NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

১৮ বছৰীয়া মতানৈক্যৰ অন্তত ৰাজ থাকৰেৰ সৈতে মঞ্চত একলগ হৈ শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই কয় যে, দুয়ো এতিয়া একেলগে থাকিবলৈ...

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

অসম আৰু অৰুণাচল সীমান্তৰ সমীপৱৰ্তী পাটকাইৰ পাদদেশত এক গুৰুত্বপূৰ্ণ পোহৰলৈ আহিছে। তিনিচুকীয়া জিলাত অৱস্থিত টিৰাপত আহোমৰ শাসনৰ সময়ত নিৰ্মিত প্ৰায়...

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

শেহতীয়াকৈ, আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা এয়াৰ ইণ্ডিয়াৰ যাত্ৰীসকলৰ পৰিয়ালে, এয়াৰ ইণ্ডিয়াই মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ উত্থাপন...

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১৯৪৭ চনৰ পৰা চিকিৎসক হিচাপে কাম কৰি অহা ডাঃ হাৱাৰ্ড টাকাৰে আজিও পেছাদাৰী জীৱনত সক্ৰিয় হৈ থকা পৃথিৱীৰ ‘আটাইতকৈ বয়সীয়াল’...

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

এজন ২৮ বছৰীয়া যুৱক লিংগ সংক্ৰমণত আক্ৰান্ত হৈছিল। চিকিৎসালয়লৈ যোৱাৰ পিছত চিকিৎসকসকলে তেওঁক বায়’প্সি কৰিবলৈ কয়। কিন্তু পিছত অসমৰ শিলচৰত...

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মন্ত্ৰী হোৱাৰ পাছত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ পত্নীৰ নামত দুটা দিনত ৭৫ বিঘা...

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

বিয়া কৰাবলৈ যোৱাৰ পথত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনাত দৰাকে ধৰি পৰিয়ালৰ ৮ জন সদস্য নিহত হৈছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজনক...

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

২০১৮ চনত হত্যাৰ বলি হৈছিল পুত্ৰ। সেই ঘটনাৰ পিছত শুকুৰবাৰে নিশা পাটনাত পুনৰ পিতৃক লক্ষ্য কৰি গুলী বৰ্ষণ। দুৰ্বৃত্তই গুলীয়াই...

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

ভাৰতৰ ফাৰ্মাচী শিক্ষা ব্যৱস্থাৰ ভিতৰত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই (চিবিআই) আহমেদাবাদৰ ইণ্ডিয়ান...

Page 869 of 6678 1 … 868 869 870 … 6,678

Stay Connected

Recent News