Avik Chakraborty

অভীক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Screenshot_20210308-165841~2

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ দুটা সমষ্টিত মনোনয়ন দাখিল; দুয়োটা সমষ্টিতে জয়ী হোৱাৰ দাবী

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সমৰ্থকৰ বিশাল সমদলেৰে সোমবাৰে ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত জিলা নিৰ্বাচন বিষয়াৰ হাতত দুয়োটা সমষ্টিৰ বাবে...

111195-delhi-voter-id-pti

২০২১ৰ নিবাৰ্চন : নিৰ্বাচনৰ বাবে সাজু ডিব্ৰুগড় নিৰ্বাচন জিলা; জিলাখনত আছে কিমান ভোটাৰ?

ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে অন্য পাঁচ ৰাজ্যৰ লগতে অসম বিধানসভা ২০২১ৰ নিৰ্বাচনৰ সূচী। তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া অমস বিধানসভাৰ...

index

দুসপ্তাহৰ মূৰত ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেডত নাহৰফুটুকী বাঘ বন্দী বন বিভাগৰ

বুধবাৰে উজনি অসমৰ ডিব্ৰুগড় জিলাৰ লেপেটকটাস্থিত ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড(BCPL)ৰ উৎপাদন বিভাগত মুক্তভাৱে বিচৰণ কৰি ফুৰা এটা প্ৰাপ্ত...

Acid-attack-750x375

ডিব্ৰুগড়ত ভয়ংকৰ ঘটনা: বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই যুৱতীক এচিড আক্ৰমণ

দিল্লী অথবা উত্তৰপ্ৰদেশৰ দৰে ৰাজ্যত এচিড আক্ৰমণৰ ঘটনা তেনেই সাধাৰণ ঘটনা হৈ পৰিছে যদিও অসমত এনে ঘটনা কাচিৎহে ঘটিছিল। শেহতীয়াকৈ...

Vulture-750x375

শদিয়াত গৰুৰ বিষাক্ত মৃতদেহ ভক্ষণ কৰি মৃত্যু ২০ টা শগুণৰ : অন্য ৮ টা অসুস্থ

তিনিচুকীয়া জিলাৰ শদিয়াত গৰুৰ বিষাক্ত মৃতদেহ ভক্ষণ কৰি ২০ টাকৈ শগুণৰ মৃত্যু হোৱাৰ লগতে অন্য ৮ টা শগুণ অসুস্থ হৈ...

Dibrugarh-University

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিত্তীয় খেলিমেলি : চাৰিজনীয়া তদন্ত কমিটি গঠন ৰাজ্যপালৰ

উজনি অসমৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় খেলিমেলিৰ তদন্তৰ বাবে ৰাজ্যপাল তথা আচাৰ্য জগদীশ মুখীয়ে চাৰিজনীয়া তদন্ত কমিটি...

পথ সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ মহিলাৰ বাইক ৰেলী

পথ সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ মহিলাৰ বাইক ৰেলী

মঙলবাৰে ডিব্ৰুগড়ত পথ সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ এটা মহিলা বাইক ৰেলীৰ আয়োজন কৰা হয়। ডিব্ৰুগড়ৰ জিলা পথ সুৰক্ষা সমিতিৰ...

pregnant-woman-1024x512

লাইকা-দধিয়াবাসীৰ পুনৰ্সংস্থাপনৰ দাবীত প্ৰতিবাদ কৰা গৰ্ভৱতী মহিলাৰ হাস্পাতলত মৃত্যু

লাইকা-দধিয়া বনাঞ্চল গাঁওৰ ১৪৮০টা পৰিয়ালৰ পুনৰ্সংস্থাপনৰ দাবীত চলি থকা প্ৰতিবাদত অংশ লোৱা কুষ্মিতা মৰাং (২৪) নামৰ মহিলাগৰাকীৰ শুকুৰবাৰে অসম চিকিৎসা...

Screenshot_20201206-203812_2

চাকৰি দিয়াৰ নামত ধন লৈ পলাতক চিকিৎসকৰ স্বামীক আটক ডিব্রুগড় আৰক্ষীৰ

পলাতক হৈ থকা অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ড০ অজন্তা হাজৰিকাৰ স্বামী সীমান্ত জ্যোতি শউকীয়াক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে। বৰ্তমান তেওঁৰ...

ৰেইলৱেত চাকৰি দিয়াৰ নামত ল’লে ২২ লাখ টকা, AMCH-ৰ চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ

ৰেইলৱেত চাকৰি দিয়াৰ নামত ল’লে ২২ লাখ টকা, AMCH-ৰ চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ

অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগদ ধনৰ নামত চাকৰি দিয়া কেলেংকাৰিৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে।...

Page 7 of 21 1 6 7 8 21

Stay Connected

Recent News