NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

ক’ৰ’নাৰ দ্ৰুত সংক্ৰমণৰ বাবে মেঘালয়ত পুনৰ ধৰ্মীয় স্থান বন্ধ ৰখাৰ সিদ্ধান্ত

ক’ৰ’নাৰ দ্ৰুত সংক্ৰমণৰ বাবে মেঘালয়ত পুনৰ ধৰ্মীয় স্থান বন্ধ ৰখাৰ সিদ্ধান্ত

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ধৰ্মীয় স্থান সমূহ পুনৰ খোলাৰ অনুমতি দিয়াৰ পাছত মেঘালয় চৰকাৰে বৰ্দ্ধিত ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ...

SachinTendulkar

আই চি চিৰ বলত থু লগাব নোৱাৰা নিৰ্দেশনাৰ পাছত টেষ্ট ক্ৰিকেটত ৫০ অভাৰত নতুন বল দিয়াৰ পোষকতা শচীনৰ

ক’ৰ’নাৰ সংক্ৰমণৰ পাছত আই চি চিয়ে খেলুৱৈ সকলে বলত থু লগাব নোৱাৰিব বুলি নতুন নৰ্দেশনা জাৰি কৰাৰ পাছতে এই সন্দৰ্ভত...

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ওমানত আৱদ্ধ অসমৰ যুৱক; মুখ্য মন্ত্ৰীলৈ সহায় বিচাৰি আহ্বান

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ওমানত আৱদ্ধ অসমৰ যুৱক; মুখ্য মন্ত্ৰীলৈ সহায় বিচাৰি আহ্বান

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন দেশৰ শিক্ষাৰ্থী, যুৱক যুৱতী লগতে শ্ৰমিক সকল আৱদ্ধ হৈ থাকিবলগীয়া...

আমফানৰ সময়ত পশ্চিম বংগত নিয়োজিত NDRFৰ ৫০ গৰাকী সদস্য ক’ভিড-১৯ত আক্ৰান্ত

আমফানৰ সময়ত পশ্চিম বংগত নিয়োজিত NDRFৰ ৫০ গৰাকী সদস্য ক’ভিড-১৯ত আক্ৰান্ত

চাইক্ল’ন আমফানে ভয়াবহভাৱে ক্ষতিগ্ৰস্ত কৰা পশ্চিম বংগত সহায় কাৰ্যত নিয়োজিত NDRFৰ কমেও ৫০ গৰাকী সদস্য ক’ভিড-১৯ত আক্ৰান্ত হৈছে। জানিব পৰা...

ত্ৰিপুৰাত প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু

ত্ৰিপুৰাত প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু

ত্ৰিপুৰাত ৯ জুনত প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যু হয়। ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে টুইটাৰ যোগে এই কথা...

পূব লাডাখৰ তিনিটা বিবাদিত স্থানৰ পৰা পিছুৱাই আহিছে ভাৰত-চীনৰ সেনাবাহিনী

পূব লাডাখৰ তিনিটা বিবাদিত স্থানৰ পৰা পিছুৱাই আহিছে ভাৰত-চীনৰ সেনাবাহিনী

পূব লাডাখৰ চাৰিটা বিবাদিত স্থানৰ ভিতৰত তিনিটা স্থানৰ পৰা ভাৰত আৰু চীনে নিজৰ সৈন্য বাহিনীক কিছু পৰিমানে পিছুৱাই আনিছে। দুয়োখন...

Patiala House Court directs Delhi Police to register FIR against Arnab Goswami and Republic TV

বোম্বে হাইক’ৰ্টৰ নিৰ্দেশ মৰ্মে আজি পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব অৰ্ণৱ গোস্বামী

ৰিপাব্লিক মিডিয়া নেটৱৰ্ক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীয়ে মঙলবাৰে কয় যে বুধবাৰ অৰ্থাৎ আজি তেওঁ দুপৰীয়া ২ বজাত এম...

য়ুনিছ খান পাকিস্তানৰ মুখ্য বেটিং প্ৰশিক্ষক নিযুক্ত; ৩০ জুলাইৰ পৰা ইংলেণ্ডৰ সৈতে শৃংখলা

য়ুনিছ খান পাকিস্তানৰ মুখ্য বেটিং প্ৰশিক্ষক নিযুক্ত; ৩০ জুলাইৰ পৰা ইংলেণ্ডৰ সৈতে শৃংখলা

ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাৰ বাবে পাকিস্তান ক্ৰিকেট দলৰ বেটিং প্ৰশিক্ষক হিচাপে য়ুনিছ খানক নিযুক্তি দিছে পাকিস্তান ক্ৰিকেট বোৰ্ডে। পাকিস্তানৰ...

বুৰুন্দিৰ ৰাষ্ট্ৰপতি পেৰি নকুৰুনজিজাৰ হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান

বুৰুন্দিৰ ৰাষ্ট্ৰপতি পেৰি নকুৰুনজিজাৰ হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান

বুৰুন্দি চৰকাৰে মঙলবাৰে দেশখনৰ ৰাষ্ট্ৰপতি পেৰি নকুৰুনজিজা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা বুলি ঘোষণা কৰে। হৃদৰোগত আক্ৰান্ত পেৰি নকুৰুনজিজাক...

donkey-759

জুৱাত অংশগ্ৰহণ কৰি গ্ৰেপ্তাৰ হ’ল এটা গাধ : FIRত নাম থকা গাধটোক মুকলি কৰি নিদিয়ে আৰক্ষীয়ে

জুৱাত অংশগ্ৰহণ কৰাৰ অভিযোগত পাকিস্তানত এটা গাধক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে গাধটোক গ্ৰেপ্তাৰ কৰি থানাত আৱদ্ধ কৰি ৰখাৰ ভিডিঅ’...

Page 3565 of 5922 1 3,564 3,565 3,566 5,922

Stay Connected

Recent News