• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উয়িং কমাণ্ডাৰ অভিনন্দনক সাক্ষাৎ প্ৰতিৰক্ষা মন্ত্ৰী সীতাৰমনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2019 9:45 am
Abhinandan-2-1-750x375

নতুন দিল্লীৰ আৰ আৰ হাস্পাতলত শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে উয়িং কমাণ্ডাৰ অভিনন্দনক সাক্ষাৎ কৰে।

302
VIEWS
Share on FacebookShare on Twitter

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে শনিবাৰে বিয়লি নতুন দিল্লীৰ আৰ আৰ হাস্পাতালত উপস্থিত হৈ উয়িংকমাণ্ডাৰ অভিনন্দন বৰ্থমানক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে দেশৰ প্ৰতি তেওঁৰ উৎসৰ্গিত সেৱাৰ বাবে ৰাষ্ট্ৰৰ অভিনন্দন আগবঢ়ায়।

পাকিস্তানৰ পৰা ভাৰতলৈ উভতাৰ পাছত শনিবাৰে এয়াৰ চীফ মাৰ্ছাল বিৰেন্দৰ সিং ধানোৱাক লগত লৈ প্ৰতিৰক্ষাৰ মন্ত্ৰীগৰাকীয়ে হাস্পাতলখনত অভিনন্দনক সাক্ষাৎ কৰে।

শুকুৰবাৰে আটাৰি ৱাঘা সীমান্তত নিশা ৯ বাজি ২১ মিনিটত দেশৰ মাটিত প্ৰৱেশ কৰে উয়িং কমাণ্ডাৰ অভিনন্দন বৰ্থমানে। দেশলৈ উভতাৰ পাছতে স্বাস্থ্য পৰীক্ষাৰ বাবে অভিনন্দনক নতুন দিল্লীৰ আৰ আৰ হাস্পাতলত ভৰ্তি কৰোৱা হয়।

উল্লেখযোগ্য যে মংগলবাৰে ভাৰতীয় বায়ুসেনাৰ অভিযানত পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ মূল ভূখণ্ডৰ বালাকোটত জইছ-ই-মহম্মদৰ তিনিটা প্ৰশিক্ষণ শিবিৰ ধ্বংস কৰা হৈছিল। ইয়াৰ পাছতে বুধবাৰে আকাশী সীমা উলংঘন কৰি পাকিস্তানী বায়ুসেনাৰ F-16 যুঁজাৰু বিমান ভাৰতত প্ৰৱেশ কৰে।

পাকিস্তানী বিমানৰ পাছ লোৱা কেইবাখনো ভাৰতীয় যুঁজাৰু বিমানৰ মাজত উয়িং কমাণ্ডাৰ অভিনন্দনে চলোৱা MiG-21 বিমান খনো আছিল। তেওঁ পাকিস্তানৰ F-16 বিমানখনক প্ৰতিহত কৰাৰ সময়তে পাকিস্তানী বিমান খনে এৰা মিছাইলৰ আঘাতত অভিনন্দনৰ বিমান খন ক্ষতিগ্ৰস্ত হয়।

বিমানখন নিয়ন্ত্ৰণৰ বাহিৰ হোৱাত অভিনন্দনে তাৰ পৰা পেৰাছ্যুটৰ সহায়ত জাপ দিয়ে। ইয়াৰ পাছতে পাক সেনাই তেওঁক নিজৰ জিম্মাত লয়। বৃহস্পতিবাৰে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে অভিনন্দনক মুকলি কৰি দিয়াৰ ঘোষণা কৰে।

প্ৰতিৰক্ষা মন্ত্ৰী সীতাৰমনে উয়িং কমাণ্ডাৰ অভিনন্দনক সাক্ষাৎ কৰি তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সৈতে কমেও এঘন্টা ধৰি বাৰ্তালাপ কৰে। মন্ত্ৰীগৰাকীৰ সাক্ষাতৰ সময়ত অভিনন্দনৰ পত্নী আৰু পুত্ৰ হাস্পাতলখনত উপস্থিত আছিল।

তামিলনাডুৰ মাদুৰাইৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে লগতে যুঁজাৰু পাইলট গৰাকীৰ আশু আৰোগ্য কামনা কৰে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd