NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

বিশ্ব মঞ্চ কঁপালে থাইলেণ্ডৰ যুৱতীয়ে! ২০২৫ চনৰ মিছ ৱৰ্ল্ড খিতাপ জয় অ’পাল সুচাটা চুৱাংশ্ৰীৰ

বিশ্ব মঞ্চ কঁপালে থাইলেণ্ডৰ যুৱতীয়ে! ২০২৫ চনৰ মিছ ৱৰ্ল্ড খিতাপ জয় অ’পাল সুচাটা চুৱাংশ্ৰীৰ

শনিবাৰে নিশা তেলেংগানাৰ হায়দৰাবাদৰ হাইটেক্স প্ৰদৰ্শনী কেন্দ্ৰত অনুষ্ঠিত হয় ৭২ সংখ্যক মিছ ৱৰ্ল্ড ২০২৫ৰ গ্ৰেণ্ড ফিনালে। এই সন্মানীয় প্ৰতিযোগিতাত থাইলেণ্ডৰ...

৬৭ বছৰ পুৰণি বৰষুণৰ অভিলেখ ভংগ; অসমকে ধৰি বিধ্বস্ত উত্তৰ-পূবত দুদিনত ৩০ জনৰ মৃত্যু

৬৭ বছৰ পুৰণি বৰষুণৰ অভিলেখ ভংগ; অসমকে ধৰি বিধ্বস্ত উত্তৰ-পূবত দুদিনত ৩০ জনৰ মৃত্যু

বাৰিষাৰ আৰম্ভণিৰ লগে লগে দেশৰ একাধিক প্ৰান্তৰ পৰা দুৰ্যোগৰ খবৰ আহিছে। উত্তৰ-পূবত যোৱা দুদিনত ভূমিস্খলন আৰু বানপানীত কমেও ৩০ জন...

সংকটৰ সময়ত সংবিধানেই দেশখনক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰাখে; মন্তব্য মুখ্য ন্যায়াধীশৰ

সংকটৰ সময়ত সংবিধানেই দেশখনক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰাখে; মন্তব্য মুখ্য ন্যায়াধীশৰ

যেতিয়াই দেশখন সংকটৰ সন্মুখীন হয় তেতিয়াই সংবিধানে ভাৰতক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰাখে। শনিবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য...

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

থাইৰয়ড গ্ৰন্থি আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কিন্তু অৱহেলিত গ্ৰন্থি। এই পখিলা আকৃতিৰ গ্ৰন্থিটোৱে সামগ্ৰিক স্বাস্থ্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন...

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

চৰম পৰ্যায়ত উপনীত হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ মাজৰ বাকযুদ্ধ। যোৰহাটত বীৰ লাচিত সেনাই প্ৰতিবাদী কাৰ্যসূচী...

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

কালি অৰ্থাৎ ৩০ মে’ শুকুৰবাৰে নিশা পুনেৰ এগৰাকী ২২ বছৰীয়া আইন ছাত্ৰী শৰ্মিষ্ঠা পানোলিক গুৰুগ্ৰামত কলকাতা আৰক্ষীয়ে অপাৰেচন সিন্দুৰৰ সৈতে...

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত পাকিস্তানে ভাৰতৰ কেইবাখনো যুদ্ধ বিমান ধ্বংস কৰিছিল! ভাৰতীয় সেনা প্ৰধান জেনেৰেল অনিল চৌহানে ছিংগাপুৰৰ এক অনুষ্ঠানত এই...

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত সক্ৰিয় ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৭০০ অতিক্ৰম কৰি ৩০ মে’লৈকে ২,৭১০ জন...

তদন্তৰ তথ্য ৰাজহুৱা নকৰে, ই গোপন বিষয় : গৌৰৱ গগৈৰ বিৰুদ্ধে চলা পাকিস্তান সংযোগৰ তদন্ত সম্পৰ্কে অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

তদন্তৰ তথ্য ৰাজহুৱা নকৰে, ই গোপন বিষয় : গৌৰৱ গগৈৰ বিৰুদ্ধে চলা পাকিস্তান সংযোগৰ তদন্ত সম্পৰ্কে অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তান সংযোগৰ কথিত অভিযোগ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চ সদনৰ সদস্য অজিত কুমাৰ ভূঞাই। সংবাদ মাধ্যমৰ আগত...

প্ৰতিকূল বতৰৰ বাবে বাতিল কেইবাটাও নিযুক্তি পৰীক্ষা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষাও বাতিল

প্ৰতিকূল বতৰৰ বাবে বাতিল কেইবাটাও নিযুক্তি পৰীক্ষা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষাও বাতিল

অসমৰ সাম্প্ৰতিক প্ৰতিকূল পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে বাতিল কৰিছে কেইবাটাও নিযুক্তি পৰীক্ষা। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি পৰীক্ষা...

Page 950 of 6683 1 … 949 950 951 … 6,683

Stay Connected

Recent News