Kalpa Saikia

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Sara Asom Bangali Oikyo Moncho press meet

“অসমত “কেব”ৰ প্ৰয়োজনীয়তা নাই”, “কেব”ৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰেৰে সাৰা অসম বাঙালী ঐক্য মঞ্চ

বিজেপিৰ ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতিৰ সাৰশূন্যতাত মোহভংগ ঘটা অসমৰ বাঙালী লোকসকলৰ সংগঠন সাৰা অসম বাঙালী ঐক্য মঞ্চই আজি মুকলিকৈ বিষোদগাৰ...

হাজেলাক অব্যাহতিৰ প্ৰতিক্ৰিয়া কৰিবলৈ গৈ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক চোৰৰ ৰক্ষক সজালে বিজেপিৰ মুখপাত্ৰই

হাজেলাক অব্যাহতিৰ প্ৰতিক্ৰিয়া কৰিবলৈ গৈ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক চোৰৰ ৰক্ষক সজালে বিজেপিৰ মুখপাত্ৰই

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক আজি উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া আৰু মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ...

এন আৰ চি, অসমৰ পৰা OUT হাজেলা; চৌদিশে প্ৰতিক্ৰিয়া

এন আৰ চি, অসমৰ পৰা OUT হাজেলা; চৌদিশে প্ৰতিক্ৰিয়া

অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত ৰাজ্যিক সমন্বয়কৰ দায়িত্বত থকা প্ৰতীক হাজেলাক উচ্চতম ন্যায়ালয়ে অব্যাহতি দিয়াৰ পিছত বিভিন্নজনে ইয়াৰ তাৎক্ষণিত প্ৰতিক্ৰিয়া...

WhatsApp Image 2019-10-18 at 2.16.59 AM(1)

উপ নিৰ্বাচন : যিকোনো উপায়ে ‘জনিয়া’ লাগে বিজেপিক; কিয়নো…

ৰাজ্যৰ চাৰি সমষ্টিত হ’বলগীয়া উপ নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। সমষ্টিকেইটাত বলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ। কংগ্ৰেছ এআইয়ুডিএফ বা অন্য ৰাজনৈতিক...

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত মাৰণাস্ত্ৰ জব্দ; এজনক আটক

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত মাৰণাস্ত্ৰ জব্দ; এজনক আটক

ৰে'লৱে আৰক্ষীয়ে বুধবাৰে নিশা গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত চলোৱা এক তালাচীত অবধ আসাম এক্সপ্ৰেছ ট্ৰেইনখনৰ এটা ডবাৰ পৰা অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ...

roha toll gate akhil- palash KMSS, AJYCP react to NHPC resuming Lower Subansiri project

বৃহৎ নদী বান্ধবিৰোধী আন্দোলন কিদৰে চলিব? অখিল গগৈ, পলাশ চাংমাইৰ ভাষ্য

এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰাৰ লগে লগে অসমৰ বৃহৎ নদী বান্ধবিৰোধী আন্দোলনৰ দুই...

অসম সাহিত্য সভাৰ নিৰ্বাচন; প্ৰাৰ্থীৰ তালিকা ঘোষণা

অসম সাহিত্য সভাৰ নিৰ্বাচন; প্ৰাৰ্থীৰ তালিকা ঘোষণা

অসম সাহিত্য সভাৰ অহা ২০২০-২২ বৰ্ষৰ নিৰ্বাচনৰ আজি ঘোষণা কৰা হ’ল সভাপতি, উপ সভাপতি, প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থীৰ তালিকা। অসম...

Hridayananda Gogoi

অনুশাসন ভংগৰ অভিযোগত সাহিত্য সভাৰ পদৰ পৰা অব্যাহতি আৰু কৈফিয়ৎ তলব হৃদয়ানন্দ গগৈক

অনুশাসন ভংগ কৰাৰ অভিযোগত তথা সাহিত্য সভাৰ সংবিধানৰ পৰিপন্থী কাম কৰাৰ অভিযোগত অসম সাহিত্য সভাই আজি হৃদয়ানন্দ গগৈক ৰাজ্যভাষা আৰু...

BTC, BTAD News: Gana Suraksha Party advisor Brajen Mahanta press meet

বিটিএডিত সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে জগৰীয়া হ’ব বিটিচি প্ৰশাসন, জনজাতীয় মঞ্চ

কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই শেহতীয়াকৈ গঠন কৰা গণ সুৰক্ষা পাৰ্টিয়ে মঙলবাৰে কৈছে যে বিটিএডিত সাম্প্ৰদায়িক সংঘৰ্ষ হ’লে তাৰ বাবে বিটিচি...

ৰাজ্যিক চিৰিয়াখানাত প্ৰথমবাৰলৈ গিবন দম্পতীয়ে জন্ম দিলে এটি সন্তান

ৰাজ্যিক চিৰিয়াখানাত প্ৰথমবাৰলৈ গিবন দম্পতীয়ে জন্ম দিলে এটি সন্তান

আপুনি যদি চিৰিয়াখানালৈ যায় তেন্তে যোৱা পথছোৱাৰ বাওঁফালে অৰ্থ্যাৎ শিশু উদ্যানৰ সমীপতে দেখিবলৈ পাব এহাল হলৌ বান্দৰ। মতা বান্দৰটোৰ নাম...

Page 222 of 317 1 221 222 223 317

Stay Connected

Recent News