NE NOW NEWS

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

বেংকত টকা ৰখাটোৱেই আটাইতকৈ নিৰাপদ। বেছিভাগ মানুহেই এই বিশ্বাসৰ ওপৰত নিজৰ মূলধন বেংকত ৰাখে। কিন্তু এইবাৰ সেই বেংকতেই সংঘটিত হৈছে...

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে(ডিআৰআই) চোৰাং মেথামফেটামাইন টেবলেটৰ বিশাল চালান সৰবৰাহৰ চেষ্টা বিফল কৰে। ডিআৰআইয়ে ৩ জুন, ২০২৫ত আইজলৰ সমীপৰ আইজল-চাম্ফাই পথত...

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

ৰাজ্যৰ অভাৱনীয় বান পৰিস্থিতি নিয়ন্ত্রণ নোহোৱা পর্যন্ত এপিএছচিৰ (সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা) ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা স্থগিত ৰাখিবলৈ আহ্বান জনাইছে জাতীয়...

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

''হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত অতি দ্রুত হাৰত থলুৱা মানুহৰ মাটি - ভেটি বহিৰাগত বণিয়াৰ দখললৈ যাব ধৰিছে।...

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

NEET PG পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এক বৃহৎ সিদ্ধান্ত হৈছে। আদালতৰ নিৰ্দেশ অনুসৰি অহা ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব...

চকলেট চুৰিৰ অপৰাধত ৫জন ল’ৰাক উলংগ কৰি হাৰাশাস্তি! গ্ৰেপ্তাৰ তিনিজনক

চকলেট চুৰিৰ অপৰাধত ৫জন ল’ৰাক উলংগ কৰি হাৰাশাস্তি! গ্ৰেপ্তাৰ তিনিজনক

বিহাৰৰ সীতামড়ীৰ মাল্লাহী গাঁৱৰ পৰা পোহৰলৈ আহিছে এক হৃদয়বিদাৰক ছবি। দোকানৰ পৰা চকলেট লৈ যোৱাৰ অভিযোগত পাঁচজন ল’ৰাক ৰছীৰে বান্ধি...

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

যোৰহাট জিলাৰ মৰিয়নিৰ চেলেংহাটত সংঘটিত হৈছে এক পাশৱিক ঘটনা। পিতৃয়ে কুঁৱালৈ দলিয়ালে তিনিমহীয়া সন্তানক। চেলেংহাটৰ ডালিম চাহ বাগিছাৰ টেকলা লাইনত...

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

শুকুৰবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) সমগ্ৰ মুম্বাই আৰু কেৰালাৰ ১৫টাতকৈও অধিক স্থানত অভিযান চলায়। তালাচী চলোৱা চৌহদসমূহৰ ভিতৰত আছে বলীউডৰ অভিনেতা...

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

শুকুৰবাৰে (৬ জুন, ২০২৫) এক চৰকাৰী বুলেটিনে প্ৰকাশ কৰা অনুসৰি ১৬ খন জিলাৰ বানপানীৰ তলত ৫.৬ লাখৰো অধিক লোক আছে।...

Page 937 of 6682 1 … 936 937 938 … 6,682

Stay Connected

Recent News