• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোচৰৰ ভৰত কোঙা হৈ পৰিছে দেশৰ ন্যায় ব্যৱস্থা : অসমতো বৃহৎ সংখ্যাত নিষ্পত্তিহীন গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2019 12:40 pm
গোচৰৰ সংখ্যা

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক সময়ত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা নিষ্পত্তিহীন গোচৰৰ সংখ্যাই দেশৰ ন্যায় ব্যৱস্থাত এক সংকটৰ সৃষ্টি কৰিছে। ন্যায়ালয়সমূহত নিষ্পত্তি নোহোৱাকৈ থকা লাখ লাখ গোচৰৰ সংখ্যাই ন্যায় ব্যৱস্থাটোক এক প্ৰকাশ কোঙা কৰি তুলিছে।

অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত নিষ্পত্তি নোহোৱাকৈ পৰি থকা গোচৰৰ সংখ্যাই গভীৰ সংকটৰ সৃষ্টি কৰিছে।

Apply Now

কেন্দ্ৰীয় চৰকাৰৰ তথ্যই দেশৰ ন্যায় ব্যৱস্থাটোৰ স্বৰূপ উদঙাই দিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰিয়েই যোৱা ৩১ জানুৱাৰিলৈকে অকল উচ্চতম ন্যায়ালয়তে ৫৬,৯৯৪ টা গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছে। সেইদৰে গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়সমূহত মুঠ ৪২,৪৫,৭৭৫টা গোচৰ মীমাংসা নোহোৱাকৈ পৰি আছে।

আনহাতে, ন্যায়ালয়সমূহত গোচৰৰ সংখ্যা বৃদ্ধি পাই অহাৰ বিপৰীতে বিচাৰকৰ সংখ্যা বৃদ্ধি পোৱা নাই। খালী হোৱা বিচাৰকৰ পদৰ সংখ্যা বৃদ্ধিহে পাই আছে। বৰ্তমান উচ্চতম ন্যায়ালয়ত ৩টা আৰু দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়সমূহত ৪০০টা ন্যায়াধীশৰ পদ খালী হৈ আছে।

লক্ষ্যণীয়ভাৱে, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি যোৱা ৩১ জানুৱাৰিলৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৪০,৯৬৭টা গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছে। তদুপৰি, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুঠ ২৪টা অনুমোদিত বিচাৰকৰ পদৰ ভিতৰত ৪টা পদ বৰ্তমানো খালী হৈ আছে।

তাৎপৰ্যপূৰ্ণভাৱে, বিগত ২০১৬ চনৰ ৩১ মাৰ্চলৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ত নিষ্পত্তি নোহোৱাকৈ পৰি থকা মুঠ গোচৰৰ সংখ্যা আছিল ২৭,০১৩টা। কিন্তু মাত্ৰ তিনিটা বছৰতে এই সংখ্যা ৪০,৯৬৭টালৈ বৃদ্ধি পাইছে। প্ৰায় তিনি বছৰৰ ভিতৰত ৰাজ্যৰ উচ্চ ন্যায়ালয়ত ১৩,৯৫৪টা গোচৰ বৃদ্ধি পোৱাটো সঁচাকৈয়ে চিন্তনীয় বিষয়।

ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাহিৰে ৰাজ্যৰ বিভিন্ন জিলাত থকা আদালতসমূহতো বৃহৎ সংখ্যক বিচাৰকৰ পদ খালী হৈ পৰি আছে। চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ জিলা আদালতসমূহৰ বাবে অনুমোদিত মুঠ ৪৩০টা বিচাৰকৰ ভিতৰত ৭৪টা পদেই বৰ্তমানো খালী হৈ আছে। আনহাতে, জিলা আদালতসমূহত যোৱা ১৮ জুলাইলৈকে মুঠ ২,৭৩,০৯৮টা গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছে।

এইদৰে বৃহৎ সংখ্যক গোচৰৰ ভৰত কোঙা হৈ পৰা ন্যায় ব্যৱস্থাটোৰ পৰা ন্যায়াৰ আশাত বন্দী লোকসকলে ভাগ্যৰ ওপৰতে ভৰসা কৰি বহি থাকিবলগীয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd