NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

মৰ্মান্তিক! খেলি থাকোঁতেই হৃদৰোগত আক্ৰান্ত; খেলপথাৰতে ঢলি পৰি মৃত্যু মিজোৰামৰ তাৰকা ক্ৰিকেটাৰৰ

মৰ্মান্তিক! খেলি থাকোঁতেই হৃদৰোগত আক্ৰান্ত; খেলপথাৰতে ঢলি পৰি মৃত্যু মিজোৰামৰ তাৰকা ক্ৰিকেটাৰৰ

মাত্ৰ কেইঘণ্টামানৰ আগতে তেওঁ এখন মেচ খেলিছিল। তাৰ পাছত হঠাৎ মৃত্যুৰ কোলাত ঢলি পৰে মিজোৰামৰ তাৰকা ক্ৰিকেটাৰ কে লালৰেমৰুৱাটা। তেওঁ...

অমিত শ্বাহৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ; তৃণমূল সাংসদ ডেৰেক, মহুৱা, শতাব্দীক দাঙি উঠাই লৈ গ’ল আৰক্ষীয়ে

অমিত শ্বাহৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ; তৃণমূল সাংসদ ডেৰেক, মহুৱা, শতাব্দীক দাঙি উঠাই লৈ গ’ল আৰক্ষীয়ে

আই-পেকৰ (I-PAC) কার্যালয় আৰু সংস্থাৰ মুৰব্বী প্রতীক জৈনৰ ঘৰত ইডিৰ অভিযানক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ তাৰেই প্ৰতিফলন এইবাৰ দিল্লীতো।...

বিজেপিৰ বেয়া দিন আৰম্ভ হৈছে আৰু নিৰ্বাচনত দলটোৰ পতন নিশ্চিত – গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য

বিজেপিৰ বেয়া দিন আৰম্ভ হৈছে আৰু নিৰ্বাচনত দলটোৰ পতন নিশ্চিত – গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য

বিজেপিৰ বেয়া দিন আৰম্ভ হৈছে আৰু আগন্তুক নিৰ্বাচনত দলটোৰ পতন নিশ্চিত বুলি মন্তব্য কৰিছে সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে।...

প্ৰতিবাদত উত্তাল ইৰাণ, ৰাজপথলৈ ওলাই আহিল লাখ লাখ লোক; বন্ধ ইণ্টাৰনেট-টেলিফোন সেৱা

প্ৰতিবাদত উত্তাল ইৰাণ, ৰাজপথলৈ ওলাই আহিল লাখ লাখ লোক; বন্ধ ইণ্টাৰনেট-টেলিফোন সেৱা

মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি কেইবাটাও বিষয়ক লৈ বিগত কিছুদিন ধৰি প্ৰতিবাদে কঁপাই তুলিছে ইৰাণক। প্ৰতিবাদকাৰীৰ কাষত থিয় দিছে দেশৰ নিৰ্বাসিত...

মোবাইল ব্যৱহাৰকাৰীৰ বাবে দুঃসংবাদ, জুন মাহৰ পৰা বাঢ়িব পাৰে ৰিচাৰ্জৰ দাম

মোবাইল ব্যৱহাৰকাৰীৰ বাবে দুঃসংবাদ, জুন মাহৰ পৰা বাঢ়িব পাৰে ৰিচাৰ্জৰ দাম

অহা ২০২৬ চনৰ জুন মাহৰ পৰা দেশৰ মোবাইল ব্যৱহাৰকাৰীসকলে নিজৰ ফোন ৰিচাৰ্জ কৰাৰ বাবে অতিৰিক্ত ধন ভৰিবলৈ সাজু হ’ব লাগিব।...

আমেৰিকাৰ ওপৰত খং জাৰিলে পুটিনে! ইউক্ৰেইনত পুনৰ ৫০টা ক্ষেপণাস্ত্ৰৰে আক্ৰমণ ৰাছিয়াৰ

আমেৰিকাৰ ওপৰত খং জাৰিলে পুটিনে! ইউক্ৰেইনত পুনৰ ৫০টা ক্ষেপণাস্ত্ৰৰে আক্ৰমণ ৰাছিয়াৰ

পুনৰ যুদ্ধৰ জুই জ্বলি উঠিছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত। যোৱা কেইঘণ্টামানৰ ভিতৰত ৰাছিয়াৰ বাহিনীয়ে ইউক্ৰেইনৰ বিভিন্ন প্ৰান্তত ৫০টাতকৈও অধিক ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই...

চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে মহাকাশৰ পৰা চাৰিজন মহাকাশচাৰীক ঘূৰাই আনিব নাছাই

চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে মহাকাশৰ পৰা চাৰিজন মহাকাশচাৰীক ঘূৰাই আনিব নাছাই

২০২৬ চনৰ ৮ জানুৱাৰীত এক গুৰুত্বপূৰ্ণ ঘোষণাৰ জৰিয়তে নাছাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা চাৰিজন মহাকাশচাৰীক অনাগত দিনবোৰত পৃথিৱীলৈ ঘূৰাই অনাৰ...

সৰিয়হৰ ডুলিতে ভূত! আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতক চোৰাংচোৱাৰ মৃত্যু, কোন এই এলড্ৰিচ এমেছ?

সৰিয়হৰ ডুলিতে ভূত! আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতক চোৰাংচোৱাৰ মৃত্যু, কোন এই এলড্ৰিচ এমেছ?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ ইতিহাসৰ আটাইতকৈ কুখ্যাত ‘ডাবল এজেণ্ট’ এলড্ৰিচ এমেছৰ মৃত্যু হৈছে। সোমবাৰে মেৰিলেণ্ডৰ কাম্বাৰলেণ্ডৰ ফেডাৰেল কাৰেকচনেল ইনষ্টিটিউচনত...

শান্তিৰ বাবে দিয়া বাৰ্তাহে লুকুৱাই ৰাখিলে কৰ্তৃপক্ষই, উচ্চতম ন্যায়ালয়ত সোণম ৱাংচুকৰ বিস্ফোৰক অভিযোগ

শান্তিৰ বাবে দিয়া বাৰ্তাহে লুকুৱাই ৰাখিলে কৰ্তৃপক্ষই, উচ্চতম ন্যায়ালয়ত সোণম ৱাংচুকৰ বিস্ফোৰক অভিযোগ

লাডাখৰ ৰাজ্যত্ব আৰু বিশেষ সাংবিধানিক সুৰক্ষাৰ দাবীত আন্দোলন কৰি অহা প্ৰখ্যাত জলবায়ু কৰ্মী সোণম ৱাংচুকে এতিয়া দেশৰ উচ্চতম ন্যায়ালয়ৰ কাষ...

আমেৰিকাৰ প্ৰথম মুছলমান সংখ্যাগৰিষ্ঠ চহৰত খালেদা জিয়াৰ নামত নামকৰণ কৰা হ’ল পথ

আমেৰিকাৰ প্ৰথম মুছলমান সংখ্যাগৰিষ্ঠ চহৰত খালেদা জিয়াৰ নামত নামকৰণ কৰা হ’ল পথ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগান ৰাজ্যৰ হামট্ৰামক চহৰৰ এটা গুৰুত্বপূৰ্ণ পথ এতিয়াৰে পৰা বাংলাদেশৰ প্ৰাক্তন তিনিবাৰৰ প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ নামেৰে জনাজাত...

Page 481 of 6656 1 480 481 482 6,656

Stay Connected

Recent News