Kalpa Saikia

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Govt website

ধোঁৱাচাঙত মোদীৰ ডিজিটেল ইণ্ডিয়া! ৰাজ্য চৰকাৰৰ ৱেবছাইটৰ নাই আপডেইট, নহয় ম’বাইল-ফ্ৰেইণ্ডলি

অসমৰ প্ৰেক্ষাপটত প্ৰধান মন্ত্ৰী মোদীৰ ডিজিটেল ইণ্ডিয়াৰ ধাৰণাটো ধোঁৱাচাঙত উঠা বুলি ক’ব পাৰি। তথ্য-প্ৰযুক্তিৰ আজিৰ দ্ৰুত অগ্ৰগতিৰ যুগত অসম চৰকাৰৰ...

Press Meet

চাকৰি নিয়মীয়াকৰণৰ দাবীৰে পুনৰ আন্দোলনত নামিব প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ

‘‘বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে পুনৰবাৰ আন্দোলনত নামিব প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ,’’ এই মন্তব্য প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক...

3aa38040-6e0f-43d5-a494-491e24971b3c

গাঞ্জাসহ গুৱাহাটী ৰেইলৱে আৰক্ষীৰ জালত বিহাৰৰ দুজন লোক

আজি গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত গাঞ্জাসহ দুজন বহিঃ ৰাজ্যৰ লোকক ৰেইলৱে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৃত লোক দুজনৰ নাম সঞ্জয়...

WhatsApp Image 2019-11-12 at 11.31.50 AM

ৰান্ধনীৰ প্ৰতিবাদত সেও মানি বুধবাৰে আলোচনাত বহাৰ প্ৰতিশ্ৰুতি শিক্ষা মন্ত্ৰীৰ

মঙ্গলবাৰে শিক্ষা মন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিলে সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক ৰান্ধনী ও সহায়িকা সন্থাই। NGO ক খাদ্য বিতৰণৰ...

Ranjan Gogoi

মুখ্য ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈ বহুত শক্তিশালী : ন্যায়াধীশ অৰবিন্দ ব’বডে

অযোধ্যৰ ৰায় দি দেশজুৰি চৰ্চিত হোৱা দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক বহুত শক্তিশালী আখ্যা দিছে দেশৰ পৰৱৰ্তী ন্যায়াধীশ শাৰদ অৰবিন্দ...

800f2ee3-ffaf-466a-be93-8a9792ab7c63

দুই শতাধিক গছ কাটি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ পৰিকল্পনা গড়কপ্তানি বিভাগৰ

গুৱাহাটীৰ ভৰলুস্থিত শংকৰদেৱ উদ্যান আৰু আজান পীৰ উদ্যানৰ দুই শতাধিক গছ কাটি ভৰলুমুখ-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ পৰিকল্পনা কৰিছে হিমন্ত...

Mominul Awal

মমিনুল আৱাল : ৰাম মন্দিৰ নিৰ্মাণাৰ্থে ৫ লাখ টকা আগ বঢ়াব অসমৰ ইছলামধৰ্মী খিলঞ্জীয়া সংগঠনৰ মঞ্চই

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে গঠন হ’ব লগীয়া ট্ৰাষ্টলৈ ৫ লাখ টকা সাহায্য আগ বঢ়োৱাৰ কথা ঘোষণা কৰিছে ইছলামধৰ্মী খিলঞ্জীয়া সংগঠনৰ...

Hitesh Dev Sarma

এন আৰ চিৰ নতুন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মা

এন আৰ চিৰ নতুন ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি লাভ কৰিছে হিতেশ দেৱ শৰ্মাই। ৰাজ্যৰ পাৰ্চনেল বিভাগৰ আয়ুক্ত সচিব ড০ কে...

Ripun Borah Press meet

মধ্যাহ্ন ভোজন, গান্ধী পৰিয়ালৰ এছ পি জি নিৰাপত্তা কৰ্তনৰ প্ৰসংগৰে সংবাদমেলত বিজেপিক চোকা সমালোচনা ৰিপুন বৰাৰ

‘‘ৰাজ্যৰ বিজেপি চৰকাৰৰ শিক্ষা বিভাগে এতিয়া মহম্মদ বিন টোঘলকৰ দৰে সিদ্ধান্ত লৈছে। শিশুৰ অধিকাৰ, মানৱ অধিকাৰ আৰু শিক্ষাৰ অধিকাৰৰ পৰা...

WhatsApp Image 2019-11-09 at 12.26.07 PM

অযোধ্যা গোচৰৰ আদালতৰ ৰায়: সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰখাৰ আহ্বান প্ৰদেশ কংগ্ৰেছৰ

আজি উচ্চতম ন্যায়ালয়ে অযোধ্যা গোচৰৰ ৰায়দান কৰি বিবাদিত ভূমি ৰাম মন্দিৰৰ বাবে প্ৰদান কৰাৰ লগতে ছুন্নী ৱাকফ বোৰ্ডক বিকল্প ভূমি...

Page 217 of 317 1 216 217 218 317

Stay Connected

Recent News