NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Untitled-1 copy(5)

অসমত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ ‘ষ্টাৰ কেম্পেইনাৰ’ ৰাহুল,ছোনিয়া, মনমোহন, প্ৰিয়ংকা

লোকসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰণ কৌশল প্ৰস্তুত কৰি তুলিছে। অসমত নিৰ্বাচনী...

25-03-19 Tezpur- BJP candidate Pallab Lochan Das submit nomination paper (2)

দ্বিতীয় পৰ্যায়ৰ ৫টা সমষ্টিৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

লোকসভাৰ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। অসমত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৫টা...

Cricket-1-570x320

২৫ মাৰ্চৰ পৰা মঙলদৈত আৰম্ভ হৈছে সৰ্বভাৰতীয় আন্তঃৰে’লৱে ক্ৰিকেট

উত্তৰ-পূব সীমান্ত ৰে’লৱে, মালিগাঁৱৰ উদ্যোগত ২৫ মাৰ্চ অৰ্থাৎ সোমবাৰৰ পৰা ৬৪সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে’লৱে ক্ৰিকেট প্ৰতিযোগিতাখন মঙলদৈ ষ্টেডিয়ামত আৰম্ভ হৈছে। লীগ ভিত্তিত...

Protest against illegal liquor

সুৰামুক্ত অসমৰ দাবীত ২৭ মাৰ্চত গোলাঘাটত মদমুক্ত অসমৰ প্ৰতিবাদী কাৰ্যসূচী

যোৱা ফেব্ৰুৱাৰী মাহত গোলাঘাট আৰু যোৰহাটত জিলাৰ বিভিন্ন অঞ্চলত বিষাক্ত চুলাই সেৱন কৰি ডেৰ শতাধিকৰো অধিক লোকৰ মৃত্যু হোৱাৰ পিছতো ৰাজ্য...

WhatsApp-Image-2018-07-09-at-8.01.14-PM

আনুষ্ঠানিকভাৱে নগাঁৱত বিজেপিৰ প্ৰাৰ্থী ঘোষণা : বিধায়ক ৰূপক শৰ্মাই হ’ব দলৰ প্ৰাৰ্থী

বিগত কিছুদিন ধৰি নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ঘোষণাক লৈ বিভিন্ন জল্পনা-কল্পনা চলি থকাৰ মাজতে সোমবাৰে মাজনিশা বিজেপিয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ...

ৰাজ্য়ত এতিয়াও ৯ হাজাৰ ওঁঠ ফটা লোক চিকিৎসা সেৱাৰ পৰা বঞ্চিত

ৰাজ্য়ত এতিয়াও ৯ হাজাৰ ওঁঠ ফটা লোক চিকিৎসা সেৱাৰ পৰা বঞ্চিত

বিদুৰাম হাজং ( নাম সলনি কৰা হৈছে) পেছাত খেত মজুৰ। বিদুৰামৰ দুটা সন্তান। এটা সন্তানৰ সৰুৰে পৰা ওঁঠ ফটা। ঠিক...

IMG-20190325-WA0006(1)

ৰূপহীহাট আৰক্ষীৰ জালত দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

নগাঁও জিলাৰ ৰূপহীহাটত সোমবাৰে আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱক...

papon at oldage home

মাডাৰ অ’ল্ড এজ হ’মৰ আইতা সকলক নতুন কাপোৰ পাপনৰ

গুৱাহাটীত থকা ‘মাডাৰ অ’ল্ড এজ হ'মত’ আজি উপস্থিত হয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত। কণ্ঠশিল্পীগৰাকী উপস্থিত হোৱাৰ লগে লগে...

Representative image

যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতাত নামিব ৮ গৰাকী প্ৰাৰ্থী

১১ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা যোৰহাট লোকসভা সমষ্টিত ৬ গৰাকী...

tea workers protest

ভৱিষ্যৎ নিধিৰ পুঁজি মোকলাই দিয়াৰ দাবীত মদাৰখাত চাহ বাগিচাৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

মদাৰখাত চাহ বাগিচাৰ কৰ্মচাৰী সকলক ভৱিষ্যৎ নিধিৰ পুঁজি মোকলাই নিদিয়া কাৰ্যত ক্ষুন্ন হৈ আজি অসম চাহ মজদুৰ সংঘৰ (এ চি...

Page 4413 of 5909 1 4,412 4,413 4,414 5,909

Stay Connected

Recent News