• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দ্বিতীয় পৰ্যায়ৰ ৫টা সমষ্টিৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহটী , March 26, 2019 8:56 am

2 min read

25-03-19 Tezpur- BJP candidate Pallab Lochan Das submit nomination paper (2)

তেজপুৰত মনোনয়ন পত্ৰ দাখিলৰ সময়ত সমৰ্থক। ফটো : য়ু বি

305
VIEWS
Share on FacebookShare on Twitter

লোকসভাৰ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। অসমত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৫টা সমষ্টিৰ বাবে আজি অন্তিম দিনটোত যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে মনোনয়ন দাখিল কৰা নাই তেওঁলোকে দাখিল কৰিব পাৰিব।

আনহাতে, মনোনয়ন পত্ৰসমূহ অহা ২৭ মাৰ্চত পৰীক্ষা কৰা হ’ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে অহা ২৯ মাৰ্চ।

অসমত দ্বিতীয় পৰ্যায়ত অহা ১৮ এপ্ৰিলত মঙলদৈ, নগাঁও, কৰিমগঞ্জ, শিলচৰ আৰু ডিফুত নিৰ্বাচন অনুষ্ঠিত হ’ব। মুঠ ৮,৯৯২ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা হ’ল ৬,৮৩,৬৪৯৬ গৰাকী।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে মঙলদৈত কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতা, বিজেপিৰ দিলীপ শইকীয়া, শিলচৰত কংগ্ৰেছৰ সুষ্মিতা দেব, বিজেপিৰ ডাঃ ৰাজদ্বীপ ৰয়, ডিফুত কংগ্ৰেছৰ বীৰেন সিং ইংতি, বিজেপিৰ হৰেন সিং বে’ আদিয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে।

ইপিনে, লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়নৰ অন্তিম দিনটোত সোমবাৰে কংগ্ৰেছ, বিজেপি অগপকে ধৰি কেইবাগৰীক প্ৰাৰ্থীয়ে ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত নিজৰ নিজৰ মনোনয়ন দাখিল কৰে।

ইয়াৰ ভিতৰত ডিব্ৰুগড় সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰ, যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈ, তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানু বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাস, কলিয়াবৰ সমষ্টিৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত আদি নেতাই মনোনয়ন পত্ৰ দাখিল কৰে।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd