DMCA.com Protection Status
ডঃ হীৰেন গোহাঁই

ডঃ হীৰেন গোহাঁই

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ ইত্যাদি

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ ইত্যাদি

এতিয়া চাৰিওপিনে কেৱল ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ খবৰ আৰু আলোচনা। দুখন দেশৰ মাজত সংঘাতৰ চূড়ান্ত পৰ্যায় আৰু নিদৰ্শন হৈছে যুদ্ধ। ভাৰতৰ...

অসমীয়া জাতীয়তাবাদৰ অন্তিম দশা

অসমীয়া জাতীয়তাবাদৰ অন্তিম দশা

অসমীয়া জাতীয়তাবাদৰ বুলিলে আমি যি বুজোঁ, সেইটো হৈছে অসমীয়াৰ মাতৃভূমি অসমত অসমীয়াৰ আৰ্থিক, সামাজিক, সাংস্কৃতিক অস্তিত্বৰ নিৰাপত্তা আৰু অব্যাহত প্ৰগতি।...

Hiren Gohain

ড্ৰাগছ বিৰোধী অভিযান

অসমৰ আৰক্ষীয়ে যোৱা কেইমাহমান ধৰি প্ৰতি সপ্তাহতে চমকপ্ৰদভাৱে দুৰ্ধৰ্ষ ড্ৰাগবেপাৰী ধৰা পেলাই হেজাৰ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। অসমত ড্ৰাগছ...

অসমীয়া সমাজ-সংস্কৃতিৰ ৰেহৰূপ

অসমীয়া সমাজ-সংস্কৃতিৰ ৰেহৰূপ

এই সংখ্যাত এইকেইটা বিষয়ত দৃষ্টি আৰু মনোযোগ নিবদ্ধ ৰাখিম। ত্ৰিশ বছৰৰ উৰ্ধ্বৰ আন শ্ৰোতা সকলৰ কথা নাজানোঁ, মই আজিকালি টি-ভিত...

বাজেট বৃতান্ত

বাজেট বৃতান্ত

বাজেট বস্তুটো লৈ আমাৰ সৰ্বসাধাৰণ ৰাইজে বৰকৈ মূৰ নঘমায়। ভাবে,’’ আমি আদাৰ বেপাৰী, জাহাঁজৰ খবৰ আমাক কিয় লাগে?’’ অৱশ্যে এতিয়া...

শিক্ষা আৰু জাতিৰ ভবিষ্যত

শিক্ষা আৰু জাতিৰ ভবিষ্যত

কেৱল বিহু, সত্ৰীয়া ভাওনা, আৰু টিভিত আধুনিক সুগম সংগীতৰ অনুষ্ঠান পাতি আৰু শুনি এটা জাতি বাচি থাকিব নোৱাৰে। আধুনিক যুগত,...

আৰক্ষীৰ আততায়ী ৰূপ

আৰক্ষীৰ আততায়ী ৰূপ

নগাঁৱত এজন নিৰীহ যুৱনেতাক আৰক্ষীয়ে গুলীয়াই আহত কৰা ঘটনাই স্বাভাৱিকতে স্থানীয় তথা অসমৰ ৰাইজক বিচলিত কৰিছে। এনেদৰে জধেমধে যাকে-তাকে আৰক্ষীয়ে...

শুনা সভাসদ!

শুনা সভাসদ!

কথাবোৰ কৈ আছোঁ হয়, কিন্তু ৰাইজৰে একাংশ মানুহ কাণত আঙুলি দি মূৰ জোঁকাৰি নিজেও শুনা নাই, আনকো শুনিবলৈ মানা কৰি...

শুনা সভাসদ শুনা

শুনা সভাসদ শুনা

অসমৰ ছপা মাধ্যম চৰকাৰৰ ওচৰত সেও হোৱাৰ পিছত মই ডিজিটেল মাধ্যমত ৰাইজৰ লগত কথা হ’বলৈ মন মেলিছোঁ। সময় বৰ বেয়া।...

Page 4 of 4 1 3 4

Recent News