NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

ৰাজ্যসভা নিৰ্বাচন ২০২৫: ১৯ জুনত অসমৰ দুখন আসনৰ বাবে হ’ব ভোট, অন্ত পৰিব বীৰেন্দ্ৰ বৈশ্য আৰু মিছন ৰঞ্জনৰ কাৰ্যকাল

ৰাজ্যসভা নিৰ্বাচন ২০২৫: ১৯ জুনত অসমৰ দুখন আসনৰ বাবে হ’ব ভোট, অন্ত পৰিব বীৰেন্দ্ৰ বৈশ্য আৰু মিছন ৰঞ্জনৰ কাৰ্যকাল

অসমৰ দুখন আৰু তামিলনাডুৰ ছখন ৰাজ্যসভা আসনৰ কাৰ্যকাল সমাপ্তিৰ দিশে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে, অহা ১৯...

ভিটামিনৰ অভাৱে প্ৰভাৱ পেলাব পাৰে সম্পৰ্কত! হ্ৰাস হ’ব পাৰে সম্ভোগৰ ইচ্ছা

ভিটামিনৰ অভাৱে প্ৰভাৱ পেলাব পাৰে সম্পৰ্কত! হ্ৰাস হ’ব পাৰে সম্ভোগৰ ইচ্ছা

আজিকালি বিভিন্ন বয়সৰ লোকৰ শৰীৰত ভিটামিনৰ অভাৱ দেখা যায়। আচলতে আমি পৰ্যাপ্ত পৰিমাণৰ কাৰ্বহাইড্ৰেট, চৰ্বি আৰু প্ৰটিনৰ অভাৱৰ প্ৰতি সাৱধান...

সুৰা বিক্ৰীৰ নিষেধাজ্ঞা শিথিল কৰা হোৱা নাই ছৌদিত! বাহাল আছে পূৰ্বৰ নিষেধাজ্ঞা

সুৰা বিক্ৰীৰ নিষেধাজ্ঞা শিথিল কৰা হোৱা নাই ছৌদিত! বাহাল আছে পূৰ্বৰ নিষেধাজ্ঞা

শেহতীয়াকৈ এক বাতৰি প্ৰকাশ পাইছিল যে ২০২৬ চনৰ ভিতৰত ছৌদি আৰৱে পৰ্যটকক অকৰ্ষিত কৰিবৰ বাবে সুৰা বিক্ৰীৰ নিষেধাজ্ঞা শিথিল কৰিছে।...

বিফল হ’ল হিমন্তৰ চেষ্টা! পাকিস্তান সংযোগৰ অভিযোগক নসাৎ কৰি গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব

বিফল হ’ল হিমন্তৰ চেষ্টা! পাকিস্তান সংযোগৰ অভিযোগক নসাৎ কৰি গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব

অসম প্ৰদেশ কংগ্ৰেছৰ গুৰু দায়িত্ব লাভ কৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। সোমবাৰে কংগ্ৰেছৰ হাইকামাণ্ডে গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি...

চীন-আমেৰিকা শুল্ক যুদ্ধত ভাৰতৰ জয়! বিশ্বজুৰি ব্যৱসায় সম্প্ৰসাৰণ ভাৰতীয় ফাৰ্মা কোম্পানীৰ

চীন-আমেৰিকা শুল্ক যুদ্ধত ভাৰতৰ জয়! বিশ্বজুৰি ব্যৱসায় সম্প্ৰসাৰণ ভাৰতীয় ফাৰ্মা কোম্পানীৰ

আমেৰিকা আৰু চীনৰ শুল্ক যুদ্ধত ভাৰতো জড়িত হৈ আছে। ভাৰতীয় ঔষধ কোম্পানীসমূহে বেইজিংক অতিক্ৰম কৰি বিশ্বব্যাপী বাণিজ্য সম্প্ৰসাৰণৰ পথত অগ্ৰহৰ...

ধৰ্ষ*ণৰ বলি হোৱা নাবালিকাক সন্তান জন্ম দিয়াৰ অনুমতি: শিশুটিৰ পঢ়া-শুনাৰ খৰচ বহন কৰিব চৰকাৰে

ধৰ্ষ*ণৰ বলি হোৱা নাবালিকাক সন্তান জন্ম দিয়াৰ অনুমতি: শিশুটিৰ পঢ়া-শুনাৰ খৰচ বহন কৰিব চৰকাৰে

মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ আদেশত ধৰ্ষিত এখন নাবালিকা কিশোৰীক গৰ্ভপাতৰ পৰিৱৰ্তে সন্তান জন্ম দিয়াৰ অনুমতি দিছে। লগতে শিশুটিৰ...

মৃত্যুমুখৰ পৰা বাচি আহিল সৌৰভ গাংগুলীৰ ককায়েক-বৌৱেক : জল ক্ৰীড়া কৰিবলৈ গৈ অথন্তৰ

মৃত্যুমুখৰ পৰা বাচি আহিল সৌৰভ গাংগুলীৰ ককায়েক-বৌৱেক : জল ক্ৰীড়া কৰিবলৈ গৈ অথন্তৰ

কথমপি মৃত্যুমুখৰ পৰা বাচি আহিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ জ্যেষ্ঠ ভাতৃ স্নেহাশিষ গাংগুলী আৰু তেওঁৰ পত্নী অৰ্পিতা...

ৰজহুৱা কৰা নহয় বিচাৰপতিৰ ঘৰত নগদ ধন উদ্ধাৰৰ তদন্তৰ প্ৰতিবেদনঃ RTI আবেদন প্ৰত্যাখ্যান উচ্চতম ন্যায়ালয়ৰ

ৰজহুৱা কৰা নহয় বিচাৰপতিৰ ঘৰত নগদ ধন উদ্ধাৰৰ তদন্তৰ প্ৰতিবেদনঃ RTI আবেদন প্ৰত্যাখ্যান উচ্চতম ন্যায়ালয়ৰ

প্ৰাক্তন দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি যশৱন্ত বৰ্মাৰ বাসগৃহত নগদ ধন উদ্ধাৰৰ অভিযোগ সন্দৰ্ভত গঠিত তিনিজনীয়া ন্যায়াধীশৰ তদন্ত সমিতিৰ প্রতিবেদন এখন...

পাকিস্তানী চোৰাংচোৱাক গোপন তথ্য প্ৰদান কৰাৰ অভিযোগ : গ্ৰেপ্তাৰ চিআৰপিএফ জোৱান

পাকিস্তানী চোৰাংচোৱাক গোপন তথ্য প্ৰদান কৰাৰ অভিযোগ : গ্ৰেপ্তাৰ চিআৰপিএফ জোৱান

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত নতুন দিল্লীত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(NIA)ই গ্ৰেপ্তাৰ কৰিছে এজন চি আৰ পি এফ জোৱানক। অভিযোগ অনুসৰি...

অসমত অতিৰিক্ত সা-সুবিধা প্ৰদান কৰা হ’ব ইলেক্ট্ৰনিকছ নিৰ্মাতাসকলকঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমত অতিৰিক্ত সা-সুবিধা প্ৰদান কৰা হ’ব ইলেক্ট্ৰনিকছ নিৰ্মাতাসকলকঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে জাগীৰোডত টাটাৰ অৰ্ধপৰিবাহী সমাবেশ আৰু পৰীক্ষণ (OSAT) প্লাণ্টৰ আশে-পাশে গঢ়ি উঠা ‘ইলেক্ট্ৰনিক চহৰ’ত...

Page 962 of 6683 1 … 961 962 963 … 6,683

Stay Connected

Recent News