Kalpa Saikia

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

“জাতিৰ লগত compromise নহ’ব”, আদালতলৈ আনোতে কৈ গ’ল শৃংখলে; সংগ্ৰাম জোৰদাৰ কৰিবলৈ আহ্বান ধৈৰ্য্য কোঁৱৰৰ

“জাতিৰ লগত compromise নহ’ব”, আদালতলৈ আনোতে কৈ গ’ল শৃংখলে; সংগ্ৰাম জোৰদাৰ কৰিবলৈ আহ্বান ধৈৰ্য্য কোঁৱৰৰ

CAA-বিৰোধী আন্দোলনক সুকীয়া মাত্ৰা দিয়া “বীৰ লাচিত সেনা”ৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহাক আজি আৰক্ষীয়ে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত...

golam nabi azad

অসমীয়াৰ ধৰ্ম নিৰপেক্ষতাক প্ৰশংসা আৰু তাৰ বাবে ধন্যবাদ দিলে কংগ্ৰেছৰ নেতা গোলাম নবী আজাদে

অসমৰ মানুহে হাজাৰ বছৰ ধৰি ধৰ্ম নিৰপেক্ষতা অৱলম্বন কৰি আহিছে আৰু তাৰ বাবে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক...

কা-বিৰোধিতা নকমে, চাহ জনগোষ্ঠীক লৈ চৰকাৰী ঘোষণা বৈষম্যমূলক, আৱতৰীয়া বাজেট আখ্যা কংগ্ৰেছৰ

কা-বিৰোধিতা নকমে, চাহ জনগোষ্ঠীক লৈ চৰকাৰী ঘোষণা বৈষম্যমূলক, আৱতৰীয়া বাজেট আখ্যা কংগ্ৰেছৰ

আজি অৰ্থাৎ ২২ ডিচেম্বৰত গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীক লৈ বৈষম্যমূলক আচৰণ...

অখিল গগৈসহ কাৰাৰুদ্ধ প্ৰতিবাদকাৰীক শীঘ্ৰে মুক্তিৰ দাবী অসম নাগৰিক সমাজ আৰু আছুৰ

অখিল গগৈসহ কাৰাৰুদ্ধ প্ৰতিবাদকাৰীক শীঘ্ৰে মুক্তিৰ দাবী অসম নাগৰিক সমাজ আৰু আছুৰ

নাগৰিকত্ব (সংশোধনী) আইনৰ প্ৰতিবাদত গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আজি ২২ ডিচেম্বৰত অসম সমাজৰ উদ্যোগত অনুষ্ঠিত মৌন অৱস্থান কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে...

Sam Stafford

“CAA-বিৰোধী আন্দোলনৰ চহিদৰ ত্যাগ অথলে যাবলৈ নিদিওঁ”, ছেমৰ আদ্যশ্ৰাদ্ধত সমুজ্জ্বল ভট্টাচাৰ্য্যৰ পণ

আজি জাতি-ধৰ্ম নিৰ্বিশেষে স্থানীয় ৰাইজৰ সহযোগিতাত আছু, শিল্পীসমাজে CAA-বিৰোধী আন্দোলনৰ চহিদ ছেম ষ্টেফ’ৰ্ডৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ পাতে। মহানগৰীৰ হাতীগাওঁ হাইস্কুল খেলপথাৰত...

‘কা’ৰ বিৰোধিতা কৰাৰ বাবেই NSG প্ৰত্যাহাৰ কৰি মোৰ ওপৰত হেঁচা দিছে : প্ৰফুল্ল কুমাৰ মহন্ত

‘কা’ৰ বিৰোধিতা কৰাৰ বাবেই NSG প্ৰত্যাহাৰ কৰি মোৰ ওপৰত হেঁচা দিছে : প্ৰফুল্ল কুমাৰ মহন্ত

"ৰাইজে জানে যে আমি নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতা কৰিছো। বিভিন্ন দিশৰ পৰা হেঁচাৰ সন্মুখীন হৈ আহিছো। NSG প্ৰত্যাহাৰ আমাক হেঁচাৰ...

সোণোৱালৰ ‘আস্থা আৰু বিশ্বাসক’ প্ৰত্যাহ্বান গৰিমা শইকীয়া গাৰ্গৰ

সোণোৱালৰ ‘আস্থা আৰু বিশ্বাসক’ প্ৰত্যাহ্বান গৰিমা শইকীয়া গাৰ্গৰ

অসমীয়া ৰাইজে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আস্থা আৰু বিশ্বাসত ল’বলৈ কোৱাৰ পাছতে তেওঁক ওভটি ধৰিছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ...

5f1a35b9-0bbe-4951-822d-193b921db0fb

বিজেপি, এবিভিপি, আপ আৰু ঐক্য সেনা অসমৰ শতাধিক কৰ্মীৰ কংগ্ৰেছত যোগদান

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন হৈ থকাৰ মাজতে বিজেপি আৰু ইয়াৰ ভাতৃ সংগঠন এবিভিপিৰ একাংশ কর্মীয়েও এই আইনৰ বিৰোধিতা...

306f6987-a3be-45da-a234-8f4e9df149eb

বিজেপি হটাওক আৰু দেশ বচাওক,সৰ্বানন্দ-হিমন্তক হটাওক অসমক বচাওক: তৰুণ গগৈ

‘’বিজেপি হটাও আৰু দেশ বচাওক, সৰ্বানন্দ হিমন্তক হটাওক অসম বচাওক।‘’ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেলৰ পাছতে শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত...

মোক এঘৰীয়া নকৰিব, মই আপোনালোকৰ মাজৰে এজন : মুখ্য মন্ত্ৰী সোণোৱাল

মোক এঘৰীয়া নকৰিব, মই আপোনালোকৰ মাজৰে এজন : মুখ্য মন্ত্ৰী সোণোৱাল

'আজি আমি সকলোৱে এটি কথা উপলব্ধি কৰিছোঁ যে অসমৰ ৰাইজে অসমৰ বুকুত অসমীয়া ভাষা ৰাজ্য ভাষা হিচাপে থকাটো বিচাৰে। অসমীয়া...

Page 205 of 317 1 204 205 206 317

Stay Connected

Recent News