NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

প্ৰতিকূল বতৰৰ বাবে বাতিল কেইবাটাও নিযুক্তি পৰীক্ষা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষাও বাতিল

প্ৰতিকূল বতৰৰ বাবে বাতিল কেইবাটাও নিযুক্তি পৰীক্ষা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষাও বাতিল

অসমৰ সাম্প্ৰতিক প্ৰতিকূল পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে বাতিল কৰিছে কেইবাটাও নিযুক্তি পৰীক্ষা। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি পৰীক্ষা...

আগন্তুক তিনিঘণ্টাত অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

আগন্তুক তিনিঘণ্টাত অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

শনিবাৰে আবেলি ৩ বজাত বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। অসমৰ আজি প্ৰচণ্ড ধুমুহা-বৰষুণৰ আগজাননী প্ৰকাশ কৰিছে আঞ্চলিক...

ডেনমাৰ্কত ভাৰতীয় প্ৰতিনিধি দলৰ বৈঠকৰ বাহিৰত ভাৰত বিৰোধী শ্ল’গান পাকিস্তানীৰঃ কাঢ়া প্ৰত্যুত্তৰ ৰবি শংকৰ প্ৰসাদৰ

ডেনমাৰ্কত ভাৰতীয় প্ৰতিনিধি দলৰ বৈঠকৰ বাহিৰত ভাৰত বিৰোধী শ্ল’গান পাকিস্তানীৰঃ কাঢ়া প্ৰত্যুত্তৰ ৰবি শংকৰ প্ৰসাদৰ

পেহেলগাম সন্ত্ৰাস আৰু অপাৰেচন সিন্দুৰৰ পাছত ভাৰতৰ স্থিতি আৰু সমগ্ৰ বিশ্বৰ প্ৰতি পাকিস্তানৰ দ্বিধাবোধক উজ্জ্বল কৰি তুলিবলৈ কেন্দ্ৰই বিশ্বৰ বিভিন্ন...

দিল্লীত বিজেপি চৰকাৰৰ ১০০ দিন : কি ক’লে মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু আম আদমী পাৰ্টিয়ে?

দিল্লীত বিজেপি চৰকাৰৰ ১০০ দিন : কি ক’লে মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু আম আদমী পাৰ্টিয়ে?

দিল্লীত বিজেপি চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষে ‘১০০ দিন সেৱা কে’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই। এই...

পুনৰ বিতৰ্কত NEET-PG! দুটা শ্বিফ্টত নহ’ব পৰীক্ষা, নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

পুনৰ বিতৰ্কত NEET-PG! দুটা শ্বিফ্টত নহ’ব পৰীক্ষা, নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুটা শ্বিফটত NEET-PG পৰীক্ষা অনুষ্ঠিত কৰাৰ আবেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। দেশৰ শীৰ্ষ ন্যায়ালয়ে এনে চিন্তা প্ৰকৃততে ‘স্বেচ্ছাচাৰী’ বুলি মন্তব্য...

দেশত কৰ’নাত নতুনকৈ ৭ জনৰ মৃত্যু; কোভিড আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে প্ৰায় ৩ হাজাৰ

দেশত কৰ’নাত নতুনকৈ ৭ জনৰ মৃত্যু; কোভিড আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে প্ৰায় ৩ হাজাৰ

দেশত আৰু অধিক বৃদ্ধি পালে কৰ’না আক্ৰান্তৰ সংখ্যা। ভাৰতত কোভিড আক্ৰান্তৰ সংখ্যা ২,৭১০ জনলৈ বৃদ্ধি পাইছে। দেশৰ ভিতৰতে সৰ্বাধিক কৰ’না...

প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলন, কৰ্ণাটকত মৃত্যুৰ সংখ্যা ৭৫ জনলৈ লৈ বৃদ্ধি

প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলন, কৰ্ণাটকত মৃত্যুৰ সংখ্যা ৭৫ জনলৈ লৈ বৃদ্ধি

অত্যধিক বৰষুণ আৰু ভূমিস্খলনৰ ফলত কৰ্ণাটকৰ ৩১খন জিলাত স্বাভাৱিক জীৱন ব্যাহত হৈছে। দক্ষিণ কৰ্ণাটকৰ মেংগালুৰুৰ পাহাৰীয়া অঞ্চলৰ কেইবাটাও স্থানত বৃহৎ...

সংসদ ভৱন উৰুৱাই দিয়াৰ ভাবুকি! প্ৰাক্তন বিধায়কক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

সংসদ ভৱন উৰুৱাই দিয়াৰ ভাবুকি! প্ৰাক্তন বিধায়কক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

বিধায়ক হিচাপে তেওঁৰ দাবী পূৰণ নোহোৱাৰ বাবে সংসদ ভৱন উৰুৱাই দিয়াৰ ভাবুকি দিছিল। এনে গোচৰত দিল্লী আদালতে প্ৰাক্তন বিধায়কগৰাকীক কাৰাদণ্ডৰ...

সামাজিক মাধ্যমত চিনাকী হৈ যৌন সম্পৰ্ক : তাৰপিছত নৌসেনাৰ গোপন তথ্য পাকিস্তানী এজেন্টক, গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ অভিযন্তা

সামাজিক মাধ্যমত চিনাকী হৈ যৌন সম্পৰ্ক : তাৰপিছত নৌসেনাৰ গোপন তথ্য পাকিস্তানী এজেন্টক, গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ অভিযন্তা

পাকিস্তানলৈ নৌসেনাৰ তথ্য সৰবৰাহ কৰাৰ অভিযোগত মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ হৈছে এজন কনিষ্ঠ অভিযন্তা। ধৃত ব্যক্তিজনৰ নাম ৰবি ভাৰ্মা। অভিযোগ অনুসৰি, যৌনতাৰ...

বিপদত পতঞ্জলি! সন্দেহজনক বিত্তীয় লেনদেনক লৈ ৰামদেৱৰ কোম্পানীলৈ জাননী

বিপদত পতঞ্জলি! সন্দেহজনক বিত্তীয় লেনদেনক লৈ ৰামদেৱৰ কোম্পানীলৈ জাননী

দেশৰ অন্যতম চৰ্চিত আৰু সুপৰিচিত কোম্পানী পতঞ্জলি আয়ুৰ্বেদ পুনৰ চাপত পৰিছে। এইবাৰ সন্দেহজনক লেনদেনৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্পৰেট...

Page 951 of 6683 1 … 950 951 952 … 6,683

Stay Connected

Recent News