• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া জলপানক বিশ্ব-পৰিচয় দিয়া ভোগালী জলপানে মুকলি কৰিলে ‘গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ’

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2019 4:49 pm
Bhogali Jolpan

ফটো : নৰ্থ-ইষ্ট নাও

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা উত্তৰ-পূবত পিঠা-পনা তথা অসমীয়া জলপানৰ ব্যৱসায় আৰম্ভ কৰি ইয়াৰ গ্ৰাহকসকলক এক সুকীয়া স্বাদ আৰু মাদকতা প্ৰদান কৰা ভোগালী জলপান তথা ভোগালী ফুড প্ৰডাক্টছ প্ৰাইভেট লিমিটেডে আজি ইয়াৰ এটা নতুন সংযোজন ‘ভোগালী জলপান গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ আনুষ্ঠানিকভাৱে মুকলি কৰে।

অসম তথা উত্তৰ-পূবৰ উপৰি ভাৰত তথা বিদেশৰো বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰা ভোগালী জলপানৰ এই নতুন গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে অসমীয়া পিঠা-পনা তথা জলপান সমূহ পৃথক-পৃথক ৰূপত গ্ৰাহক তথা অনুষ্ঠান-প্ৰতিষ্ঠানলৈ আগবঢ়াই দিয়া হ’ব আৰু তেওঁলোকৰ সঁহাৰি তথা মতামতৰ ভিত্তিতে এই জলপান তথা পিঠা-পনা সমূহলৈ নতুনত্ব অনা হ’ব।

Apply Now

ইয়াৰ ওপৰত সামগ্ৰীকভাৱে গৱেষণা প্ৰক্ৰিয়া চলাই সকলোৱে ভালপোৱাকৈ পিঠা-পনা আৰু জলপান তৈয়াৰ কৰি ইয়াক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰয়াসৰ বাবেই এই প্ৰতিষ্ঠানটি শুভাৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে ভোগালী জলপানৰ প্ৰতিষ্ঠাপক তথা স্বত্বাধিকাৰী অজিত শৰ্মা বৰুৱাই।

ইয়াৰ উপৰি তেওঁ কয় যে প্ৰতিষ্ঠানখনত পৰ্যায়ক্ৰমে উৎসাহী, উদ্যমী যুৱক-যৱতীসকলক প্ৰশিক্ষণ প্ৰদানৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে প্ৰশিক্ষিত যুক-যুৱতী সকলে ভৱিষ্যতে নিজাববীয়াকৈ অসমীয়া পিঠা-পনা আৰু জলপানৰ প্ৰস্তুত তথা বিতৰণৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে।

তেওঁ আৰু কয় যে বছৰটোৰ ভোগালী, ৰঙালী আৰু কাতি বিহুৰ সময়ছোৱাত ইয়াত বিশেষ ধৰণৰ পৰম্পৰাগত জলপানৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু প্ৰতিদিনে এজন-এজন বিশিষ্ট জলপান বা পিঠা-পনা প্ৰস্তুতকৰ্তাৰ নামত এই খাদ্য সম্ভাৰ গ্ৰাহকলৈ আগবঢ়াই দিয়া হ’ব।

উল্লেখ্য যে অসমীয়া পিঠা-পনা আৰু জলপানো যে উত্তৰ আৰু দক্ষিণ ভাৰতৰ বিভিন্ন খাদ্য সম্ভাৰৰ দৰে এটা ব্যৱসায় হ’ব পাৰে সেই সম্পৰ্কে প্ৰতিযোগিতামূলক বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে ভোগালী জলপানে উক্ত প্ৰতিষ্ঠানটো আনুষ্ঠানিকভাৱে মুকলি কৰে।

এই খিনিতে উল্লেখ কৰিব পাৰি যে ভোগালী ফুড প্ৰডাক্টছ প্ৰাইভেট লিমিটেড হৈছে এটা আই এছ অ’ (ISO) স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান।

আজিৰ এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট খাদ্য-ৰসিক ড০ সুনীলপবন শইকীয়া, খাদ্য বিশেষজ্ঞ জ্যোতি দাস, সাংবাদিক মনময়ুৰী মহন্ত, বিশিষ্ট সাংস্কৃতিক কৰ্মী পবিত্ৰ কুমাৰ শৰ্মা উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd