NE NOW NEWS

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

দেশৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি আৰু মানদণ্ড উন্নত কৰাত সকলো ৰাজনৈতিক দলেই চৰমভাৱে ব্যৰ্থ হোৱাৰ গুৰুতৰ অভিযোগ তুলি এক দেশজোৰা অভিযান...

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত আৰু ৮খন নতুন উপ-জিলা গঠন কৰা হ’ব। দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ১৫ আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই...

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনত পুনৰ অনুপস্থিত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। একেৰাহে দ্বিতীয়...

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণৰ সৈতে চলি থকা সংঘাতত আমেৰিকাৰ সামৰিক ড্ৰ’ন বহৰে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে। আমেৰিকাৰ বিষয়াসকলৰ উদ্ধৃতিৰে লাভ কৰা তথ্য অনুসৰি...

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্বাধীনতা দিৱস আহে। ৰাষ্ট্ৰীয় পতাকা উৰে, জাতীয় সংগীতৰ সুৰে আকাশ ভৰে, শিশুৰ হাতত ত্ৰিৰংগা জিলিকে। চহৰ-নগৰ ‎সজাই তোলা হয় পোহৰেৰে।...

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ পৰা ডাঙৰ সপোন দেখিবলৈ আহ্বান জনায়। শনিবাৰে দেশবাসীক দিয়া ভাষণত তেওঁ কয়...

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

পুনৰ প্ৰবল ভূমিকম্পই জোকাৰি গ’ল ইণ্ডোনেছিয়া। এইবাৰ ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৭.৭। বৰ্তমানলৈকে এই ভূমিকম্পত ২ জন লোকৰ মৃত্যু হৈছে।...

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰে। শুকুৰবাৰে নিশা তেওঁৰ ভাষণ আৰম্ভ হোৱাৰ আগতেই ‘বন্দে মাতৰম’...

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

শাৰীৰিক সম্পৰ্কৰ পিছত প্ৰস্ৰাৱ কৰোঁতে জ্বলা-পোৰা বা তলপেটত অস্বস্তি অনুভৱ কৰেনে? বহু মহিলাই এনে সমস্যাৰ সন্মুখীন হয়। চিকিৎসা বিজ্ঞানত ইয়াক...

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈ ভাৰতে স্বাধীনতাৰ নতুন যাত্ৰা আৰম্ভ কৰিছিল। আজি দেশখনে স্বাধীনতাৰ ৮০ বছৰ...

Page 99 of 6698 1 … 98 99 100 … 6,698

Stay Connected

Recent News