ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী
ছত্তীশগড় আৰক্ষীয়ে সোমবাৰে জনাইছে ছত্তীশগড়-তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰৰ আশে-পাশে থকা ঘন বনাঞ্চলত ‘অপাৰেচন সংকল্প’ৰ সময়ত ৩১জন সন্দেহযুক্ত মাওবাদীৰ মৃতদেহ উদ্ধাৰ...














