NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

ভাৰতৰ নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ 'বিশেষ সংশোধনী' প্ৰক্ৰিয়াৰ সৈতে জড়িত সিদ্ধান্তসমূহক লৈ আয়োগৰ ভিতৰচ'ৰাত মতানৈক্য সৃষ্টি হোৱা বুলি প্ৰকাশিত বাতৰি...

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ অত্যাৱশ্যকীয় ঔষধৰ অত্যধিক মূল্য নিৰ্ধাৰণক লৈ মঙলবাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। ৰোগীসকলৰ পৰা ঔষধৰ নামত অত্যধিক...

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহত প্ৰান্তীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সংকট দূৰ কৰিবলৈ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে, তাক লৈ মঙলবাৰে কেন্দ্ৰীয়...

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

সাধাৰণতে ওঁঠৰ ক'লা দাগ প্ৰসাধন সামগ্ৰীৰে ঢাকি ৰখা হয় যদিও ইয়াৰ আকস্মিক ৰং পৰিৱৰ্তনে শৰীৰত বাহ লৈ থকা কোনো গুৰুতৰ...

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘ৰাষ্ট্ৰীয় গীত’ হিচাপে বন্দে মাতৰমৰ সম্পূৰ্ণ ছয়টা স্তৱক চৰকাৰী অনুষ্ঠানত গোৱা বাধ্যতামূলক কৰাৰ লগতে ২০২৬ চনৰ সংশোধনীক লৈ ছুপ্ৰিম ক’ৰ্টত...

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচনী বতাহ গৰম হৈ উঠাৰ সময়তে এআইইউডিএফৰ মুৰব্বী তথা প্ৰাৰ্থী বদৰুদ্দিন আজমলে বিজেপিৰ প্ৰাৰ্থী...

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

অসমৰ শক্তি খণ্ডত নতুন অধ্যায়ৰ সূচনা। ধুবুৰী জিলাৰ চাপৰত দেওবাৰে ৩২০০ মেগাৱাট ক্ষমতাসম্পন্ন বৃহৎ তাপ বিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে...

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

শিৱসাগৰ ৰে’ল ষ্টেচনত মঙলবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া প্ৰতিবাদী সমাৱেশত অংশ ল’বলৈ ওলোৱা একাংশ বানপীড়িত লোকক...

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

ভাৰতীয় জনতা পাৰ্টীৰ সৈতে সম্পৰ্ক ছিন্ন কৰিলে অভিনেতা তথা অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। মঙলবাৰে...

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

এগৰাকী ২২ বছৰীয়া বিবাহিত যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগত অভিযুক্ত বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন বিধায়ক নৰেন্দ্ৰ পাৱাৰ আৰু তেওঁৰ সহযোগী...

Page 69 of 6726 1 … 68 69 70 … 6,726

Stay Connected

Recent News