াৰ প্ৰত্যুত্তৰত পঞ্জাৱে আৰম্ভণিতে প্ৰিয়ংশ আৰ্য্যৰ উইকেট হেৰুৱায় যদিও সতীৰ্থসকলে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। পঞ্জাৱৰ বেটছমেনে খুতি পুতি বহি ৰ’ল। এই জয়ৰ মূল কাৰণ আছিল অধিনায়ক শ্ৰেয়াছ আয়াৰ। ৫১টা বলৰ পৰা তেওঁৰ ১০১ ৰান (অপৰাজিত) ইনিংছত দলটোৱে এখন গুৰুত্বপূৰ্ণ মেচত জয়লাভ কৰে। তেওঁৰ ইনিংছত ১১টা চাৰি আৰু ৫টা ছয় আছিল।

তদুপৰি প্ৰভসিমৰণেও শ্ৰেয়াছৰ সৈতে সংগ দিয়ে। তেওঁ ৩৯টা বলত ৬৯ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলিছিল। কুপাৰ কনলি (১৮) আৰু সূৰ্য্যংশে (৯) সামান্য ৰানৰ অৰিহণা যোগায়।

পঞ্জাৱৰ হৈ মাৰ্কো জান্সেন আৰু যুজবেন্দ্ৰ চাহালে ২টাকৈ উইকেট দখল কৰে। ইয়াৰ উপৰিও এ ওমৰজাই আৰু শশাংক সিঙে ১টাকৈ উইকেট দখল কৰে।

আনহাতে, লক্ষ্ণৌৰ বলিং সম্পূৰ্ণ নিষ্ক্ৰিয় হৈ পৰিছিল। মহম্মদ ছামীয়ে ২টা আৰু অৰ্জুন তেণ্ডুলকাৰে ১টা উইকেট দখল কৰে। ইয়াৰ বাহিৰে বাকীবোৰ সফল নহ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am
পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

October 4, 2026 10:28 am
সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

October 4, 2026 9:52 am
আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am
পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

October 4, 2026 10:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd