NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

bharat-bandh New

৫ মাৰ্চত পুনৰ ভাৰত বন্ধ; প্ৰভাৱ পৰিব পাৰে পৰীক্ষাত

অসমকে ধৰি ১৬খন ৰাজ্যৰ বনাঞ্চলত বাস কৰি থকা জনজাতীয় লোকসকলক উচ্ছেদ কৰাৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশটোৰ প্ৰতিবাদত অহা ৫ মাৰ্চত ভাৰত...

মুছলমান মহিলা স্বেচ্ছাসেৱী সংগঠনে নামঘৰলৈ আগ বঢ়ালে আৰ্থিক বৰঙনি

মুছলমান মহিলা স্বেচ্ছাসেৱী সংগঠনে নামঘৰলৈ আগ বঢ়ালে আৰ্থিক বৰঙনি

ধৰ্মীয় সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন আগ বঢ়াই আজি উত্তৰ লখিমপুৰৰ আশ্ৰয় মহিলা সমাজ নামৰ এটি মুছলমান মহিলাৰ স্বেচ্ছাসেৱী সংগঠনে জিলাখনৰ...

Bhogali Jolpan

অসমীয়া জলপানক বিশ্ব-পৰিচয় দিয়া ভোগালী জলপানে মুকলি কৰিলে ‘গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ’

অসম তথা উত্তৰ-পূবত পিঠা-পনা তথা অসমীয়া জলপানৰ ব্যৱসায় আৰম্ভ কৰি ইয়াৰ গ্ৰাহকসকলক এক সুকীয়া স্বাদ আৰু মাদকতা প্ৰদান কৰা ভোগালী...

বিশ্বনাথত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ, তিনিজনক আটক

বিশ্বনাথত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ, তিনিজনক আটক

ৰাজ্যত নিতৌ অব্যাহত আছে সুৰা ঘাটি উৎখাত অভিযান। আৰু সেই অনুসৰি আজি জিনজিয়া আৰক্ষীৰ সহায়ত বিশ্বনাথ আৰক্ষীয়ে অনুসন্ধান চলাই জব্দ...

গোচৰৰ সংখ্যা

গোচৰৰ ভৰত কোঙা হৈ পৰিছে দেশৰ ন্যায় ব্যৱস্থা : অসমতো বৃহৎ সংখ্যাত নিষ্পত্তিহীন গোচৰ

সাম্প্ৰতিক সময়ত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা নিষ্পত্তিহীন গোচৰৰ সংখ্যাই দেশৰ ন্যায় ব্যৱস্থাত এক সংকটৰ সৃষ্টি কৰিছে। ন্যায়ালয়সমূহত নিষ্পত্তি নোহোৱাকৈ থকা লাখ...

পাঠশালাত ভয়ংকৰ পথ দুৰ্ঘটনা; ২৪ জন আহত, ৪ জনৰ অৱস্থা সংকটজনক

পাঠশালাত ভয়ংকৰ পথ দুৰ্ঘটনা; ২৪ জন আহত, ৪ জনৰ অৱস্থা সংকটজনক

আজি পাঠশালাৰ ৩১ নং হাইৱে চকত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত ২৪ জনকৈ যাত্ৰী আহত হয়। ইয়াৰে চাৰিজনৰ অৱস্থা সংকটজনক।...

Digor

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজলিল অসম সন্তান দিগৰ

শেহতীয়াভাৱে বিভিন্ন ক্ষেত্ৰত অসমৰ প্ৰতিভাৱান প্ৰজন্মই ৰাজ্যখনৰ নাম উজলাই তোলাৰ সময়তে আন এগৰাকী অসমৰ ছাত্ৰই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সাফল্য কঢ়িয়াবলৈ সক্ষম...

গোলাঘাটৰ চুলাই কাণ্ডত জড়িতৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ

গোলাঘাটৰ চুলাই কাণ্ডত জড়িতৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ

গোলাঘাটৰ বিষাক্ত চুলাইকাণ্ডৰ সৈতে জড়িত ৩ জন লোকক পুনৰ শনিবাৰে অৰ্থাৎ ২ মাৰ্চত গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত গঠন...

Abhinandan-2-1-750x375

উয়িং কমাণ্ডাৰ অভিনন্দনক সাক্ষাৎ প্ৰতিৰক্ষা মন্ত্ৰী সীতাৰমনৰ

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে শনিবাৰে বিয়লি নতুন দিল্লীৰ আৰ আৰ হাস্পাতালত উপস্থিত হৈ উয়িংকমাণ্ডাৰ অভিনন্দন বৰ্থমানক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ...

Robbery.-Photo-credit-Khas-Khabar-750x375

গুৱাহাটীত দিন দুপৰতে বিএছএফৰ কমাণ্ডেন্টৰ পৰা কাঢ়ি নিলে ৪.৫ লাখ টকা

গুৱাহাটীত পুনৰ চুৰি-ডকাইতিৰ ঘটনা বৃদ্ধি পোৱাত মহানগৰবাসীৰ মাজত শংকাৰ সৃষ্টি হৈছে। সুৰক্ষা বাহিনীৰ বেষ্টনিৰ মাজত থকা বুলি গুৱাহাটীৰ নাগৰিকসকলে সন্তুষ্টি...

Page 4523 of 5974 1 4,522 4,523 4,524 5,974

Stay Connected

Recent News