NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

সুস্থ যুৱপ্ৰজন্মৰ মাজত কিয় বৃদ্ধি পাইছে আকস্মিক মৃত্যুৰ ঘটনা : এইমছ আৰু আই চি এম আৰৰ গৱেষণাত পোহৰলৈ আহিছে গুৰুত্বপূৰ্ণ ছবি

সুস্থ যুৱপ্ৰজন্মৰ মাজত কিয় বৃদ্ধি পাইছে আকস্মিক মৃত্যুৰ ঘটনা : এইমছ আৰু আই চি এম আৰৰ গৱেষণাত পোহৰলৈ আহিছে গুৰুত্বপূৰ্ণ ছবি

যুৱ প্ৰজন্মৰ মাজত হঠাতে বৃদ্ধি পোৱা অস্বাভাৱিক মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সে চমুকৈ...

“বায়ু প্ৰদূষণৰ লগত হাওঁফাওঁ ৰোগৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই” : কেন্দ্ৰীয় মন্ত্ৰী কীৰ্তি বৰ্ধনক উভটি ধৰিলে চিকিৎসক-বিশেষজ্ঞই

“বায়ু প্ৰদূষণৰ লগত হাওঁফাওঁ ৰোগৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই” : কেন্দ্ৰীয় মন্ত্ৰী কীৰ্তি বৰ্ধনক উভটি ধৰিলে চিকিৎসক-বিশেষজ্ঞই

প্ৰদূষিত বায়ু আৰু হাওঁফাওঁৰ ৰোগৰ মাজত কোনো পোনপটীয়া সম্পৰ্ক নাই বুলি এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে কৰা এক মন্তব্যই এতিয়া তীব্ৰ বিতৰ্কৰ...

২.৫ কোটি টকাৰ পেকেজ : চাকৰিৰ বজাৰত ইতিহাস সৃষ্টি কৰিলে আই আই টি হাইদৰাবাদৰ ছাত্ৰই

২.৫ কোটি টকাৰ পেকেজ : চাকৰিৰ বজাৰত ইতিহাস সৃষ্টি কৰিলে আই আই টি হাইদৰাবাদৰ ছাত্ৰই

চাকৰিৰ বজাৰৰ মন্দাৱস্থাৰ মাজতেই অভাবনীয় সাফল্য অর্জন কৰি ইতিহাস সৃষ্টি কৰিলে আইআইটি হায়দৰাবাদৰ এজন ছাত্ৰই। প্ৰতিষ্ঠানখনৰ কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং...

জনসাধাৰণৰ ব্যাপক সঁহাৰি : ৩ জানুৱাৰীৰ পৰা ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ

জনসাধাৰণৰ ব্যাপক সঁহাৰি : ৩ জানুৱাৰীৰ পৰা ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ

২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি তৃণমূল পৰ্যায়ত জনসম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অহা ৩ জানুৱাৰীৰ...

ধঁপাতৰ ওপৰত কৰ বৃদ্ধিৰ প্ৰভাৱ: ধাৰাশায়ী আইটিচি আৰু গডফ্ৰে ফিলিপছৰ শ্বেয়াৰ

ধঁপাতৰ ওপৰত কৰ বৃদ্ধিৰ প্ৰভাৱ: ধাৰাশায়ী আইটিচি আৰু গডফ্ৰে ফিলিপছৰ শ্বেয়াৰ

কেন্দ্ৰীয় চৰকাৰে ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত কৰৰ বোজা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে দেশৰ শ্বেয়াৰ বজাৰত ইয়াৰ তীব্ৰ প্ৰভাৱ পৰা...

ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন ২০২৫ : অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাত চূড়ান্ত বিফল হিমন্ত বিশ্ব শৰ্মা

ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন ২০২৫ : অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাত চূড়ান্ত বিফল হিমন্ত বিশ্ব শৰ্মা

অসমক দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ‘A for Assam’ লক্ষ্য স্থিৰ কৰিছে যদিও ভাৰতীয় ৰিজাৰ্ভ...

নৱবৰ্ষত ঘৰলৈ ফোন কৰি মাতি আনি কাটি পেলালে প্ৰেমিকৰ গোপন অংগ; পলাতক অভিযুক্ত মহিলা

নৱবৰ্ষত ঘৰলৈ ফোন কৰি মাতি আনি কাটি পেলালে প্ৰেমিকৰ গোপন অংগ; পলাতক অভিযুক্ত মহিলা

মুম্বাইৰ পৰা এক অদ্ভুত আৰু চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। দুটি সন্তানৰ মাতৃ ২৫ বছৰীয়া এগৰাকী মহিলাৰ বিৰুদ্ধে প্ৰেমিকৰ গোপন অংগত...

ইভিএমক লৈ ৰাহুল গান্ধীৰ অভিযোগ: সমীক্ষাত ইভিএমৰ ওপৰত আস্থা ভোটাৰৰ

ইভিএমক লৈ ৰাহুল গান্ধীৰ অভিযোগ: সমীক্ষাত ইভিএমৰ ওপৰত আস্থা ভোটাৰৰ

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে ভোট চুৰিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ দেশতে এক ব্যাপক চৰ্চাৰ সৃষ্টি...

গুৱাহাটী-কলকাতাৰ মাজত চলিব ভাৰতৰ প্ৰথম বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন

গুৱাহাটী-কলকাতাৰ মাজত চলিব ভাৰতৰ প্ৰথম বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন

ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ তথা ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে ৰে’ল ভৱনত অনুষ্ঠিত এখন বৈঠকত...

ইন্দোৰত দূষিত খোৱাপানীত নলাৰ বেক্টেৰিয়া! কমেও ৯ জনৰ মৃত্যু: তদন্তত আলোড়ন

ইন্দোৰত দূষিত খোৱাপানীত নলাৰ বেক্টেৰিয়া! কমেও ৯ জনৰ মৃত্যু: তদন্তত আলোড়ন

একেৰাহে আঠবাৰ ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰৰ খিতাপ দখল কৰিছে। কিন্তু জনস্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে মধ্যপ্ৰদেশৰ বাণিজ্যিক...

Page 496 of 6658 1 495 496 497 6,658

Stay Connected

Recent News